Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Microfinance:মাইক্র’ফাইনেন্স: অনাদায় ঋণৰ ধন বিচাৰি ঘৰে ঘৰে বেংকৰ বিষয়া-কৰ্মচাৰী

মুখ্যমন্ত্ৰীৰ আশ্বাসত ভোল গৈ কিস্তি পৰিশোধ নকৰাত চক্রবৃদ্ধি হাৰত সুত বৃদ্ধি হৈ অনাদায় ধনৰ পৰিমাণ পাঁচ-ছগুণ হ'ল

publisher by publisher
January 21, 2026
in Assam
Reading Time: 1 min read
0
Microfinance:মাইক্র’ফাইনেন্স: অনাদায় ঋণৰ ধন বিচাৰি ঘৰে ঘৰে বেংকৰ বিষয়া-কৰ্মচাৰী
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

Union Minister Pabitra Magherita at Titabar:গৌৰৱ গগৈ ৰাজপুত্ৰ আৰু ভাস্কৰজ্যোতি বৰুৱা চাহাব মানুহ : পবিত্ৰ মাঘেৰিটা

BJP Candidate Dhiraj Gowala campening at Titabar:তিতাবৰত কংগ্ৰেছৰ দুজন প্ৰাৰ্থী আছে। এজন প্ৰাণ কুৰ্মী আৰু অন্যজন ভাস্কৰজ্যোতি বৰুৱা : ধীৰাজ গোৱালা

Microfinance:

মাইক্ৰ’ফাইনেন্সৰ ঋণ গ্ৰহণকাৰী ৰাজ্যৰ হেজাৰ হেজাৰ মহিলালৈ আইনী জাননীৰ পাছত এইবাৰ ঋণৰ অনাদায় ধন বিচাৰি ঘৰে ঘৰে অভিযান চলিছে মাইক্র’ফাইনেন্স কোম্পানীৰ বিষয়া-কৰ্মচাৰীৰ। মঙলবাৰে যোৰহাটৰ তিতাবৰ বিধানসভা সমষ্টিত বহু মহিলাৰ ঘৰত মাইক্ৰ’ফাইনেন্স কোম্পানীৰ বিষয়া-কৰ্মচাৰী উপস্থিত হৈ শীঘ্রে ঋণৰ অনাদায় হৈ থকা ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। লোক আদালতৰ পৰা ঋণৰ কিস্তি আদায়ৰ জাননী অহাৰ পাছতে এইবাৰ ঘৰে ঘৰে এইদৰে বিষয়া-কর্মচাৰী উপস্থিত হোৱাত সংশ্লিষ্টসকলৰ মাজত হাহাকাৰ লাগিছে। নাম প্রকাশত অনিচ্ছুক কে’বাগৰাকী মহিলাই সদৰী কৰা অনুসৰি, তেওঁলোকৰ ঘৰত মঙলবাৰে বন্ধন বেংকৰ বিষয়া উপস্থিত হৈ শীঘ্ৰে ঋণৰ কিস্তি আদায় দিবলৈ নির্দেশ দিয়ে। লগতে কয় যে তেওঁলোকে ২০১৯ত বন্ধন বেংকৰ পৰা ঋণ গ্রহণ কৰিছিল যদিও সম্পূর্ণ কিস্তি আদায় দিবলৈ সক্ষম হোৱা নাছিল। পাছত ২০২১ৰ বিধানসভা নিৰ্বাচনৰ সময়ত তদানীন্তন বিত্ত মন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই মহিলাসকলে এই ঋণৰ কিস্তি দিব নালাগে, সকলো ৰেহাই দিব বুলি কৈছিল। এই আশ্বাসক বিশ্বাসত লৈ ঋণৰ কিস্তি আদায় দিয়া নহ’ল; কিন্তু আজি কিছুদিন আগতে আদালতৰ পৰা জাননী অহাৰ পাছত বেংকৰ মানুহ ঘৰত উপস্থিত হৈছে বুলি তেওঁলোকে কয়।

