Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    kaziranga Accident:কাজিৰঙাত ৰঙাজানত ভয়ংকৰ দুৰ্ঘটনা

    Shekharjyoti Goswami:শেখৰজ্যোতি গোস্বামীৰ জামিন আদালতত পুনৰ নাকচ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন

    RBI:ৰিজার্ভ বেংকৰ ধাৰ্য ঊর্ধ্বসীমাও অতিক্রম দেশত খুচুৰা মুদ্রাস্ফীতিৰ

    Sonia Gandhi:তিহাৰ জেলত ইন্দিৰালৈ নিয়া দুপৰীয়াৰ আহাৰ দিছিল চাৰ্লছ

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    SI:সাতমাহৰ বিৰতিত অসমত বৃদ্ধি দুই লক্ষাধিক ভোটাৰ, মহিলাৰ সংখ্যাধিক্য

    Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AJP:শ্ৰীভূমিত অসম জাতীয় পৰিষদৰ বিশাল জনসভা : বিজেপিৰ ঘাটিত শক্তি প্ৰদৰ্শন

বৰাক উপত্যকাক লুণ্ঠনৰ থলিত পৰিণত কৰিছে দিছপুৰে: লুৰীণজ্যোতি গগৈ, ২০২৬ত বৰাকতো প্ৰাৰ্থী দিব জাতীয় পৰিষদে

publisher by publisher
November 27, 2025
in Assam
Reading Time: 1 min read
0
AJP:শ্ৰীভূমিত অসম জাতীয় পৰিষদৰ বিশাল জনসভা : বিজেপিৰ ঘাটিত শক্তি প্ৰদৰ্শন
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Sri Bhumi: এই অসমতে এইবাৰ নিগৃহীত হ’ল বিহু

Asom Jatiya Parishad: কংগ্ৰেছৰে মিত্ৰতাপাশত আবদ্ধ অসম জাতীয় পৰিষদ

Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

AJP:

শ্ৰীভূমি জিলাৰ নিলাম বজাৰত বুধবাৰে অসম জাতীয় পৰিষদৰ এক বিশাল জনসভা অনুষ্ঠিত হয়। দলৰ শ্ৰীভূমি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। দলৰ উপ-সভাপতি চমছেৰ সিং,ৰমেন্দ্ৰ মল্ল বুজৰবৰুৱা, সম্পাদক ৰাজু ফুকন, চিত্তৰঞ্জন বসুমতাৰী, জিয়াউৰ ৰহমান, অমিতাভ বৰঠাকুৰ, উদ্দীপজ্যোতি গগৈ, যুটীয়া সম্পাদক হেমন্ত কুমাৰ হালৈ আৰু জাতীয় যুৱ শক্তিৰ সম্পাদক ছাইফুল ইছলামসহ কেইবাগৰাকী কেন্দ্ৰীয় নেতাই সভাত অংশগ্ৰহণ কৰে। সভাত সভাপতিত্ব কৰে দলটোৰ শ্ৰীভূমি জিলাৰ সভাপতি চৈয়দ চাকিলুৰ ৰহমানে।

ADVERTISEMENT

উল্লেখযোগ্য যে বৰাক উপত্যকাত বিজেপিৰ ব্যাপক প্ৰভাৱ আছে। জাতীয়তাবাদী ৰাজনৈতিক দল অসম জাতীয় পৰিষদে তাত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তুআজি দলটোৱে নিলামবজাৰ বিবেকানন্দ হাইস্কুল খেলপথাৰত পাঁচ সহস্ৰাধিক লোকক সমবেত কৰোৱাই বৰাক উপত্যকাত ইয়াৰ সাংগঠনিক শক্তি প্ৰদৰ্শন কৰা বুলি বিবেচিত হৈছে।

আজিৰ সভাখনৰ পূৰ্বে লুৰীণজ্যোতি গগৈসহ দলৰ নেতৃবৃন্দই প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কৰিমগঞ্জ চহৰৰ ছেটেলমেন্ট ৰোডত থকা যিটো ঘৰত নিজৰ বাল্যকাল অতিবাহিত কৰিছিল, তাত উপস্থিত হৈ আজি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে জাতীয় মহানায়কগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ পদক্ষেপ হিচাপে সেই ঠাইত এটা স্মাৰক নিৰ্মাণৰ দাবী জনায়। তেওঁলোকে লগতে ভাৰত-বাংলা সীমান্তৱৰ্তী বিসৰ্জন ঘাটলৈ গৈ উন্মুক্ত নদী সীমান্ত পৰ্য্যবেক্ষণ কৰে। দলৰ সভাপতিগৰাকীয়ে কৰিমগঞ্জ চহৰৰ কাচাঘন্টি মন্দিৰলৈ গৈ সেৱা আগবঢ়ায়। তাৰ পাছত পাঁচ সহস্ৰাধিক মটৰ চাইকেলত অহা দলীয় কৰ্মীসকলে শ্ৰীভূমি চহৰৰ পৰা দলীয় নেতৃবৃন্দক আগবঢ়াই লৈ যায়।

