Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

একেলগে ভিন গ্রহত প্ৰাণৰ সন্ধান কৰিব ভাৰত-জাপানে

publisher by publisher
November 26, 2025
in News, International
Reading Time: 1 min read
0
একেলগে ভিন গ্রহত প্ৰাণৰ সন্ধান কৰিব ভাৰত-জাপানে
1
SHARES
10
VIEWS
ShareShareShareShare

Aliens:✒️এইবাৰ এক ঐতিহাসিক আৱিষ্কাৰত হাত মিলালে ভাৰত আৰু জাপানে। এছিয়াৰ দুই অত্যতম বৃহৎ দেশে একেলগে হাত মিলাই বিশ্বৰ অন্যতম উচ্চ প্ৰযুক্তিৰ টেলিস্কোপ নিৰ্মাণ কৰিব। এই টেলিস্কোপৰ নাম থার্টি মিটাৰ টেলিস্কোপ। প্রাপ্ত তথ্য অনুসৰি, এই অত্যাধুনিক অপ্টিকেল-ইনফ্রাৰেড টেলিস্কোপৰ ৩০ মিটাৰ ব্যাসৰ বিশাল প্রাইমেৰী মিৰ’ৰৰ মাধ্যমেৰে মহাবিশ্ব সম্পর্কে মানুহৰ ধাৰণা নতুন স্তৰত উপনীত হ’ব পাৰে।

ADVERTISEMENT

মানবজাতিৰ সবাতোকৈ ডাঙৰ প্রশ্নসমূহৰ অন্যতম হৈছে পৃথিৱীৰ বাহিৰত প্ৰাণ আছে নে নাই? তাৰ উত্তৰ বিচৰাতো সাহায্য কৰিব পাৰে এই বিশেষ টেলিস্কোপে। এই আন্তর্জাতিক প্রকল্পত ভাৰত, জাপান আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ দুখন শীর্ষ বিশ্ববিদ্যালয় অংশীদাৰ হৈছে। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে মহাকাশত গভীৰ দৃষ্টি ৰখা। বিশেষকৈ কৃষ্ণগহ্বৰ, দূৰৰ হাতীপটিৰ পৰ্যবেক্ষণ আৰু বিশেষভাৱে পৃথিৱীৰ বাহিৰৰ ভিনগ্রহত জীৱনৰ সম্ভাৱনাৰ সন্ধান কৰা।

RelatedPosts

জাপানত ৭.৫ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্প — উত্তৰ-পূৰ্ব উপকূলত চুনামিৰ সতৰ্কতা

জাপানৰ জলসীমাত চিনা জাহাজ আটক: তাইৱানক কেন্দ্ৰ কৰি পুনৰ উত্তেজনা তীব্ৰ

৩২ কোটি টকাত বিক্রী হ’ল এটা মাছ

জাপানৰ ৰাষ্ট্ৰীয় মহাকাশ নীতি কমিটীৰ উপাধ্যক্ষ ড° ছাকু ছুনেটাই কয়,’জ্যোতির্বিজ্ঞানীসকলে দূৰৱৰ্তী মহাবিশ্বৰ পৰা আৰু বেছি পোহৰ সংগ্ৰহৰ বাবে বিশাল আইনা বিচাৰে। আইনা যিমানেই ডাঙৰ হ’ব, সিমানেই বেছি অজান বস্তু আৱিষ্কাৰ কৰাটো সম্ভৱ হ’ব।’

তথ্য অনুসৰি, ৩০ মিটাৰৰ প্রাইমেৰী মিৰ’ৰখন বৰ্তমানৰ টেলিস্কোপসমূহৰ তুলনাত বহু গুণে ডাঙৰ হ’ব। ঐতিহ্যগত এখন বিশাল আইনাৰ পৰিৱৰ্তে ইয়াত থাকিব পাঁচশখন ক্ষুদ্র আইনা, যিবোৰ মিলাই নিৰ্মাণ হ’ব বিশাল প্রাইমেৰী মিৰ’ৰ। প্ৰতিখন আইনাৰ অবস্থান তথা কোণ নিখুঁতভাবে সামঞ্জস্য কৰিবলৈ যি প্রযুক্তি লাগিব, তাৰ বৃহৎ অংশই নির্মাণ কৰিছে ভাৰতে। ড০ ছনেটাই কয়, ‘এখন ডাঙৰ আইনাৰ পৰিৱৰ্তে ইয়াত পাঁচশ সৰু আইনা থাকিব। প্ৰতিখনৰ অৱস্থান আৰু কোণ অত্যন্ত সূক্ষ্মভাবে ঠিক কৰিব লাগে। এই কাম ভাৰতীয় প্রযুক্তিতেই সম্ভৱ হৈছে।’

