Odisha:✒️ওড়িশাৰ কান্ধমালত নিৰাপত্তা বাহিনীৰ স’তে হোৱা এনকাউণ্টাৰত নিহত মাওবাদীৰ শীৰ্ষ নেতা গণেশ উইকে। তেওঁৰ মূৰৰ মূল্য আছিল এক কোটি টকা।
ADVERTISEMENT
যোৱা মাহত অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি সীতাৰামা ৰাজু জিলাত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা সংঘৰ্ষত নিহত হৈছিল শীৰ্ষ মাওবাদী নেতা মদৱী হিদমা।
উল্লেখ্য যে দুমাহৰ ভিতৰত দুই শীৰ্ষ মাওবাদী নেতাৰ মৃত্যুৰ ফলত নক্সাল সংগঠন আৰু অধিক দুৰ্বল হৈ পৰিছে।
আজিৰ দিনটোতে ওড়িশাৰ বনাঞ্চলত নিহত হৈছে আৰু তিনিজন মাওবাদী সদস্য।






