সভাৰ আৰম্ভণিতে দলৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানে ভাষণ দি দল গঠনৰ প্ৰেক্ষাপট, দলৰ উদ্দেশ্য তথা নীতি-আদৰ্শৰ বিষয়ে বৰ্ণনা কৰে। তাৰ পাছতেই দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দীঘলীয়া ভাষণ দিয়ে।

দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে নিজৰ ভাষণত কয় যে চৰকাৰৰ বিভাজনমুখী নীতিৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি বৰাক উপত্যকাৰ ৰাইজে ব্ৰহ্মপুত্ৰ উপত্যকাতকৈ কিছু ক্ষেত্ৰত বিচ্ছিন্ন অনুভৱ কৰি আহিছে। ফলত একেখন ৰাজ্যত দুটা অঞ্চলৰ জনগণৰ মনৰ ব্যৱধান সৃষ্টি হৈছে। সেই ব্যৱধান নাইকীয়া কৰাটো অসম জাতীয় পৰিষদৰ লক্ষ্য। তেওঁ কয় যে বৰাক উপত্যকাৰ ৰাইজে বিজেপিক তুলনামূলকভাৱে অধিক ভোট দি আহিছে। কিন্তু বিজেপিৰ চৰকাৰে বৰাকবাসীৰ সৈতে সৰ্বাধিক অন্যায় কৰি আহিছে। বিজেপিয়ে বৰাক উপত্যকাৰ সমষ্টিৰ সংখ্যা ১৫টাৰ পৰা ১৩টালৈ হ্ৰাস কৰি এই অঞ্চলৰ ৰাজনৈতিক প্ৰতিনিধিত্বক দুৰ্বল কৰিছে।

আনহাতে বৰাকৰ দুগৰাকী মন্ত্ৰীৰ পৃষ্ঠপোষকতাত এই জিলা তিনিখনত বিভিন্ন সামগ্ৰীৰ অবৈধ ছিণ্ডিকেটৰ বজাৰ বহুৱাৰ আঁৰত দিছপুৰৰ হাত আছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে উক্ত ছিণ্ডিকেটৰ টকাৰ অংশ দিছপুৰৰ কোনে পায়, সেয়া জনাৰ অধিকাৰ ৰাইজৰ আছে। বৰাক উপত্যকাত ড্ৰাগছৰ অবাধ প্ৰচলন, সৰবৰাহ আৰু ব্যৱসায় চৰকাৰ তথা আৰক্ষীয়ে বন্ধ কৰিব পৰা নাই বৰং তাৰ আঁৰত কাৰ পৃষ্ঠপোষকতা জড়িত হৈ আছে সেয়া ৰাইজৰ বুজিবলৈ বাকী নাই বুলি গগৈয়ে মত প্ৰকাশ কৰে। আনহাতে, অসম জাতীয় পৰিষদে ২০২৬ চনৰ নিৰ্বাচনত অসমৰ অন্য জিলাৰ লগতে বৰাক উপত্যকাতো নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও গগৈয়ে ঘোষণা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ajp meetingLurinjyoti gogiNILAV BAZARsribhumi
publisher

publisher

Related Posts

kaziranga Accident:কাজিৰঙাত ৰঙাজানত ভয়ংকৰ দুৰ্ঘটনা
Assam

November 13, 2026
Shekharjyoti Goswami:শেখৰজ্যোতি গোস্বামীৰ জামিন আদালতত পুনৰ নাকচ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন
Assam

Shekharjyoti Goswami:শেখৰজ্যোতি গোস্বামীৰ জামিন আদালতত পুনৰ নাকচ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন

November 13, 2026
প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা
Assam

SI:সাতমাহৰ বিৰতিত অসমত বৃদ্ধি দুই লক্ষাধিক ভোটাৰ, মহিলাৰ সংখ্যাধিক্য

November 13, 2026
Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ
Assam

Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ

November 13, 2026
Nagaon:বিদ্যালয়ৰ ওপৰতে সকলো দোষ জাপি দি সাৰি যোৱাৰ কৌশল ঊর্ধ্বতন কর্তৃপক্ষৰ

Hailakandi CMV Raids: তৃতীয়বৰ্গৰ কৰ্মচাৰীৰ লকাৰত সোণৰ ভাণ্ডাৰ

November 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d