Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

    মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

    জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

    অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

৩৫ বছৰৰ আগৰ এটা ভুলে শেষ কৰিলে ৫০ বছৰৰ ৰাজনৈতিক জীৱন

অন্তৰ্বাসৰ আকাৰ সলনিৰ গোচৰত দোষী সাব্যস্ত কেৰেলাৰ বিধায়ক এন্টনি ৰাজু

publisher by publisher
January 9, 2026
in India, News
Reading Time: 1 min read
0
৩৫ বছৰৰ আগৰ এটা ভুলে শেষ কৰিলে ৫০ বছৰৰ ৰাজনৈতিক জীৱন
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Antony Raju:৩৫ বছৰৰ আগৰ এটা ভুলে শেষ কৰিলে ৫০ বছৰৰ ৰাজনৈতিক জীৱন

Antony Raju:✒️প্ৰায় ৩৫ বছৰৰ আগতে সংঘটিত হোৱা এটা ঘটনাই এতিয়া কাল হৈ উঠিল কেৰেলাৰ ৭১ বছৰীয়া বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী এন্টনি ৰাজুৰ । এটা মাদক গোচৰত প্ৰমাণ হিচাপে জমা থকা এটা অন্তৰ্বাসৰ আকাৰ সলনি কৰাৰ অভিযোগ প্ৰমাণিত হোৱাত ইতি পৰিল তেওঁৰ প্ৰায় ৫০ বছৰৰ ৰাজনৈতিক জীৱনৰ।

ADVERTISEMENT

এন্টনি ৰাজু পেছাত এজন আইনজীৱী। আজিৰ পৰা ৩৫ বছৰ পূৰ্বে তেওঁ ড্ৰাগছৰ গোচৰত অভিযুক্ত অষ্ট্ৰেলিয়াৰ এজন নাগৰিকক প্ৰতিনিধিত্ব কৰিছিল। অভিযোগ অনুসৰি বিচাৰৰ সময়ত তেওঁ গোচৰটোৰ গুৰুত্বপূৰ্ণ প্ৰমাণ তেওঁৰ ক্লায়েণ্টৰ আণ্ডাৰৱেৰৰ আকাৰ সলনি কৰিছিল।

ফলত অষ্ট্ৰেলিয়াৰ নাগৰিকজন দোষমুক্ত হ’ল। একেটা গোচৰতে ২০২৬ চনৰ দুই জানুৱাৰীত তিৰুৱনন্তপুৰমৰ নেদুমনগড়ৰ প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ আদালতে ৰাজুক প্ৰমাণ নষ্ট কৰাৰ অভিযোগত তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

এই ৰায়ৰ লগে লগে কেৰালাৰ শাসকীয় এলডিএফ চৰকাৰৰ বিধায়ক হিচাপে তেওঁৰ পদোচ্যুতি ঘটে।লগতে তেওঁ বিধানসভাৰ সদস্য পদো হেৰুৱায় । চলিত বছৰে কেৰেলাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এই বছৰ কেৰালাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, আৰু এই আদালতৰ ৰায়দানে ফলপ্ৰসূভাৱে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ ভাগ্যত ছীল মাৰিছে।

এই গোচৰৰ আন এজন অভিযুক্ত কে জোছকো আদালতে অপৰাধত সহযোগ কৰাৰ অভিযোগত তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়ে। অৱশ্যে উচ্চ আদালতত আবেদন জনাবলৈ ৰাজু আৰু জোছ—দুয়োকে আদালতে এএমাহৰ বাবে জামিন দিয়ে।

এন্টনি ৰাজু কেৰেলাৰ ৰাজনৈতিক দল জনাধিপথ্য কেৰেলাৰ কংগ্ৰেছ (জেকেছি)ৰ নেতা আৰু তিৰুঅনন্তপুৰমৰ বিধায়ক আছিল। জেকেছি এলডিএফৰ সহযোগী দল। ২০১৬ চনৰ ন মাৰ্চত কেৰেলা কংগ্ৰেছ (এম)ৰ পৰা বিভক্ত হৈ এই দলটো গঠন হৈছিল।

২০২১ চনৰ ২০ মেৰ পৰা ২০২৩ চনৰ ২৪ ডিচেম্বৰলৈকে এন্টনি ৰাজুৱে এলডিএফ চৰকাৰত পৰিবহণ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। পাছত মন্ত্ৰীসভাৰ পৰা আঁতৰাই দিয়া হৈছিল যদিও এতিয়ালৈকে বিধায়ক পদ অটুট আছিল। মাদক গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত সেই পদো হেৰালে তেওঁ।

কেৰেলাৰ বিধানসভাৰ সচিবালয়ে পাঁচ জানুৱাৰীত জাৰি কৰা এক বিজ্ঞপ্তিত জনাইছে যে, এটা ফৌজদাৰী গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত এন্টনি ৰাজুক বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰা হৈছে। তেওঁ জনাধিপথ্য কেৰেলাৰ কংগ্ৰেছৰ একমাত্ৰ বিধায়ক আছিল।

কিয় বিধায়ক পথ হেৰুৱালে ৰাজুয়ে?

