Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: মন স্থিৰ কৰা টান হ’ব। বিনা কাৰণত খং ৰাগ বৃদ্ধি পাব। চাকৰিয়ালৰ উৎসাহ উদ্দীপনা বৃদ্ধি পাব। ভ্রমণত শুভ। শুভ ৰং বগা।
বৃষ: আর্থিকত বেয়া দেখা নাযায়। প্রেমত শুভ ফল। বিদ্যাত মজলীয়া। ঘৰুৱাত বেয়া নহয়। শুভ ৰং মেৰুণ।
মিথুন: বিদ্যাত মজলীয়া। দূৰ ভ্ৰমণৰ যোগ। চাকৰিয়ালসকল সাৱধান হ’ব। শত্রু বৃদ্ধিৰ যোগ। শুভ ৰং সোণালী।
কর্কট: নতুন কাম হাতত নলোৱা ভাল হ’ব। আজি ক’লা বস্ত্ৰ ব্যৱহাৰ নকৰিব। প্ৰেমত বাধা। শুভ ৰং সেউজীয়া।
সিংহ: স্বাস্থ্যৰ ক্ষেত্রত সিমান বেয়া দেখা নাযায়। বিদ্যাত সাফল্য পাব। দাম্পত্যত বিবাদ। দূৰ ভ্ৰমণৰ সম্ভাৱনা। শুভ ৰং কমলা।
কন্যা: খৰচৰ মাত্রা বৃদ্ধি পাব। বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব। প্রেমত সন্দেহ সৃষ্টি হ’ব পাৰে। শুভ ৰং হালধীয়া।
তুলা: দিনটোত আর্থিক দিশত আয় ব্যয় সমান। ব্যৱসায়ত পৰিকল্পিত অগ্ৰসৰতাত কিছু বাধা আছে। নিবনুৱাৰ ভাল। শুভ ৰং ক’লা।
বৃশ্চিকঃ শাৰীৰিক ক্ষেত্রত মধ্যম। দাম্পত্য বিবাদ থাকিব। মাটি-বাৰী ক্রয় কৰাৰ চিন্তা কৰিব পাৰে। শুভ ৰং চিলভাৰ।
ধনু: মাতৃৰ শুভ। সন্তানৰ বাবে চিন্তিত হ’ব। নিবনুৱা সকলৰ চাকৰি লাভৰ যোগ। বিদ্যাত শুভ। শুভ ৰং নীলা।
মকৰ : বিদ্যাত বাধা। প্রেমত মজলীয়া। বিদ্যাত অনুকূল। বন্ধুৰ দ্বাৰা উপকৃত হ’ব পাৰিব। শিল্পীসকলৰ বাবে দিনটো শুভ। শুভ ৰং কমলা।
কুম্ভ: সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব লোৱাৰ দৰকাৰ। দিনটোত দাম্পত্য সংঘাত হ’ব। পিতৃৰ শৰীৰৰ যত্ন। শুভং সেউজীয়া।
মীন: শৰীৰৰ অৱনতি। পৰীক্ষাৰ্থীয়ে চেষ্টা কৰক। প্ৰেমত শুভ। মাতৃ বিবাদৰ ভয়। বিদ্যাত মধ্যম। শুভ ৰং নীলা।































