Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অনুকৰণীয় দৃষ্টান্ত দেখুৱালে যোগী আদিত্যনাথৰ চৰকাৰে

publisher by publisher
February 12, 2026
in India, News
Reading Time: 1 min read
0
অনুকৰণীয় দৃষ্টান্ত দেখুৱালে যোগী আদিত্যনাথৰ চৰকাৰে
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰপ্ৰদেশত ভয়াবহ দুৰ্ঘটনা, যমুনাত ডুবিল নৌকা; সন্ধানহীন ছয়জন

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

Uttar Pradesh:✒️বৃক্ষ সংৰক্ষণৰ ক্ষেত্ৰত এক অনুকৰণীয় দৃষ্টান্ত দেখুৱালে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে। ৰাজ্যখনৰ চৰকাৰে ৯৪৮ জোপা গছক জীৱন্ত ঐতিহ্যৰূপে ঘোষণা কৰিছে। ইয়াৰ দ্বাৰা ৰাজ্যখনে ঐতিহ্যক সংগ্রহালয়ত নহয়, মাটিত মূল ধৰি ঐতিহা সংৰক্ষণৰ উদাহৰণ দেখুৱাইছে। উল্লেখ্য যে গছক জীবন্ত ঐতিহা ঘোষণা কৰা উত্তৰ প্রদেশেই হৈছে দেশৰ প্ৰথমখন ৰাজ্য। শ শ বছৰ ধৰি সময়ৰ উত্থান-পতনৰ সাক্ষী হৈ অহা এই ন শতাধিক গছক ৰাজ্য চৰকাৰে জীৱন্ত ঐতিহ্য বুলি জাননীৰ জৰিয়তে ঘোষণা কৰিছে।

ADVERTISEMENT

অতীতৰ বহু সাম্রাজ্যৰ উত্থান-পতন, বিপ্লৱ তথা সাধাৰণ লোকৰ জীৱনৰ নীৰৱ সাক্ষী হৈছে এই গছসমূহ। এই কে’বাশ বছৰ পুৰণি গছসমূহক জীৱন্ত ঐতিহ্য ঘোষণাৰ ধাৰণা উদ্ভাৱন কৰে স্বয়ং মুখ্যমন্ত্রী যোগী আদিত্যনাথে। ২০১৯ত প্রথমে তেওঁ এই ধাৰণাৰ বিষয়ে সদৰী কৰে। তেতিয়া ৰাজ্য চৰকাৰে বাৰ্ষিক এক গছ ৰোপণ কাৰ্যসূচী হাতত লৈছিল।

উক্ত বছৰৰ নৱেম্বৰত চৰকাৰে কে’বাশ বছৰ পুৰণি গছ-গছনি চিনাক্তকৰণৰ বাবে এক স্পষ্ট কাৰ্যসূচী ঘোষণা কৰে। এই কাৰ্যসূচীৰ আধাৰত বন আৰু আন অঞ্চলত পুৰণি গছ চিনাক্তকৰণৰ প্ৰক্ৰিয়া হাতত লোৱা হয়। অৱশ্যে ২০২০তহে এই কাম বাস্তৱত আৰম্ভহয়। ইয়াৰ পাছৰ বছৰৰ আঠ জুলাইত প্ৰথমবাৰৰ বাবে ৯৪৮ জোপা গছক কে’বাশ বছৰ পুৰণি গছৰূপে ৰাজ্য চৰকাৰে জাননী জাৰি কৰে।

এই তালিকাত আৰু এনে গছ সংযোজনৰ সম্ভাৱনা ব্যক্ত কৰে চৰকাৰী বিষয়াবৰ্গই। এই ব্যৱস্থাৰ অধীনত ৰাজ্যখনৰ ৰাজ্যিক জৈৱ বৈচিত্র্য ব’র্ডে অনা-বনভূমি অঞ্চলত ঐতিহ্য গছ ঘোষণা কবে। একেদবে বন বিভাগক বনাঞ্চলৰ ঐতিহ্য গছ ঘোষণাৰ দায়িত্ব দিয়া হৈছে। কে’বাশ বছৰ পুৰণি গছ চিনাক্তকৰণত বিভিন্ন উৎসৰ তথ্যৰ সহায় লোৱা হয়।

