Today’s Horoscope :
মেষ: আনৰ প্ৰতি আঁকোৰগোঁজ ভাৱ হ’ব পাৰে। কর্ম ব্যস্ততা বৃদ্ধি। প্রেমত শুভ। সম্পদ লাভ। শুভ ৰং মাখন। শুভ সংখ্যা ২।
বৃষ: খৰচ বৃদ্ধি। ভ্রমণত শুভ। বন্ধুৰ পৰা উপকৃত হ’ব। সুস্থিৰ চিন্তাৰে সমস্যা সমাধান। শুভ ৰং নীলা। শুভ সংখ্যা ৮।
মিথুনঃব্যৱসায়-বাণিজ্যত শুভ। বিদ্যাত শুভ। শিক্ষাবিদ-ৰাজনীতিবিদসকলৰ ব্যস্ততা বৃদ্ধি। শুভ ৰং বগা। শুভ সংখ্যা ৬।
কর্কট: কার্য সিদ্ধিযোগ। পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। বন্ধুৰ পৰা উৎসাহ পাব। শিৱ মন্দিৰ দৰ্শন কৰক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
সিংহ: শিৱ মন্দিৰ দৰ্শন কৰিব। কার্যসিদ্ধি, ভ্রমণ সোঁফালে কৰিব। পৰিশ্ৰমৰ উপযুক্ত মর্যাদা পাব। শুভ ৰং নীলা। শুভ সংখ্যা ২।
কন্যা: কর্মত নিষ্ঠা, সততা, দক্ষতা প্রকাশ পাব। প্রেমত মধ্যম। আনক অন্যায় নকৰিব। ভ্রমণত শুভ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১।
তুলা: জ্ঞানী লোকৰ সান্নিধ্য পাব। বেল গছৰ তলত চাকি জ্বলাওক। ব্যৱসায়ত উন্নতি। শুভ ৰং ক্রীম। শুভ সংখ্যা ৭।
বৃশ্চিক: কার্যসিদ্ধিত আনৰ প্ৰভাৱ পৰিব পাৰে। পানীৰ পৰা ভয়। শিক্ষাবিদ- লেখিকা আদিৰ কৰ্মব্যস্ততা বৃদ্ধি। শুভ ৰং মেৰুণ। শুভসংখ্যা ৪।
ধনু: কর্মস্থানত কিছু জটিলতা হ’ব পাৰে। পৰিৱেশৰ লগত মিলাই কাম কৰক। হুৰ-মুৰকৈ কাম নকৰিব। শুভ ৰং বগা। শুভ সংখ্যা ২।
মকৰ : শিং থকা জন্তুৰ পৰা সাৱধান হওক। প্রেমত মধ্যম, সংঘাত আঁতৰিব। কৰ্মত শুভ। বন্ধুৰ পৰা উৎসাহিত হ’ব। শুভ ৰং সোণালী। শুভ সংখ্যা ১।
কুম্ভ: শাৰীৰিক আৰু মানসিক শান্তি লাভ। জেদ ভাব মনলৈ নানিব। কর্মস্থানত মধ্যম। কলা গৰুক ৰুটি খুৱাওক। শুভ ৰং সেউজীয়া। শুভসংখ্যা ৩।
মীন: আনৰ প্ৰতি উদাৰতা প্রকাশ। কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি। প্ৰদূষণৰ পৰা কষ্ট হ’ব পাৰে। শিৱ মন্দিৰ দৰ্শন কৰক। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪
































