Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

Ind Vs SA Test Match in Barsapara Stadium:বিশ্ব ক্ৰিকেটত আজি অসমে ৰচিলে ইতিহাস

প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল টেষ্ট মেচ, বিচিচিআইৰ সভাপতি মিঠুন মানাস আৰু সচিব দেবজিৎ শইকীয়াই বেল বজাই আৰম্ভ কৰিলে মেচ, ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয়খন টেষ্টত ভাৰতক নেতৃত্ব দিলে ঋষভ পন্টে , আঘাতপ্রাপ্তৰ বাবে আঁতৰিল শুভমন গিলৰ

publisher by publisher
November 22, 2025
in Sports
Reading Time: 1 min read
0
Ind Vs SA Test Match in Barsapara Stadium:বিশ্ব ক্ৰিকেটত আজি অসমে ৰচিলে ইতিহাস
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Ind Vs SA Test Match in Barsapara Stadium:

:বিশ্ব ক্ৰিকেটত আজি অসমে ৰচিলে ইতিহাস ৷ প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’ল টেষ্ট মেচ ৷ পুৱা ৯ বজাৰ পৰা ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত আৰম্ভ হোৱা দ্বিতীয়খন তথা অন্তিমখন টেষ্ট মেচ খনত ভাৰতক নেতৃত্ব দিলে ঋষভ পন্টে ৷ উল্লেখ্য যে আঘাতপ্ৰাপ্তৰ বাবে আঁতৰিবলগীয়া হয় শুভমন গিল ৷ চিচিআইৰ সভাপতি মিঠুন মানাস আৰু সচিব দেবজিৎ শইকীয়াই বেল বজাই আৰম্ভ কৰিলে মেচ I শৃংখলাত ২-০ৰ নিৰংকুশ বিজয়ৰ লক্ষ্য দক্ষিণ আফ্ৰিকাৰ বিপৰীতে বৰ্ষাপাৰাত সৰ্বশ্রেষ্ঠ উজাৰি সমতা স্থাপনৰ লক্ষ্য ভাৰতৰ।

ADVERTISEMENT

উল্লেখ্য যে ভাৰতত প্ৰথমবাৰলৈ ১৯৩৩ত টেষ্ট মেচ অনুষ্ঠিত হৈছিল। বোম্বে (এতিয়াৰ মুম্বাই)ৰ জিমখানা ষ্টেডিয়ামত ভাৰত আৰু ইংলণ্ডৰ মাজত সেই টেষ্ট অনুষ্ঠিত হৈছিল। তাৰ ৯২ বছৰৰ পাছত অসমে লাভ কৰিছে প্ৰথমবাৰলৈ টেষ্ট মেচ আয়োজনৰ দায়িত্ব।

পূর্বে মহানগৰীৰ নেহৰু স্টেডিয়ামত আন্তর্জাতিক ক্রিকেট মেচৰ আয়োজন কৰা হৈছিল। যদিও অসম ক্রিকেট সন্থাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ড (বিচিচিআই)ৰ সহযোগত নতুন স্টেডিয়াম বর্ষাপাৰাত নিৰ্মাণ কৰাৰ পাছৰে পৰা সেই ষ্টেডিয়ামতে আন্তর্জাতিক ক্রিকেট মেচৰ আয়োজন কৰি আহিছে। ইতিমধ্যে বর্ষাপাৰাত পুৰুষ-মহিলা উভয়ৰে এদিনীয়া আৰু টি-২০ মেচ অনুষ্ঠিত হৈছে। গুৱাহাটীৰ দৰ্শকে এই স্টেডিয়ামত দেখিছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ এদিনীয়া মেচৰ বেটিং তাণ্ডৱ। এইবাৰ গুৱাহাটীৰ দৰ্শকে এই স্টেডিয়ামত দেখা পাব ধ্রুপদী ক্রিকেট।

