Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

বিশ্বৰ বৃহত্তম মহানগৰত পৰিণত ইণ্ডোনেছিয়াৰ জাকার্টা

publisher by publisher
November 30, 2025
in International, News
Reading Time: 1 min read
0
বিশ্বৰ বৃহত্তম মহানগৰত পৰিণত ইণ্ডোনেছিয়াৰ জাকার্টা
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

Indonesia:বিবাহৰ পূৰ্বে যৌন সম্পর্কত লিপ্ত হোৱা ইণ্ডোনেছিয়াৰ মহিলাক ১৪০ বেত্রাঘাতৰ শাস্তি

ইণ্ডোনেছিয়াত উদ্ধাৰ বিশ্বৰ সবাতোকৈ পুৰণি গুহা চিত্রকর্ম

বিশ্বৰ বৃহত্তম মহানগৰৰ স্বীকৃতি অর্জন কৰিলে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকার্টাই। জাকার্টাই এই স্বীকৃতি অৰ্জন কৰাৰ কাৰণ হৈছে মহানগৰখনৰ জনসংখ্যা চাৰি কোটি এক লাখ ন হেজাৰ। তিনি কোটি ছয় লাখ ছহেজাৰ জনসংখ্যাসহ এই ক্ষেত্রত দ্বিতীয় স্থানত আছে বাংলাদেশৰ ৰাজধানী ঢাকা।

ADVERTISEMENT

উল্লেখ্য যে পূৰ্বে বিশ্বৰ বৃহত্তম মহানগৰৰূপে স্বীকৃত আছিল টকিঅ’। এইবাৰ দেখা গ’ল যে টকিঅ’ তৃতীয় স্থানলৈ অৱনমিত হৈছে। বিশ্বৰ বৃহত্তম চহৰৰ এই তালিকা প্রস্তুত কৰে ৰাষ্ট্ৰসংঘই। টকিঅ’ৰ মুঠ জনসংখ্যা হৈছে তিনি কোটি তিনি লাখ চাৰি হেজাৰ। শেহতীয়াভাৱে ৰাষ্ট্ৰসংঘই বিশ্বৰ বৃহত্তম মহানগৰৰূপে স্বীকৃতি দিয়া জাকার্টা ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ নিম্নতলৰ উপকূলত অৱস্থিত।

মহানগৰখন অতি ঘন জনবসতিপূর্ণ। একেদৰে ঢাকা বা টকিঅ’ও অতি ঘন জনবসতিপূর্ণ। ৰাষ্ট্ৰসংঘৰ ধাৰণা মতে, ২০৫০ৰ ভিতৰত ঢাকা বিশ্বৰ বৃহত্তম মহানগৰত পৰিণত হ’ব। ৰাষ্ট্ৰসংঘৰ আৰ্থিক আৰু সামাজিক পৰিক্ৰমা বিভাগৰ চলিত বৰ্ষৰ বিশ্ব নগৰীকৰণ সম্ভাৱনা ২০২৫ শীর্ষক প্রতিবেদনত বিশ্বৰ বৃহত্তম মহানগৰৰ তথ্য প্রকাশ পাইছে।

এই প্রতিবেদনত লগতে কোৱা হৈছে যে এক কোটিতকৈ অধিক লোকে বাস কৰা মহানগৰৰ সংখ্যা বিশ্বত শেহতীয়াভারে ৩৩ খনলৈ বৃদ্ধি পাইছে। এই বৃদ্ধি ১৯৭৫ৰ তুলনাত চাৰিগুণ। ১৯৭৫ত এনে মহানগৰৰ সংখ্যা আঠখনহে আছিল। লক্ষ্যণীয়ভাবে এনে অধিক জনসংখ্যাৰ বিশ্বৰ ৩৩ খন মহানগৰ শীৰ্ষ ১৯ খন এছিয়া মহাদেশতে অবস্থিত। এই ১৯ মহানগৰৰ শীৰ্ষ ১০ খনৰ মাজত দিল্লী আৰু কলকাতাও আছে।

