Horoscope:✒️মেষ: খং, হুৰমূৰ চিন্তা কমাওক। চঞ্চলতা কমিব। আনৰ অহিত চিন্তা নকৰিব। বিয়াৰ সংযোগ। শুভ ৰং বেঙুনীয়া। অশুভ ৰং ৰঙা। শুভসংখ্যা ৪।
বৃষ: আনৰ প্ৰশংসা পাব। সততাত গুৰুত্ব দিব। পদ্দোন্নতিত দুষ্ট লোকে বাধা দিব পাৰে। বিদ্যাত শুভ। শুভ ৰং ক’লা। অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।
মিথুন: ধৈর্য ধৰক। আর্থিক উন্নতি। পৰচৰ্চা নকৰিব। উগ্র সাহসে ক্ষতি কৰিব পাৰে। অৰ্থ লাভ। শুভ ৰং হালধীয়া। অশুভ ৰং ৰঙা। শুভ সংখ্যা ৬।
কর্কট: আনক হিংসা নকৰিব। হঠাৎ কাৰোবাৰ স’তে মতভেদ হ’ব পাৰে। দাম্পত্যত শুভ। শুভ ৰং হালধীয়া। অশুভ ৰং ৰঙা। শুভ সংখ্যা ৭।
সিংহঃ খং নকৰিব। বিবাহৰ যোগ। পদপথত সাৱধান। কোনো শোভাযাত্রাত অংশ নল’ব। শুভ ৰং মুগা। অশুভ ৰং ক’লা। শুভ সংখ্যা ৮।
কন্যা: প্রতিবেশীৰ ওপৰত নজৰ ৰাখক। আনে বদনাম নিদিব। খং কমিব। প্রভাৱশালী লোকৰ সান্নিধ্য পাব। শুভ ৰং বগা। অশুভ ৰঙা। শুভ সংখ্যা ৪।
তুলা: জুইৰ পৰা সতৰ্ক থাকক। মৰসাহ নকৰিব। যিকোনো ব্যৱসায় নকবিৰ। প্ৰেমত সফল হ’ব। শুভ ৰং নীলা। অশুভ হালধীয়া। শুভসংখ্যা ৫।
বৃশ্চিক: ভাগৰুৱা অনুভৱ কৰিব। প্ৰদূষণে কষ্ট দিব। পৰীক্ষাত সুখ্যাতি। খিংখিঙীয়া স্বভাবে মনোকষ্ট দিব। শুভ ৰং বগা। অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।
ধনু: শত্রু কমিব। কর্মত ফলৱতী হ’ব। আত্মীয় লোকৰ শৰীৰ অথন্তৰ। প্রতিযোগিতাত জয়লাভ। শুভ ৰং সোণালী। অশুভ ক’লা। শুভ সংখ্যা ৬।
মকৰ: কৰ্মৰ দ্বাৰা জনপ্রিয়তা বৃদ্ধি। অনবৰত আনৰ দোষ নধৰিব। ভাষ্যৰ বিশেষ পৰিৱৰ্তন। বিদ্যাত শুভ। শুভ ৰং নীলা। অশুভসেউজীয়া। শুভ সংখ্যা ৩।
কুম্ভ: বিদ্যাত যত্ন লোৱাৰ প্ৰয়োজন। পেটৰ সমস্যাত ভুগিব পাৰে। শৰীৰৰ যত্ন ল’ব। যান-বাহনৰ ক্ষেত্ৰত সাৱধান হ’ব। প্ৰেমৰ ক্ষেত্ৰত শুভ। শুভ ৰং আকাশী। অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ৪।
মীন: প্ৰেমত বিবাহৰ যোগ। আবেলিলৈ কোনো নতুন সংবাদ পাব পাৰে। কর্মক্ষেত্রত কিছু সমস্যা হ’ব পাৰে। দাম্পত্যত শুভ। শুভ ৰং বগা। অশুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
