উল্লেখ্য যে ২০০৪ৰ জুনত প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈয়ে এই ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ পাছত ২০১৭ৰ ১০ অক্টোবৰত প্ৰাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই স্টেডিয়াম মুকলি কৰে। সেই বছৰতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বর্ষাপাৰাত প্ৰথমখন আন্তর্জাতিক মেচ অনুষ্ঠিত হয়। সেই টি-২০ মেচখনত অৱশ্যে ভাৰতীয় দল পৰাজিত হৈছিল। ইয়াৰ পাছত ২০১৮ৰ ২১ অক্টোবৰত বৰ্যাপাৰাত ভাৰত আৰু বেষ্ট ইণ্ডিজৰ মাজত প্রথমখন এদিনীয়া আন্তর্জাতিক মেচ অনুষ্ঠিত হয়। সেই মেচতে গুৱাহাটীৰ দৰ্শকে উপভোগ কৰিছিল কোহলি আৰু ৰোহিতৰ অনবদ্য শতৰাণ। ইয়াৰ পাছত চলিত বৰ্ষতে বর্ষাপাৰাই প্ৰথমবাৰলৈ মহিলা বিশ্বকাপৰ মেচৰ আয়োজন কৰি ইতিহাস ৰচিছিল। এইবাৰ বর্ষাপাৰাই ৰচিব প্ৰথম টেষ্ট মেচ আয়োজনৰ ইতিহাস। উল্লেখ্য যে সুদীর্ঘ কাল ধৰি বিচিচিআয়ে দেশৰ আগশাৰীৰ চহৰসমূহতে টেষ্ট মেচৰ আয়োজন কৰিছিল। টেষ্টত যিহেতু পাঁচদিন খেল হয়, সেয়ে থকা-খোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন সুবিধাৰ বাবেই আগশাৰীৰ চহৰসমূহক অগ্ৰাধিকাৰ দিয়া হৈছিল। অৱশ্যে বিগত কিছু বছৰৰ পৰা বিচিচিআইৰ দৃষ্টিভংগী সলনি হৈছে। টেস্ট ক্রিকেটৰ প্ৰসাৰৰ বাবেই দ্বিতীয় শাৰীৰ চহৰসমূহতো ক্ৰিকেটৰ এই পাৰস্পৰিক সংস্কৰণৰ আয়োজনৰ সিদ্ধান্ত লোৱা হৈছে।

সেই পদক্ষেপৰ বাবেই শনিবাৰৰ পৰা আৰম্ভ হোৱা টেষ্টখন আয়োজন কৰাৰ সুযোগ লাভ কৰিলে অসম ক্রিকেট সন্থাই। এই ক্ষেত্রত দেৱজিত শইকীয়া বিচিচিআইৰ সচিব পদত অধিষ্ঠিত হোৱাৰ সুবিধাও লাভ কৰিছে অসমে।

উল্লেখ্য যে আজি ৮-৩০ বজাত টছ অনুষ্ঠিত হয় আৰু দুয়োটা দলৰ জাতীয় সংগীতৰ পাছত পুৱা ন বজাত খেল আৰম্ভ হয়। প্রি-মেচ অনুষ্ঠানৰ অংশৰূপে স্টেডিয়ামৰ প্রতিকৃতিত স্বাক্ষৰ কৰিব দুই অধিনায়কে এই উপলক্ষে বিশেষভাবে নির্মিত সোণৰ মুদ্রা দুয়োজন অধিনায়কক উপহাৰ দিয়া হয়। বিচিচিআইৰ সচিব শইকীয়াই খেল আৰম্ভ হোৱাৰ সংকেত দিবলৈ পৰম্পৰাগত ঘণ্টা বজায়।

উল্লেখ্যযোগ্য দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত জুনিয়ৰ ক্ৰিকেটাৰসকলক এক চমু অনুষ্ঠানত ১০টা কিট বেগ প্রদান কৰা হ’ব। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত শোভ বর্ধন কৰিব। লগতে উপস্থিত থাকিব বিচিচিআইৰ সভাপতি মিঠুন মানহাছ, যুটীয়া সম্পাদক প্রভতেজ ভাটিয়া আৰু আইপিএলৰ গৱৰ্ণিং কাউন্সিলৰ সদস্য মামুন মজুমদাৰ।