ADVERTISEMENT

উল্লেখ্য যে মাইক্ৰ’ফাইনেন্সৰ ঋণ গ্ৰহণকাৰী মহিলা সকলক সকাহ প্ৰদান কৰাটো বিজেপিৰ অন্যতম নির্বাচনী প্রতিশ্রুতি আছিল। নির্বাচনী সভাসমূহত মহিলাসকলে লোৱা ঋণ সম্পূৰ্ণৰূপে ৰেহাই দিয়া হ’ব বুলি ড° শৰ্মাই ঘোষণা কৰিছিল। চৰকাৰ গঠন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই ঘোষণা কৰে যে ২০২১ৰ ৩১ মাৰ্চৰ আগত লোৱা সকলো ঋণ চৰকাৰে মাৰি দিব। এই সন্দৰ্ভত কে’বাটাও চৰকাৰী কাৰ্যসূচীও ৰূপায়ণ কৰিছিল। ৰাজ্যৰ মহিলাসকলেও মুখ্যমন্ত্ৰীৰ এই ঘোষণাত কিছু সকাহ লাভ কৰিছিল; কিন্তু হঠাৎ বিগত বৰ্ষৰ মাজভাগৰ পৰা লোক আদালতৰ পৰা বহু মহিলাই আইনী জাননী লাভ কৰে। এতিয়া ঋণৰ অনাদায় ধন বিচাৰি বেংকৰ বিষয়া-কৰ্মচাৰী ঘৰে ঘৰে উপস্থিত হোৱাত মহিলাসকল চিন্তিত হৈ পৰিছে। আনকি ধন বিচাৰি ঘৰলৈ যোৱা বেংকৰ বিষয়া-কৰ্মচাৰীৰ আগত ভুক্তভোগী মহিলাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ চতুৰালিত ভোল গৈ ঋণৰ কিস্তি পৰিশোধ নকৰাত আজি চক্রবৃদ্ধি হাৰত সুত বৃদ্ধি হৈ অনাদায় ধনৰ পৰিমাণ পাঁচ-ছণ্ডণ হৈছে।

ইফালে, কেৱল তিতাবৰতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঋণৰ কিস্তি বিচাৰি বেংকৰ বিষয়া-কর্মচাৰীয়ে মহিলাসকলক হাৰাশাস্তি কৰি অহাৰ অভিযোগ তুলিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে এটা সময় আছিল বিজেপি নেতাসকলে ডিঙিৰ সিৰ ফুলাই ফুলাই মহিলাসকলক কৈছিল যে মাইক্ৰ’ফাইনেন্সৰ ঋণৰ কিস্তি বিচাৰি আহিলে দিব নালাগে। বেছি হাৰাশাস্তি কৰিলে কিস্তি বিচাৰি অহা বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে থানাত এজাহাৰ দিবলৈও আহ্বান জনাইছিল। ইয়াক বিশ্বাসত লৈ মহিলাসকলে কিস্তি প্রদান নকৰি এতিয়া বিপদত পৰিছে।

২০২১ৰ নিৰ্বাচনৰ সময়ছোৱালৈ যদি চোৱা যায়, বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা, ৰাতাবাৰী, গোলাঘাট, মেৰাপানী, শিৱসাগৰকে ধৰি প্রত্যেকখন সভাত কৈছিল যে অসমৰ মহিলাসকলৰ মাইক্ৰ’ফাইনেন্স ঋণ চৰকাৰ গঠন কৰিয়েই মাফ কৰি দিয়া হ’ব। তেওঁ জানিছিল যে সেই সময়ত গ্রামাঞ্চলৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছিল মহিলাসকল মাইক্র ‘ফাইনেন্স ঋণত ঋণগ্রস্ত হৈ আছিল। কৃষক মুক্তিৰ নেতাজনে কয়, ‘হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাৰ মন জয় কৰিবলৈ এটা ডাইলগ কৈছিল যে বিজেপিক ভোট দিয়ক সকলো মাইক্র ‘ফাইনেন্সৰ ঋণ ৰেহাই কৰি দিব। সেই সময়ত তেওঁ বিত্তমন্ত্রী আছিল আৰু এই প্রতিশ্রুতিৰে ক্ষমতা দখল কৰি মুখ্যমন্ত্রী আসনত বহাৰ পাছত ওলোটা খৰ মাৰি ড° শৰ্মাই কয় যে অসমৰ ২২ হেজাৰখন গাঁৱত মহিলাসকলে মুঠ ১২,৫০০ কোটি টকাৰ ঋণ লৈ ৰাখিছে। ইমান পৰিমাণৰ ঋণ আমি পৰিশোধ কৰিব নোৱাৰো, যদি পৰিশোধ কৰো চৰকাৰ ভাঙি যাব।’