বর্তমানে দিল্লীৰ মুঠ জনসংখ্যা তিনি কোটি দুই লাখ। আনহাতে, কলকাতাৰ মুঠ জনসংখ্যা হ’ল দুই কোটি দুই লাখ পাঁচ হেজাৰ। এই তালিকাত শীর্ষ ১০ৰ মাজত স্থান লাভ কৰা এছিয়াৰ এনে ঘন জনবসতিপূর্ণ আনকেইখন মহানগৰ হ’ল জাকার্টা, ঢাকা, টকিঅ’, ছাংহাই (চীন), গুৱাংজৌ (চীন), মেনিলা (ফিলিপিনছ) আৰু ছিউল (দক্ষিণ কোৰিয়া)। ইয়াৰে ছাংহাইৰ মুঠ জনসংখ্যা হ’ল দুই কোটি ন লাখ ছহেজাৰ।

একেদৰে মেনিলাৰ মুঠ জনসংখ্যা দুই কোটি চাৰি লাখ সাত হেজাৰ আৰু ছিউলৰ দুই কোটি দুই লাখ পাঁচ হেজাৰ। এই ক্ষেত্ৰত শীর্ষত স্থান লাভ কৰা এছিয়াৰ বাহিৰৰ একমাত্ৰ চহৰখনৰ হ’ল ইজিপ্তৰ ৰাজধানী কাইৰো। কাইৰোৰ মুঠ জনসংখ্যা তিনি কোটি দুই লাখ। আনহাতে, দুই আমেৰিকা মহাদেশৰ মাজত ব্রাজিলৰ ছাওপাওলো হৈছে মুঠ এম মহানগর ছাওপাওলোব আঠ লাখ ন হেজাৰ।

নাইজেৰিয়াৰ লাগ’ছ চহৰো এনে হাৰত গতি কৰিবলৈ লৈছে। আনহাতে, ৰাষ্ট্ৰসংঘৰ বিশ্লেষণ অনুসৰি গ্রামাঞ্চলসমূহৰ পৰা নগৰাঞ্চললৈ মানুহৰ অধিক প্ৰব্ৰজনৰ ফলত কেতবোৰ মহানগৰৰ জনসংখ্যা অত্যধিক বৃদ্ধি পাইছে। এনে এখন মহানগৰ হ’ল ঢাকা। বান আৰু সমুদ্রপৃষ্ঠ ওফন্দি উঠাৰ বাবে বাংলাদেশৰ বিভিন্ন স্থানৰ পৰা ঢাকালৈ জনস্রোত ববলৈ ধৰিছে।

অৱশ্যে বিপৰীত ঘটনা সংঘটিত হৈছে জাকাৰ্টাৰ ক্ষেত্ৰত। সাগৰপৃষ্ঠ ওফন্দি উঠিবলৈ ধৰাত জাকাৰ্টাৰ প্রতি বৃহৎ সংকটৰ সৃষ্টি হৈছে। এক ধাৰণা মতে ২০৫০ৰ ভিতৰত চহৰখনৰ এক চতুর্থাংশ সাগৰত বুৰ যাব। তৎসত্ত্বেও জাকার্টাত জনসংখ্যা বৃদ্ধি পাই আহিছে। ইয়াৰ মাজতে পৰিস্থিতি জটিল হৈ উঠাত ইণ্ডোনেছিয়া চৰকাৰে ৰাজধানীৰ বাবে সুকীয়া স্থান বাছনি কৰা বুলিও চর্চা হৈছে।

দেশখনৰ পূব কালিমণ্টান প্ৰদেশৰ বৰ্ণেও দ্বীপৰ নুছান্তাৰাক দেশখনৰ নতুন ৰাজধানীৰূপে চৰকাৰে প্ৰস্তাৱ আগবঢ়াইছে। যদি এই প্রস্তার গৃহীত হয় তেন্তে দেশখনৰ ৰাজধানী নুছান্তাৰালৈ স্থানান্তৰ হ’ব। তৎসত্ত্বেও ২০৫০ লৈ জাকার্টাত কমেও এক কোটি লোকে বাস কৰি থাকিব বুলি ৰাষ্ট্ৰসংঘই ধাৰণা কৰিছে। আনহাতে, ৯০ লাখ বাসিন্দাসহ ইৰানৰ ৰাজধানী তেহৰানেও বিশ্বৰ অন্যতম বৃহত্তম মহানগৰত পৰিণত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: INDONESIA
publisher

publisher

Related Posts

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d