দক্ষিণ আফ্রিকাই এইবাৰ দুখন টেষ্টৰ শৃংখলা খেলিবলৈ ভাৰতলৈ আহিছে। টেম্বা বাভুমাৰ দলটোৱে ভাৰত ভ্ৰমণ কৰিছে টেষ্টৰ বিশ্ব চেম্পিয়নৰূপে। দক্ষিণ আফ্রিকাৰ টেষ্ট বিশ্বকাপত জয় যে অঘটন নাছিল, সেয়া তেওঁলোকে ইতিমধ্যে প্ৰমাণ কৰিছে কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত শৃংখলাৰ প্ৰথম টেষ্টত। ঘৰৰ মাটিত ভাৰতীয় দল সদায় কঠিন প্রতিপক্ষ। যিহেতু ভাৰতৰ মাটিৰ উইকেট বেটাৰ আৰু স্পীনাৰৰ সহায়ক হয়, সেয়ে অধিকাংশ টেষ্টতে ঘৰুৱা দল সহজে বিজয়ী হয়। অথচ স্পীন উইকেটৰ সুযোগ লৈ ভাৰতকে শোচনীয়ভাবে পৰাস্ত কৰিলে দক্ষিণ আফ্রিকাই। গুৱাহাটীত যদি ভাৰতে জয়লাভ কৰিব নোৱাৰে, তেন্তে সুদীর্ঘ ২৫ বছৰৰ মূৰত দক্ষিণ আফ্রিকাই ভাৰতৰ মাটিত টেষ্ট শৃংখলা কৰিব।

১৯৯৩ৰ পৰা দুই দলৰ মাজত টেষ্ট শৃংখলা অনুষ্ঠিত হৈ আহিছে। অথচ ভাৰতৰ মাটিত দক্ষিণ আফ্রিকাই পূর্বে মাত্র এবাৰেই টেষ্ট শৃংখলাত জয়ৰ সোৱাদ পাইছিল। সেই শৃংখলা অনুষ্ঠিত হৈছিল ১৯৯৯-২০০০ত। প্রয়াত হান্সি ক্ৰ’ণিয়েৰ নেতৃত্বত দক্ষিণ আফ্রিকাই দুখন মেচৰ শৃংখলাটোত ২-০ৰ ব্যৱধানত জয়লাভ কৰিছিল। গুৱাহাটীতো দক্ষিণ আফ্রিকাই জয়ী হ’ব পাৰিলে এইবাৰো দলটোৱে ভাৰতৰ মাটিত ২-০ত শৃংখলা দখল কৰিব। আনহাতে, শৃংখলাত পৰাজয় ৰোধ কৰিবলৈ ভাৰতে বর্ষাপাৰাত জয়ী হ’বই লাগিব। এই ক্ষেত্ৰত অৱশ্যে ভাৰত এক সমস্যাৰ সন্মুখীন হ’ব। কিয়নো ভাৰতীয় দলে নাপাব দলৰ প্ৰধান বেটাৰ তথা অধিনায়ক শুভমন গিলক ডিঙিৰ আঘাতৰ বাবে শুভমনে কলকাতা টেষ্টত মাত্র তিনিটা বল খেলিছিল।

তাৰ পাছত তেওঁ হাস্পতালত ভর্তি হ’বলগীয়া হৈছিল। বুধবাৰে শুভমনে দলৰ স’তে আহি গুৱাহাটীত উপস্থিত হৈছিল। যদিও শুক্ৰবাৰে বিচিচিআইৰ চিকিৎসকে পৰীক্ষা কৰাৰ পছত অধিনায়কে খেলিব নোৱাৰিব বুলি জানিবলৈ দিয়ে শুভমনৰ পৰিৱৰ্তে দলক নেতৃত্ব দিব সহঃ অধিনায়ক ঋষভ পল্টে। কলকাতাত শুভমনৰ অনুপস্থিতিত পন্টে দলক নেতৃত্ব দিছিল যদিও প্ৰথমবাৰলৈ তেওঁ গুৱাহাটীতে পূর্ণ পৰ্যায়ৰ টেষ্ট অধিনায়কৰূপে টছ কৰে ।