কৃষক মুক্তিয়ে তীব্র হেঁচা প্রয়োগ কৰাৰ পাছত মুখ্যমন্ত্রী ড° শৰ্মাই এখন নাটক ৰচনা কৰিলে বুলি মন্তব্য কৰি শইকীয়াই কয়, ‘মুখ্যমন্ত্রীয়ে ক’লে যে যিসকল মহিলাই ঋণৰ কিস্তি আদায় দি আছিল, তেওঁলোকক উদগনি আৰু সকাহ আঁচনি-২০২১ৰ নামত ২৫ হেজাৰ টকাকৈ দিয়া হ’ব আৰু কেইগৰাকীমান মহিলাক দিলেও। সেইধৰণে তেওঁলোকে ১২,৫০০ কোটি টকাৰ ভিতৰত দুহেজাৰ কোটি টকাহে আদায় দিলে। ১০,৫০০ কোটি আজিৰ দিনটোতো ঋণ ৰেহাই কৰিবলৈ বাকী থাকি গ’ল। ইয়াৰ পাছতে পঞ্চায়ত নিৰ্বাচনৰ সময়ত বিষয়টোৱে ব্যাপক চর্চা লাভকৰাত কথা গম্ভীৰ দেখি মুখ্যমন্ত্ৰীয়ে পুনৰ এখন নাটক ৰচনা কৰি ক’লে যে ৫০ হেজাৰলৈ ঋণ থকাসকলক ৰেহাই দিব আৰু ইয়াৰ পাছতে কেইখনমান চেক দিলে।’

কৃষক মুক্তিৰ সাধাৰণ সম্পাদকজনে মুখ্যমন্ত্রীক প্রশ্ন কৰি কয়, ‘আপুনি ২০২১ৰ নিৰ্বাচনৰ আগতেই কৈছিল যে কোনেও কিস্তি দিব নালাগে, সকলো চৰকাৰে দিব। আপোনাৰ কথা শুনি ২০-২৫ হেজাৰ দিবলৈ থকা মহিলাসকলেও কিস্তি পৰিশোধ নকৰাত আজি চক্রবৃদ্ধি সুত লাগি সেই ঋণ এক লাখ টকা পর্যন্ত হ’ল। এতিয়া কেনেকৈ সেই ঋণ মহিলাসকলে পৰিশোধ কৰিব? আপুনি মহিলাসকলক বিপদত পেলালে, সেয়ে যিকোনো উপায়েৰে লাগিলে পত্নীৰ মাটি বিক্ৰী কৰি হ’লেও ঋণ ৰেহাই দিবই লাগিব।’ লগতে শইকীয়া কয়, ‘আপোনালোকে যে ২০২০ত এখন আইন আনি থৈছে, এই আইনখনত স্পষ্টকৈ লিখা আছে কোনো মাইক্র ‘ফাইনেন্স কোম্পানীয়ে ঘৰত গৈ টকা বিচাৰি দাদাগিৰী কৰিব নোৱাৰিব। দিব নোৱাৰা মহিলাৰ ওপৰত বেংকে জৰিমনা লগাব নোৱাৰিব; কিন্তু হেজাৰ হেজাৰ মহিলালৈ আইনী জাননী অহাৰ পাছত এতিয়া মাইক্র’ফাইনেন্স কোম্পানীৰ বিষয়া-কৰ্মচাৰী ঘৰে ঘৰে গৈ অনাদায় ধন বিচাৰিছে। আজি তিতাবৰৰ জালুকনিবাৰীৰ বহু পৰিয়ালৰ ঘৰত মাইক্ৰ’ফাইনেন্স কোম্পানীৰ বিষয়া-কর্মচাৰী গৈ উপস্থিত হৈছে। কেৱল তাতে নহয়, ৰাজ্যৰ আন প্রান্ততো হাৰাশাস্তি কৰা হৈছে। এই মহিলাসকলৰ এতিয়া কি হ’ব?’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MicrofinanceTitabar
publisher

publisher

Related Posts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d