Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: বিদ্যার্থীৰ অনুকূল। মনত বল ৰাখক। ঘৰুৱা সমস্যা শাম কাটিব। আর্থিকত মধ্যম। প্রেম প্রণয়ত মধ্যম। আবেগ বৃদ্ধি। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।
বৃষ: যান-বাহন চলোৱাত সাৱধান থাকিব। খাদ্য দ্ৰব্যৰ ব্যৱসায়ত ভাল দেখা যায়। প্রেমত মোটামুটি। দূৰ ভ্ৰমণৰ ইচ্ছা মনত জাগিব। শুভ ৰং নীলা। শুভ সংখ্যা ৭।
মিথুন: নিবনুৱাৰ ভাল বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব। চাকৰিয়ালৰ মজলীয়া। দাম্পত্যত ভালেই ক’ব পাৰি। প্ৰেমত শুভ। উচ্চ বিদ্যাত সাফল্য পাব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৭।
কর্কট: শৰীৰ স্বাস্থ্য এক প্ৰকাৰ ভাল দেখা নাযায়। দূৰ ভ্ৰমণ হ’ব পাৰে। ঘৰুৱাত শান্তি। প্ৰেমত শুভ ফল আশা কৰিব পাৰে। বিদ্যাত মজলীয়া। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
সিংহ: কর্মক্ষেত্রত ভাল তথাপিতো নিজৰ ভাৱমূর্তি অম্লান ৰাখিবলৈ চেষ্টা কৰক। ঘৰুৱা বিবাদৰ সমাধান বিচাৰি পাব। ব্যৱসায়ত নতুন কামত হাত দিব পাৰে। প্ৰেমত শুভ। শুভ ৰং বগা। শুভ সংখ্যা ২।
কন্যা: আর্থিকত সফলতা দেখা যায়। দিনটোত মনৰ কোনো আশা পূৰণ হ’ব পাৰে। ৰাজনীতিকৰ ব্যস্ততা বৃদ্ধি। বিদ্যার্থী১ দিনটো ভালেই। নিবনুৱাৰ ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।
তুলা: সন্তানৰ স্বাস্থ্য ভালেই দেখা যায়। চুটি ভ্রমণ হ’ব পাৰে। ঘৰত সামাজিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ পৰা ভাল খবৰ পাব। চাকৰি ক্ষেত্ৰত ভাল। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
বৃশ্চিক: ভ্রাতৃৰ কৰ্মসূত্রে দূৰ স্থান গমন। প্ৰেমত বিয়া-বাৰুৰ কথা আগবাঢ়িব। মাতৃৰ স্বাস্থ্য ভাল দেখা নাযায়। বিদ্যাত মধ্যম। খৰচৰ মাত্রা কিছু পৰিমাণে বাঢ়িব। শুভ ৰং বগা। শুভ সংখ্যা
ধনুঃ সামাজিক কৰ্মতৰু সকলে সতর্ক থাকক। কাৰণ দুষ্ট লোকৰ চক্ৰান্তই কর্মত বাধা দিব। সন্তানৰ হানি কৰিব পাৰে। বিদ্যাত শুভ। শুভ বং বগা। শুভ সংখ্যা ৬।
মকৰ : পতি-পত্নীৰ মাজত বিচ্ছেদ। দিনটো সাৱধানে পাৰ কৰিব। কর্মক্ষেত্ৰত সাৱধান। দূৰ ভ্ৰমণ আছে। বিয়াৰ যোগাযোগত বাধা আহিব। শুভ ৰং সোণালী। শুভ সংখ্যা ৭।
কুম্ভ: ব্যৱসায়ীসকলে সাৱধান হোৱা ভাল। আর্থিকত ভাল দেখা নাযায়। ঘৰুৱা সমস্যাই দেখা দিব। স্বাস্থ্য ঠিকেই থাকিব। গৱেষণা কর্মত অগ্রগতি। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।
মীন: দিনটো বিদ্যাত সিমান বাধা নাই। শৰীৰ ভালেই দেখা যায়। পিতৃৰ শুভ। প্রেমত শুভ যদিও সাৱধান। চাকৰিয়ালৰ মজলীয়। শৰীৰৰ যত্ন লওক। বন্ধুৰ পৰা সহায় পাব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৩।