অষ্টাদশ শতিকাৰ অন্তিম ভাগৰ পৰাই আৰম্ভ হৈছে টেষ্ট ক্রিকেট। প্রথম অৱস্থাত এই খেল ইংলণ্ড, অস্ট্রেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজতে আবদ্ধ আছিল যদিও লাহে লাহে ব্রিটিছ উপনিবেশসমূহলৈ প্ৰসাৰিত হয়। কেৰিবিয়ান দ্বীপপুঞ্জৰ একাংশ দেশৰে গঠিত ৱেষ্ট ইণ্ডিজ, ভাৰত, নিউজিলেণ্ড আদি দেশেও টেষ্ট খেলাৰ সুবিধা লাভ কৰে। পৰৱৰ্তী সময়ত টেষ্ট খেলিবলৈ লয় পাকিস্তান, শ্রীলংকা আদিয়ে। বিংশ শতিকাৰ ৭০ দশকৰ পৰা ৬০ অভাৰৰ এদিনীয়া মেচৰ প্ৰচলন আন্তর্জাতিক পর্যায়ত হয়। তাৰ পাছত আহিল টি-২০ ক্রিকেট। সোনকালে শেষ হোৱাৰ লগতে মাৰমুখী বেটিং দেখাৰ বাবে সীমিত অভাৰৰ খেলসমূহৰ জনপ্রিয়তা বৃদ্ধি পালেও পাৰস্পৰিক টেষ্টৰ মৰ্যাদা কোনো কালেই হ্রাস পোৱা নাই।

আনকি শচীন তেণ্ডুলকাৰ, ব্রায়ান লাৰা, বিৰাট কোহলিৰ দৰে সীমিত অভাৰৰ মেচত প্ৰচুৰ সাফল্য লাভ কৰা ক্রিকেটাৰেও সদায় টেষ্ট ক্রিকেটক অগ্রাধিকাৰ দি আহিছে। পূর্বে টেষ্ট হৈছিল ছদিন। চতুর্থ দিনটো আছিল বিৰতি। পাছলৈ খেলৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে বিৰতিৰ দিন উঠাই টেষ্ট মেচ পাঁচদিনীয়া কৰা হয়। প্রায় ডেৰশ বছৰীয়া আন্তর্জাতিক ক্রিকেটত অনেক পৰিৱৰ্তন ঘটিছে যদিও টেষ্টৰ মৰ্যাদা যিদৰে হ্ৰাস পোৱা নাই, সেইদৰে স্নান হোৱা নাই ইয়াৰ সৌন্দৰ্যও। পাঁচটা দিনৰ যিকোনো সময়তে খেলৰ গতি সলনি হয় বাবেই এই সংস্কৰণক কোৱা হৈছিল টেষ্ট বা পৰীক্ষা। কাৰণ টেষ্টত খেলুৱৈসকলে দক্ষতাৰ সমান্তৰালকৈ দিব লাগে ধৈৰ্যৰ পৰীক্ষা। সেইবাবেই আজিও আধুনিক যুগৰ ক্ৰিকেটাৰসকলৰো পছন্দৰ সংস্কৰণ হৈছে টেস্ট ক্রিকেট। এই ক্ৰিকেটৰ পাৰস্পৰিক সংস্কৰণেই এইবাৰ আহিছে অসমলৈ। স্বাভাৱিকতেই আজিৰ পৰা অসমৰ ক্রিকেটত এক নতুন দিগন্তৰ সূচনা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: acaBarsapara StadiumBCCIGuwahatiInd Vs SA Test Match
publisher

publisher

Related Posts

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
দেশ-ৰাজ্যৰ বাবে অধিক খ্যাতি কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো

অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

October 8, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d