Horoscope:✒️মেষ: বন্ধুৰ পৰা প্ৰশংসা লাভ কৰিব। পৰিয়ালত প্ৰেমৰ বাবে অশান্তি হ’ব। হাতলৈ ধন আহিব যদিও খৰচ বৃদ্ধি। শুভ ৰং বগা, অশুভকমলা।
বৃষ: জ্বৰ আৰু সৰু-সুৰা কিছু বেমাৰে স্বাস্থ্যৰ সমস্যা বৃদ্ধি কৰিব। ভবা মতে, ফল নাপাব। বেপাৰত লোকচান হোৱাৰ সম্ভাৱনা। শুভ ৰং ৰঙা, অশুভ হালধীয়া।
মিথুন: দাম্পত্যত শান্তি লাভ। সন্তানৰ উচ্চ শিক্ষাৰ বাবে চিন্তিত হ’ব। মামলা-মোকদর্মাত জয়লাভ। শুভ ৰং ক’লা, অশুভ সোণালী।
কর্কট: কৰ্মসূত্রে বাহিৰত যাব লগা হ’ব পাৰে। প্ৰেমত বিয়াৰ চৰ্চাও কৰিব পাৰিব। আজি কাকো টকা ধাৰলৈ নিদিব। শুভ ৰং মুগা, অশুভআকাশী।
সিংহ: বয়সস্থ লোকক সম্মান কৰিব। খং, ৰাগ কমাওক। আপোনাৰ কথাৰ দ্বাৰা পিতৃ-মাতৃৰ মনত দুখ পাব। শুভ ৰং বগা, অশুভ নীলা।
কন্যা: অলাগতিয়াল বস্তুলৈ ধনৰ অপচয় নকৰিব। মানসিক শান্তি লাভ। নিৰামিষ ভোজন গ্রহণ কৰিব, শুভ ৰং ক্ৰীম, অশুভ ক’লা।
তুলা: দাম্পত্যত সমস্যা। বিদ্যার্থীসকল পৰীক্ষাত সুনাম অর্জন কৰিব। কর্মস্থানত জটিলতা। শুভ ৰং ৰূপালী, অশুভ বেঙুনীয়া।
বৃশ্চিক: বিধবা মহিলাক সহায় কৰিব। প্রয়োজনতকৈ অধিক গুৰুত্ব দি সমস্যাত ভুগিব। শৰীৰ উন্নত। শুভ ৰং নীলা, অশুভ ৰঙা।
ধনু: সন্তানৰ দ্বাৰা পিতৃ-মাতৃ গৌৰৱ অনুভৱ কৰিব পাৰিব। আর্থিক দিশত সমস্যা। শুভ কাম কৰিব পাৰিব। শুভ ৰং হালধীয়া, অশুভ
ক’লা। মকৰ: দাম্পত্যত সন্তানৰ বাবে বিবাদ হ’ব পাৰে। ভ্রমণ কৰোতে সাৱধানে গাড়ী চলাব। আয় বৃদ্ধি। শুভ ৰং মুগা, অশুভ সোণালী।
কুম্ভ: বিদ্যাত শুভ ফল লাভ কৰিব। মানসিক চিন্তা কমিব। স্বাস্থ্য মধ্যম। শুভ ৰং কমলা, অশুভ সেউজীয়া।
মীন: প্রেমত আনন্দ লাভ। ধনৰ আগমন হ’ব। কর্মত সফলতা লাভ। শুভৰং বেঙুনীয়া, অশুভ ৰূপালী।
