এই প্রকল্পত ভাৰতৰ সদস্য প্রতিষ্ঠান তিনিটা। সেই তালিকাত আছে বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অব এষ্ট্র’ফিজিক্স (আইঅআইএ), পুণেৰ আইইউচিএএ আৰু নৈনিতালৰ এআইআইইএছ সংস্থা। ২০১৪ত কেন্দ্রই এই প্রকল্পত ভাৰতৰ অংশগ্রহণত অনুমোদন জনাইছিল।

টেলিস্কোপটো নির্মাণ হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাইৰ মাউনা কেয়াত। ই সমুদ্রপৃষ্ঠৰ পৰা প্ৰায় চাৰি হেজাৰ মিটাৰ উচ্চতাত। পৰিষ্কাৰ আকাশ আৰু বায়ুমণ্ডলীয় বাধা কম থকাৰ বাবে মাউনা কেয়া জ্যোতির্বৈজ্ঞানিক গৱেষণাৰ অন্যতম শ্রেষ্ঠ স্থানৰূপে পৰিচিত। ড° ছুনেটাই কয়, ‘মাউনা কেয়াই আমাৰ প্ৰাথমিক নির্মাণ স্থান।’

তেওঁ লগতে জনাইছে যে টেলিস্কোপটোৱে কৃষ্ণগহ্বৰ, দূৰৱৰ্তী হাতীপটি, মহাবিশ্বৰ প্ৰাৰম্ভিক ইতিহাস আদি সকলো বিষয়ক লৈয়েই গৱেষণা কৰিব। অৱশ্যে সবাতোকৈ আকষর্ণীয় লক্ষ্য হ’ল ভিনগ্রহত জীৱনৰ অনুসন্ধান। ড০ ছুনেটাই কয়, ‘পৃথিৱীৰ বাহিৰৰ আন গ্ৰহত প্ৰাণৰ অস্তিত্ব আছে নে নাই, সেয়া বিচাৰি উলিওৱাই গুৰুত্বপূৰ্ণ উদ্দেশ্য।টেলিস্কোপটোৱে আন হাতীপটিৰ গ্ৰহত জীৱনৰ প্ৰমাণ বিচাৰিব।’

অর্থাৎ অন্যান্য গ্ৰহৰ বায়ুমণ্ডলত জলীয় বাষ্প বা জৈৱ যোগৰ দৰে ৰাসায়নিক উপাদানৰ সন্ধান কৰিব, যি জীৱনৰ অস্তিত্বৰ সম্ভাৱনা নির্দেশ কৰিব পাৰে।

প্রাপ্ত তথ্য অনুসৰি, টেলিস্কোপ নিৰ্মাণৰ কাম আৰু প্ৰযুক্তিগত উন্নয়ন দ্রুতগতিৰে আগুৱাইছে তথা অংশীদাৰ দেশসমূহৰ যৌথ অৱদানত কাম ভালদৰেই আগবাঢ়িছে। ড০ ছুনেটাই কয়, ‘ভাৰতৰ প্ৰযুক্তিগত অৱদানৰ বাবে কামৰ অগ্রগতি অতি ভাল অৱস্থাত আছে।’ চকু চাট্ মৰা প্ৰযুক্তি আৰু বৈজ্ঞানিক সম্ভাৱনাক লৈ এই ‘টিএমটি’ হ’বলৈ গৈ আছে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ মহাজাগতিক গবেষণা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: aliensJapan
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d