Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kokrajhar Incident:গৰুচোৰৰ সন্দেহত যুৱকক হত্যাক লৈ অধিক উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি

হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত কাৰিগাঁৱত ওলাই আহিল ৰাইজ, শূন্যলৈ গুলীচালনা আৰক্ষীৰ

publisher by publisher
January 20, 2026
in Assam, Crime
Reading Time: 1 min read
0
Kokrajhar Incident:গৰুচোৰৰ সন্দেহত যুৱকক হত্যাক লৈ অধিক উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

Kokrajhar:হিন্দু লোকৰ ঘৰৰ চোতালত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি কোকৰাঝাৰা নয়াছৰাত

Kokrajhar Situation Update:কোকৰাঝাৰৰ কাৰিগাঁৱত অগ্নিগর্ভা পৰিস্থিতি

Cow Theft Incident In Dibrugarh: বছৰটোৰ দ্বিতীয়টো দিনতেই ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱত আৰক্ষীৰ শূন্যলৈ গুলীচালনা

Kokrajhar Incident:

কোকৰাঝাৰৰ কাৰিগাঁৱৰ গৌৰীনগৰত সোমবাৰে নিশা এক দুর্ঘটনাক কেন্দ্র কৰি সৃষ্টি হোৱা চৰম উত্তেজনাপূর্ণ পৰিস্থিতিত ক্ষুব্ধ ৰাইজৰ আক্রমণত এজন লোক নিহত হোৱাৰ উপৰি আন চাৰিজন আহত হয়। তদুপৰি দুর্ঘটনা সংঘটিত কৰা এখন স্তৰপিঅ’ বাহনত দুর্বৃত্তই অগ্নিসংযোগ কৰাত বাহনখন ভস্মীভূত হয়। নিহত লোকজন হৈছে কোকৰাঝাৰৰ কাজিগাঁও আৰক্ষী থানাৰ অধীনস্থ বাশবাৰী দ্বিতীয় খণ্ডৰ চিকনা জীহালীও বিসমিট (৩২)। অনহাতে, আহতসকল হৈছে ক্রমে কাৰিগাঁৱৰ সমীপৰ ওকং গাঁৱৰ মহেশ মুর্মু (৫০), সুনীল মুর্মু (৪০), অষ্ঠাইগীলা গাঁৱৰ পিতা-পুত্র ক্রমে প্রভাত ব্রহ্ম (৫০) আৰু যুগীৰাজ ব্রহ্ম (১৭)।

ADVERTISEMENT

ইয়াবে প্রভাত ব্রহ্মৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে সদৰী কৰে । অগ্নিসংযোগৰ ফলত দাও দাওকৈ জুলি সম্পূর্ণরূপে ভস্মীভূত হয় স্বৰপিত’ বাহনখন।

নিশা প্রায় ৭-৩০ মান বজাত সংঘটিত হোৱা এক দুর্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শর্মাই জনোৱা মতে, দুর্ঘটনাৰ বিষয়ে অৱগত হৈ কৰিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীত জ্বলন্ত অবস্থাত প্রত্যক্ষ কৰে গাড়ীখন। ইতিমধ্যে ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে বুলি সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

ঘটনাৰ বিৱৰণি অনুসৰি ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰে আওদাং বজাৰলৈ যোৱা পথছোৱা নিৰ্মাণৰ বাবে ঠিকা লাভ কৰিছিল প্রতিষ্ঠিত ঠিকাদাৰ বৰোন্দা বসুমতাৰীয়ে। সম্প্রতি কাম বন্ধ হৈ আছিল আৰু শিবিৰত থকা সা-সামন্ত্রী আনিবলৈ বসুমতাৰীৰ জোঁৱায়েক চিকনা জাহালাও বিসমিটে প্রভাত আৰু যোগীৰাজ ব্ৰহ্মক লগত লৈ গৈছিল। কৰ্মস্থলীৰ পৰা সামগ্ৰী লৈ উভতি অহাৰ পথত গৌৰীনগৰত এক পথ দুর্ঘটনা সংঘটিত হয়। ফলত দুজন লোক আহত হয়। এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ উত্তেজিত হয় আৰু স্কৰপিঅ’ বাহনখনলৈ শিল নিক্ষেপ কৰে পৰিস্থিতি ক্রমশঃ অতি শোচনীয় হৈ পৰে আৰু বাহনত থকা আৰোহীসকলক নির্মমভাৱে প্ৰহাৰ কৰে উন্মত্ত জনতাই আৰু বাহনখন জ্বলাই দিয়ে। পৰিস্থিতি সম্প্রতি উত্তপ্ত হৈ আছে। এক সূত্রই প্ৰকাশ কৰা অনুসৰি, উক্ত অঞ্চলটোত শেহতীয়াভাৱে গৰু চুৰিৰ একাধিক ঘটনা সংঘটিত হৈছে। সোমবাৰে তেনে এক উদ্দেশ্য লৈয়ে উক্ত লোক সকল এই অঞ্চলত উপস্থিত হোৱা বুলি সৃষ্টি হোৱা সন্দেহৰ পৰিণতিত এই হিংসাত্মক ঘটনা সংঘটিত হোৱা বুলি সূত্রটোৱে আঙুলিয়াই দিয়ে।

ইপিনে, কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইহলাৰীয়ে আহতসকল চিকিৎসাধীন হোৱা কোক্ৰাঝাৰ মেডিকেল কলেজ হাস্পতাললৈ যায়। তেওঁ পৰিস্থিতিৰ বুজ লয় আৰু শান্তি-সম্প্রীতি বজাই বাখিবলৈ সকলো পক্ষকে আহ্বান জনায়।

আনহাতে মঙলবাৰে পুৱাৰে পৰা পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত কাৰিগাঁৱত ওলাই আহিল ৰাইজ । ক্ষুব্ধ ৰাইজক আৰক্ষীয়ে নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও আৰক্ষীক ফেপেৰি পাতি ধৰে ৷ ৰাজপথত টায়াৰ জ্বলোৱাৰ লগতে কে’বাটাও বাসগৃহ জ্বলাই দিয়ে ৷ পৰিস্থিতি অগ্নিগৰ্ভা হৈ পৰাৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত শীৰ্ষ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণত নামি পৰিছে ৷ বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Blank FireKokrajhar Incidentkokrajhar policeOne Person Dead
publisher

publisher

Related Posts

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

September 1, 2026
Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

August 29, 2026
R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা
Crime

Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d