Horoscope:✒️মেষ: এই ৰাশিৰ জাতক-জাতিকাই ৰঙা কাপোৰ পৰিধান কৰিব। বিদ্যার্থী সকলৰ বাবেও ভাল দিনটো। ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ। শুভসংখ্যা ২।
বৃষ: কর্মক্ষেত্ৰত শত্ৰুৱে প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব। সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। ভ্ৰমণৰ যোগ। শুভ ৰং নীলা। সংখ্যা ৮।
মিথুন: দাম্পত্য জীৱনত শান্তি বিঘ্নিত হ’ব পাৰে। দৈনন্দিন কৰ্মৰ গতি বৃদ্ধিৰ পাব। টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হ’ব। চৰকাৰী চাকৰিৰ ক্ষেত্রত ভাল।
কর্কট: বিদ্যার্থীসকলৰ শুভ। ব্যৱসায় ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। যান-বাহনৰ পৰা সতৰ্ক থাকিব। বন্ধু-বৰ্গৰ পৰা আঁতৰি থকাই ভাল।
সিংহ: আজি সন্ধিয়া গণেশ মন্দিৰত পাঁচটা লাডু দান কৰিব আৰু ধূপ-ধূনা- চাকি বস্তি জ্বলাব। চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব।
কন্যা: গা ধুৱাৰ পাছত ৰঙা কাপোৰ পৰিধান কৰি ওঁ হ্রীং প্রীং খ্রীসূর্যায় নমঃ এই মন্ত্ৰ ২০ বাৰ জপ কৰিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব।
তুলা: সন্তানৰ শাৰীৰিক সমস্যাই চিন্তাত পেলাব পাৰে। ব্যৱসায় সূত্রত আর্থিক উন্নতিৰ যোগ দেখা যায়। বিদ্যার্থীসকলৰ বাবে ভাল। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।
বৃশ্চিক: কর্মক্ষেত্রত ভাল। ফুৰা-চকাৰৰ ক্ষেত্ৰত সাৱধান। প্রেমত শুভ। শাৰীৰিক ক্ষেত্ৰত উন্নতি। ঘৰত আলহীৰ আগমন হ’ব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ১।
ধনু: কোনো বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে। বিবাহৰ যোগ। ব্যৱসায়ৰ ক্ষেত্ৰত অশুভ। প্ৰেমৰ শুভ।
মকৰ চাকৰি ক্ষেত্রত জটিলতাই দেখা দিব। হঠাৎ আঘাত পাব পাৰে। বিদ্যার্থী সকলৰ বাবে ভাল। শুভ ৰং বগা। শুভ সংখ্যা ৮।
কুম্ভ: বিদ্যার্থীৰ শুভ। ৰাজনীতিৰ ক্ষেত্ৰত দিনটো শুভ। যান-বাহনৰ পৰা সাৱধান। ভিক্ষাৰীক দান কৰিব। কর্মক্ষেত্রত জটিলতাই দেখা দিব। শুভৰং হালধীয়া। শুভ সংখ্যা ২।
মীন: সংসাৰৰ প্ৰতি চকু ৰাখক। ঘৰৰ কোনো ব্যক্তি আঘাতপ্রাপ্ত হ’ব পাৰে। চাকৰি ক্ষেত্রত উন্নতি। বিদ্যার্থীসকলৰ বাবে ভাল। প্রেমত অশুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৫।































