Horoscope:✒️মেষ: সর্বদিশত কার্যসিদ্ধি। কোনো সুখবৰ পাব। আনৰ বাবে সময় নষ্ট হ’ব। ভ্ৰমণৰ যোগ। শুভ ৰং নীলা। অশুভ ৰং কমলা। শুভ সংখ্যা ৩।
বৃষ: প্ৰেমত প্ৰতাৰণা। প্রতিযোগিতাত জয় লাভ। পৰিশ্ৰমৰ মৰ্যাদা পাব। লেখকৰ সুনাম। শুভ ৰং মুগা। অশুভ ৰং ক’লা। শুভ সংখ্যা ৪।
মিথুন: আনৰ প্ৰতি দায়বদ্ধতা আৰু সৰলতা থাকিব। খং ৰাগেৰে কোনো সমস্যা সমাধান নহ’ব। পদপথত সাৱধান। শুভ ৰং বগা। অশুভ ৰং ৰঙা শুভ সংখ্যা ২।
কর্কট: গোপন কথা মনতে ৰাখিব। সৎ পথেৰে ধন অৰ্জনৰ চিন্তা কৰক। আত্ম অহংকাৰ বৃদ্ধি পাব। শুভ ৰং হালধীয়া। অশুভ ৰং ক’লা। শুভসংখ্যা ১।
সিংহ: পৰিশ্ৰমৰ মৰ্যাদা পাব। সুস্থিৰ চিন্তাৰে সমস্যা সমাধান হ’ব। ৰোগ কমিব। অর্থ লাভ। শুভ ৰং সেউজীয়া। অশুভ ৰং নীলা। শুভ সংখ্যা ৩।
কন্যা: মনোবল-সাহস বৃদ্ধি পাব। ব্যৱসায়ত উন্নতি, কর্মত শক্তিশালী স্থিতিত উপনীত হ’ব পাৰিব। প্ৰেমত শুভ। শুভ ৰং ক’লা। অশুভ ৰং কমলা। শুভ সংখ্যা ২।
তুলা: বহু গুৰুত্বপূৰ্ণ তথ্য হাতলৈ আহিব। সততা ৰক্ষাত গুৰুত্ব দিয়ক। পদোন্নতিত বদলি যোগ। শিল্পীৰ সুনাম বৃদ্ধি। শুভ ৰং ক’লা। অশুভ ৰং নীলা। শুভ সংখ্যা ৩।
বৃশ্চিক: আনৰ পৰা প্ৰেৰণা পাব। প্রতিবেশীৰ পৰা কষ্ট পাব পাৰে। কৃতিত্ব লাভৰ যোগ। স্বভাৱ সলনি কৰক। শুভ ৰং হালধীয়া। অশুভ ৰং কমলা। শুভ সংখ্যা ৪।
ধনু: যোগ্যতা প্ৰদৰ্শনৰ যোগ। আনৰ প্ৰতি কৃতজ্ঞ হওক। অন্ধ-বিশ্বাসৰ পৰা আঁতৰি থাকক। শুভ ৰং আকাশী। অশুভ ৰং হালধীয়া। শুভসংখ্যা ২।
মকৰ : সমস্যা সমাধান। সৌভাগ্যৰ সংযোগ, ভ্রমণত লাভৱান হ’ব। ব্যৱসায়ত উন্নতি। শুভ ৰং মুগা। অশুভ ৰং সোণালী। শুভ সংখ্যা ৫।
কুম্ভ: যিকোনো কাম কৰাৰ আগতে চিন্তা কৰিব। সংযম ৰক্ষা পৰিব। আনক হিংসা নকৰিব। শুভ ৰং সেউজীয়া। অশুভ ৰং নীলা। শুভসংখ্যা ৩।
মীন: শৰীৰ চৰ্চা কৰা সকলে সুফল পাব। দুঃসাহাস নকৰিব। প্রতিবেশীক লৈ চিন্তা। সততা ৰক্ষা পৰিব। শুভ ৰং ক’লা। অশুভ ৰং ৰঙা। শুভসংখ্যা ৪।































