Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

দিনটোৰ ৰাশিফল

publisher by publisher
February 8, 2026
in Horoscope
Reading Time: 1 min read
0
দিনটোৰ ৰাশিফল
1
SHARES
9
VIEWS
ShareShareShareShare

Horoscope:✒️মেষ: বন্ধু-বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব। কোনো নভবা প্রসংগই আমনি দিব পাৰে। বিদ্যাৰ চেষ্টাত সুফল। শুভৰং সেউজীয়া।

ADVERTISEMENT

বৃষ: উন্নত পৰিৱেশ অনুভৱ। বিদ্যাত চিন্তিত দেখা যায়। কর্মস্থানত শুভ। আর্থিকত মধ্যম। শুভ ৰং ৰঙা।

RelatedPosts

Today’s Horoscope:দিনটোৰ ৰাশিফল

Today’s Horoscope:দিনটোৰ ৰাশিফল

Today’s Horoscope:দিনটোৰ ৰাশিফল

মিথুন: কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয় কর্ম সম্পাদিত হ’ব। শৰীৰ ভালে নাযাব পাৰে। যোগাযোগত আশানুৰূপ ফল পোৱাত কষ্ট পাব। শুভ ৰং গুলপীয়া।

কর্কট: ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ অশান্তি দেখা যায়। দাম্পত্যতো তেনে আভাস আছে। শৰীৰ মধ্যম। বন্ধু-বান্ধৱৰ সংবাদত সুখ। শুভ ৰং কমলা।

সিংহ: পাৰিবাৰিক কাৰণত মনটো ভালে নাথাকিব। শৰীৰ পূৰ্বৰ তুলনাত শুভ। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যত কিছু চিন্তা থাকিব। শুভ ৰং বগা।

কন্যা: উৎকণ্ঠাৰ দিন হ’লেও আপুনি দৃঢ়তা ৰাখক। আনৰ ওপৰত নিৰ্ভৰ কৰা বৰা সন্তুষ্ট নহ’ব। বিদ্যার্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক। ব্যৱসায়ত মধ্যম। প্রেমত আনন্দ। শুভ ৰং হালধীয়া।

তুলা: কৰ্মত তৎপৰতা থাকিব। কিন্তু শৰীৰো ভালেৰে নাযাব পাৰে। পঢ়া-শুনাতো বেয়া নহ’ব। প্রেম-প্রীতিত উচিত কথাত বাধা। বিয়াৰ সংকেত। শুভ ৰং মুগা

বৃশ্চিক: প্রাপ্য ধন আদায়ৰ সুযোগ পাব। কর্মক্ষেত্রত আকস্মিক কোনো বাধা সুচিত হ’ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সুফল আশা কৰিব পাৰে। প্রেমত আবেগ। শুভ ৰং নীলা।

ধনু: জ্ঞাতি-কুটুম্বৰ বাবে কোনোৰ মনত সন্দেহ হ’ব পাৰে। বন্ধুৰ সহায়। প্রেম-প্রীতি চলোৱা সকলে বিবাহৰ কথা ভাবিব পাৰে। ঘৰুৱা মধ্যম। শুভ ৰং বেঙুনীয়া।

মকৰ: আজি বহুক্ষেত্রত মজলীয়া ফল আশা কৰিব পাৰে। বিদ্যাতো তদনুৰূপ। আর্থিকত যোগাযোগ কৰিলে উপকৃত হ’ব পাৰে। বিদ্যাতো কম যদিও ব্যস্ততা থাকিব। শুভ ৰং ক’লা।

কুম্ভ: শৰীৰ আৰু পৰিৱেশত খুব এটা ভাল প্ৰভাৱ নাই। দুশ্চিন্তা থাকিব। কিন্তু সামগ্রিক ফলত কষ্ট নাপাব। দায়িত্বপূর্ণ কামত সক্রিয় সহযোগ হয়তো দিব নোৱাৰিব। বিদ্যাত উৎসাহ। শুভ ৰং চিলভা।

মীন: আগবেলা কোনো ক্ষেত্ৰত নিৰাশ হ’ব পাৰে। অৱশ্যে পিছবেলা তাৰ কিছু ওলোটা ফল দেখিব। প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে থাকিব। শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব। শুভ ৰং সোণালী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Horoscope
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 26, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 25, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 24, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 23, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 22, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d