ঘটনাটোৰ সূত্ৰপাত হৈছিল ১৯৯০ চনৰ ন এপ্ৰিলত। ভাৰতলৈ অহা অষ্ট্ৰেলিয়ান নাগৰিক অ্যান্ড্ৰু সালভাডৰ চার্ভেলিৰ অন্তৰ্বাসৰ ভিতৰত দুটা পেকেটত ৬১.৫ গ্ৰাম মাদক উদ্ধাৰ হয়। তিৰুঅনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

তেতিয়া এন্টনি ৰাজু আইনজীৱী হিচাপে কৰ্মজীৱন আৰম্ভহে কৰিছিল। তিৰুৱনন্তপুৰমৰ অধিবেশন আদালতত সৰু সৰু গোচৰ চম্ভালিছিল। তাতেই ৰাজুৱে এটা গোচৰত ছাৰ্ভেলীৰ অধিবক্তাৰ সহায়ক হিচাপে কাম কৰাৰ সুযোগ পাইছিল।

কিন্তু চাৰ্ভেলিয়ে গোচৰটোত পৰাস্ত হয়। তেওঁক দোষী সাব্যস্ত কৰা হয়। ১৯৯২ চনত তিৰুৱনন্তপুৰমৰ অধিবেশন আদালতে তেওঁক ১০ বছৰৰ কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা বিহাৰ শাস্তি প্ৰদান কৰে।

ইয়াৰ পাছতে কেৰালা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল চাৰ্ভেলি। তাতেই গোচৰটোৰ মূল প্ৰমাণ আৰু আদালতৰ জিম্মাত থকা আণ্ডাৰৱেৰটো পুনৰ উত্থাপন কৰা হয়। যুক্তি দিয়া হৈছিল যে চাৰ্ভেলি মেদবহুল।

কিন্তু আৰক্ষীয়ে প্ৰমাণ হিচাপে দাখিল কৰা আণ্ডাৰৱেৰ আকাৰত বহুত সৰু। গতিকে ইয়াৰ বাবে চাৰ্ভেলিৰ হোৱাটো অসম্ভৱ।

আদালতত চাৰ্ভেলিৰ আণ্ডাৰৱেৰটোৰ ওপৰত ট্ৰাই কৰিবলৈ কোৱা হয়। দেখা গ’ল যে সঁচাকৈয়ে ই চাৰ্ভেলিৰ কঁকালৰ আকাৰতকৈ বহুত সৰু।

এই দৃশ্য দেখি তদন্তকাৰী বিষয়াসকল আৰু চৰকাৰ পক্ষৰ আইনজীবী স্তম্ভিত হৈ পৰে। প্ৰমাণ সলনি কৰাৰ অভিযোগ উঠে।

আনহাতে, প্ৰমাণৰ অভাৱত কেৰালা উচ্চ ন্যায়ালয়ে ১৯৯৩ চনত চাৰ্ভেলীক দোষমুক্ত কৰে।। যদিও আদালতে এই বিষয়টো উপযুক্তভাৱে তদন্ত কৰাৰ আশা প্ৰকাশ কৰিছিল।

মুক্তি পোৱাৰ পাছত চার্ভেলি দেশ এৰি যায়। কিছুদিন পাছতে অষ্ট্ৰেলিয়াত এটা হত্যা গোচৰত তেওঁ গ্ৰেপ্তাৰ হয়। জিজ্ঞাসাবাদৰ সময়ত তেওঁ প্ৰকাশ কৰে যে, ভাৰতত থকা তেওঁৰ পৰিয়ালে আদালতৰ কিছুমান কৰ্মচাৰী আৰু আন লোকক উৎকোচ দি মাদক গোচৰৰ প্ৰমাণ নষ্ট কৰাইছিল।

এই তথ্য অষ্ট্ৰেলিয়ান আৰক্ষীৰ জৰিয়তে ইণ্টাৰপ’ল আৰু ভাৰতীয় তদন্তকাৰী সংস্থাসমূহলৈ প্ৰেৰণ কৰা হয়। তাৰ পাছত গোচৰটো নতুনকৈ তদন্ত আৰম্ভ হয়।

ফৰেনছিক প্ৰমাণৰ ভিত্তিত পোহৰলৈ আহে যে, অন্তৰ্বাসটো নতুনকৈ চি ললাই কৰি আকাৰ সৰু কৰা হৈছিল। তদন্তত প্ৰমাণ হয় যে এই কামত এন্টনি ৰাজু আৰু আদালতৰ কেৰানি জোছ জড়িত আছিল।

দীৰ্ঘ বছৰ ধৰি চলা আইনী প্ৰক্ৰিয়াৰ অন্তত ২০২৬ চনৰ তিনি জানুৱাৰী নেদুমংগদৰ ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেট আদালতে ই এন্টনি ৰাজু আৰু জোছ—দুয়োকেই দোষী সাব্যস্ত কৰি তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে।

উল্লেখযোগ্য যে, ইয়াৰ আগতেও চোৰাচালানৰ গোচৰত এন্টনি ৰাজু দোষী সাব্যস্ত হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Antony Raju
publisher

publisher

Related Posts

জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ
International

October 20, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

October 20, 2026
বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ
India

বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

October 20, 2026
মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম
Assam

মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

October 20, 2026
জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ
International

জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

October 20, 2026
অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ
India

অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

October 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d