Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: শক্তিৰ ক্ষমতাৰ অপব্যৱহাৰ নকবিৰ। মাটি-বাৰী লাভ। মনৰ পৰা জেদ ভাব ত্যাগ কৰিব। শুভ ৰং নীলা। অশুভ ৰং ৰঙা। শুভ সংখ্যা ৪।
বৃষ: যান-বাহনত সাৱধান। পুৰণি শত্ৰুৱে সুযোগ ল’ব পাৰে। পুৰণি ৰোগত কষ্ট পাব পাৰে। মূল্যবান সম্পদ লাভ। শুভ ৰং মুগা। অশুভ ৰং ক’লা। শুভ সংখ্যা ৫।
মিথুন: আপোনাৰ সৰলতাৰ আনে সুযোগ লৈ আঘাত কৰিব পাৰে। সৎ চিন্তা কৰিব। বিদেশ ভ্রমণৰ যোগ। শুভ ৰং বগা। অশুভ ৰং কমলা। শুভ সংখ্যা ৫।
কর্কট: নিজক গুৰুত্ব দিয়ক। বেপাৰ-বাণিজ্যত ধন লাভ। পুৰণি বন্ধুৰ স’তে মিলন হ’ব। প্ৰেমত শুভ। শুভ ৰং সোণালী। অশুভ ৰং নীলা। শুভ সংখ্যা ৪।
সিংহ: মনত সৎ সাহস বৃদ্ধি। বিদ্যাত মধ্যম। পিতৃ-মাতৃৰ পৰা মৰম-স্নেহ লাভ। প্রেমত শুভ। শুভ ৰং ক’লা। অশুভ ৰং আকাশী। শুভ সংখ্যা ৩।
কন্যা: যান-বাহনত সাৱধানতা অৱলম্বন কৰিব। পিতৃ-মাতৃৰ শাৰীৰিক অসুস্থতাৰ বাবে চিন্তা থাকিব। প্রেমত শুভ। শুভ ৰং মেৰুণ। অশুভ ৰং সোণালী। শুভ সংখ্যা ৯।
তুলা: ভ্রমণত কষ্ট। মানসিক অশান্তি দূৰ হ’ব। আয়-ব্যয় সমতা ৰক্ষা কৰক। আকস্মিক খৰচ বৃদ্ধি হ’ব পাৰে। শুভ ৰং গুলপীয়া। অশুভ ৰং ক’লা। শুভ সংখ্যা ৭।
বৃশ্চিক: বন্ধুৰ পৰা সহায় পাব। ভ্রাতৃ-ভগ্নীক কষ্ট নিদিব। শত্রু কমিব। ৰক্তচাপত ভুগিব পাৰে। শুভ ৰং নীলা। অশুভ ৰং হালধীয়া। শুভসংখ্যা ৪।
ধনু: মনৰ পৰা ভয়ভাব দূৰ হ’ব। অভিনয়ত সুনাম বৃদ্ধি, ভ্রমণত শুভ। বিদ্যাৰ ক্ষেত্ৰত শুভ। শুভ ৰং বেঙুনীয়া। অশুভ ৰং ৰঙা। শুভ সংখ্যা ২
মকৰ: আত্মবিশ্বাস বৃদ্ধি। শুভাকাংক্ষীৰ ওপৰত সন্দেহ নকৰিব। খৰচৰ মাত্রা বৃদ্ধি। প্রেমত শুভ। শুভ ৰং ক’লা। অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ১।
কুম্ভ: উৎকণ্ঠা কমিব। কৰ্মৰ দ্বাৰা ভাগ্য পৰিৱৰ্তন। মাতৃৰ শুভ। আয়-ব্যয় সমতা ৰাখিব। শুভ ৰং কমলা। অশুভ ৰং নীলা। শুভ সংখ্যা ৩।
মীন: আনে ভুল পথে নিব পাৰে। অৰ্থ লাভ। ভ্ৰমণ কৰিব পাৰে। পূৰ্বৰ অৱস্থাৰ পৰিৱৰ্তন হ’ব। প্রেমত শুভ। শুভ ৰং মাটীয়া, অশুভ ৰং ক’লা। শুভ সংখ্যা ৪।