জিলাসমূহত জৈৱ বৈচিত্র্য ব্যবস্থাপনা সমিতিসমূহে তালিকা প্ৰেৰণ কৰে। এই তালিকাসমূহত বন বিভাগৰ মাণ্ডলিক বিষয়াসকলে অনুমোদন জনাবলগীয়া হয়। এই ক্ষেত্রত জৈৱ বৈচিত্র্য ব’র্ডে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ বন্যপ্রাণী বিজ্ঞান প্রতিষ্ঠানকো ব্যাপক ক্ষেত্রভিত্তিক অধ্যয়নৰ বাবে নিয়োজিত কৰিছে। ২০২০ৰ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈ কৰ’না মহামাৰীৰ সময়ছোৱাত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ বন্যপ্রাণী বিজ্ঞান প্রতিষ্ঠানৰ দলে ৰাজ্যখনৰ ৭৫ খন জিলাতে অধ্যয়ন কৰে।

এই অধ্যয়ন সম্পর্কত উক্ত প্রতিষ্ঠানৰ সমন্বয়ক অধ্যাপক অনিতা কান্নৌজিয়াই কয়, ‘স্থানীয় লোক, বন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জিলা প্ৰশাসনৰ সহায়ত আমি অনা-বনভূমি অঞ্চলত ঐতিহ্য গছ বিচাৰি সন্ধান কৰো। এনে অধ্যয়নৰ সময়ত আমি মালিহাবাদৰ মাঝিপুৰাত এজোপা প্রাচীন বটগছ উদ্ধাৰ কৰো। তিনি হেক্টৰ ভূমি আগুৰি থকা এই বটগছজোপা কে’বাশ বছৰ পুৰণি বুলি ধাৰণা কৰা হৈছে। গছজোপাৰ নাম স্থানীয় লোকে ‘হৰিবংশ বাবা’ ৰাখিছে।’ এই অধ্যয়নৰ সময়ত এনে বহু গছৰ সন্ধান পোৱা যায় বুলিও তেওঁ জনায়। এই সম্পর্কত অৱসৰপ্ৰাপ্ত বন বিষয়া এ কে পল্টে কয়, ‘এই গছবোৰ কেৱল এক পঞ্জীয়ন বহীৰ বিষয়বস্তু নহয়। প্রতিজোপা গছেই একোটা কাহিনীত পৰিণত হৈছে। অৱশ্যে চূড়ান্ত তালিকাত সকলো গছেই স্থান লাভ কৰা নাই।’

এই ন শতাধিক গছৰ বহুতৰ স’তে দেশৰ ইতিহাসো খোদিত হৈ আছে। উদাহৰণ স্বৰূপে এই তালিকাত স্থান লাভ কৰা উল্টা কিলাৰ পাৰিজাত গছজোপা। এই গছজোপাৰ বিষয়ে সপ্তম শতিকাত ভাৰত ভ্ৰমণ কৰা চীনা পৰিব্রাজক হিউবেনচাঙেও উল্লেখ কৰি গৈছে। এই গছজোপা প্রয়াগৰাজৰ সংগমৰ ওচৰতে অবস্থিত। লক্ষ্যণীয়ভাবে এই কে’বাশ বছৰ পুৰণি গছসমূহৰ বয়স বিজ্ঞানীসকলেও সঠিককৈ নিৰ্ধাৰণ কৰিবলৈ সক্ষম হোৱা নাই। তৎসত্ত্বেও বিজ্ঞানীসকলে ধাৰণা কৰিছে যে এই গছসমূহৰ মাজত ১৩শ বছৰ পুৰণি গছো আছে। এনে শশ বছৰ পুৰণি গছক হিন্দু-মুছলমান উভয়ে উপাসনা কৰে। প্রায়ে এই লোকসকলে এনে এজোপা গছক জীৱন্ত জীৱাশ্ম বুলিও আখ্যা দিয়ে।

এই সম্পর্কীয় এজোপা গছৰ বৰ্ণনা থকা চৰকাৰী টোকাত গছজোপাৰ কথাৰে কোৱা হৈছে, ‘বিজ্ঞানীসকলে মোৰ বয়স কিমান ক’বলৈ সক্ষম হোৱা নাই; কিন্তু মই ১৩শ বছৰ পুৰণি। সময়ৰ অগ্ৰগতিৰ লগে লগে মই ২১ মিটাৰ উচ্চতা লাভ কৰো আৰু মোৰ কিছুমান শাখাই বিশাল ভূমিক আগুৰি ধৰিছে। মোক হিন্দু-মুছলিম উভয়ে সম্মান জনায়।’ এই সম্পর্কত প্রাক্তন বন বিষয়া পন্টে লগতে কয়, ‘ঐতিহ্য গছসমূহ হৈছে স্থানীয় লোকে কেনেদৰে বছৰৰ পাছত বছৰ ধৰি পুৰণি গছসমূহক সংৰক্ষণ কৰি আহিছে, তাৰ এক জীৱন্ত উদাহৰণ। স্থানীয় লোকৰ সহায় অবিহনে এই গছবোৰ ইমান বছৰ জীৱিত নাথাকিলেহেঁতেন।’

এই ঐতিহ্য গছৰ সন্ধানৰ অধ্যয়নৰ সময়ত ফাতেহপুৰত এজোপা শতিকা বছৰ পুৰণি তেতেলী গছ উদ্ধাৰ হয়। এই তেতেলী জোপা ইতিহাসৰ এক কৰুণ ঘটনাৰ সাক্ষী। চিপাহী বিদ্ৰোহৰ ব্যৰ্থতাৰ পাছত ১৮৫৮ৰ এপ্ৰিলত এই গছজোপাৰ ডালত ৫২ জন স্বাধীনতা সংগ্রামীক ফাঁচি দিয়া হয়। আনহাতে, বৃন্দাৱনত উদ্ধাৰ হোৱা চাৰিজোপা ঈৰাক গছে ভগৱান কৃষ্ণ আৰু গোপীসকলৰ ৰাসলীলাক প্রতিনিধিত্ব কৰা বুলি স্থানীয় লোকে বিশ্বাস কৰে। স্থানীয় লোকসকলে গছ চাৰিজোপাৰ গা-গছত সেন্দূৰ বোলাই পূজা-উপাসনা কৰে।

এই ন শতাধিক ঐতিহ্য গছৰ বৰ্ণনাত এই গছসমূহৰ প্ৰজাতিৰ বিষয়েও উল্লেখ আছে। এনে কেতবোৰ প্ৰজাতিৰ গছ বেলুচিস্তান, শ্রীলংকা, পশ্চিম এছিয়া আৰু ইজিপ্ততো পোৱা যায়। আনহাতে, ‘ৰামায়ণ’ৰ স’তে সংযোগ থকা গছ প্রতাপগড়ত পোৱা গৈছে। এনে গছৰ তলত বনবাসৰ সময়ত ভগৱান ৰাম, সীতা আৰু লক্ষ্মণে জিৰণি লোৱা বুলি বিশ্বাস কৰা হয়। উল্লেখ্য যে এই ন শতাধিক গছৰ ৪৪২ বিধেই হৈছে আঁহত গছ। ইয়াৰ পাছতে সর্বাধিক ৩৫৫ জোপা বটগছ আৰু তাৰ পাছতে ৫৭ জোপা পাকৰী গছে স্থান পাইছে।

তালিকাখনত মুঠতে ২৮ প্ৰজাতিৰ গছ আছে। এই গছসমূহৰ মাজত নিম, অর্জুন, শাল, আম আদিও আছে। তদুপৰি বহুসংখ্যক বিৰল বা বিপন্নপ্রায় গছো আছে। তালিকাখনত বাৰানসীৰ সর্বাধিক ৯৯ বিধ গছে স্থান লাভকৰিছে। ইয়াৰ পাছতে প্রয়াগৰাজৰ ৫৩ বিধ গছ আছে। ইতিমধ্যে উত্তৰ প্রদেশ চৰকাৰে ৯৪৮ বিধ গছৰ সম্পূর্ণ তালিকা প্রকাশ কৰিছে। তদুপৰি ৰাজ্য চৰকাৰে ১১ খন জিলাত ঐতিহ্য গছৰ বাগিচা স্থাপনৰো লক্ষ্য লৈছে। এই জিলাসমূহৰ মাজত লক্ষ্ণৌ, অযোধ্যা, বাৰানসী আৰু চিত্ৰকূটো আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Uttar Pradesh
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল
India

October 12, 2026
মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d