Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: মন স্থিৰ ৰখাৰ দৰকাৰ হ’ব। অনাহক হ’লে মন বিৰোধী কথাত খং উঠিব পাৰে। ভবা মতে কামত অগ্ৰসৰ হ’ব। শুভ ৰং মেৰুণ। শুভ সংখ্যা ২।
বৃষ: চোৰৰ পৰা সাৱধানে থাকক। মুক্তভাৱে ধন নাৰাখিব। বিদ্যাত মধ্যম। মন চঞ্চল থাকিব। শুভ ৰং নীলা। শুভ সংখ্যা ৪।
মিথুন: ভ্রমণ আদি পৰাপক্ষত স্থগিত ৰাখক। শৰীৰৰ প্ৰতি নজৰ ৰাখিব লাগিব। আত্মীয়ক লৈ উদ্বেগৰ কাৰক। শুভ ৰং চকলেট। শুভ সংখ্যা ৫।
কর্কট: মজলীয়া দিন অৱশ্যে তাৰ মাজতে দুই-এটা যোগাযোগত আনন্দিত হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।
সিংহ: আনৰ কথাত উঠা-বহা কৰাসকল সাৱধান থাকক। আজি আপুনি ৰাতিপুৱা বেল গছত পানী ঢালিব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।
কন্যা: বিষয় সম্পত্তিৰ লগত লাগি থকাসকল উপকৃত হ’ব। কিছুমান পাৰিবেশীক বাধাৰবাবে দৃঢ় পদক্ষেপ লোৱাটো টান হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ৬ষ
তুলা: দূৰ যাত্ৰা আদিত বাধা থাকিব। অনাহক কথা বুলি নজনাৰ বাবে মতান্তৰ মাজত সোমাই পৰিব। নতুন সংযোগ আছে। শুভ ৰং কমলা। শুভ সংখ্যা ২।
বৃশ্চিক: আনন্দিত সংবাদ বুলি জানিও নিশ্চিত নহ’ব। শৰীৰ সম্পৰ্কের্ক সচেতন ব্যক্তিৰ চিন্তা কম। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।
ধনুঃ অভাৱনীয় কথাত খৰচৰ পথ ওলাব। নকৰক বুলি বা নিদিও বুলি ভবা কথাটো ৰাখিব নোৱাৰিব। শুভ ৰং পাতল সেউজীয়া। শুভসংখ্যা ৭।
মকৰ: কথা ব্যৱহাৰত সংযত থাকক। ঘৰুৱাত সিমান বেয়া নহয়। বিদ্যার্থীসকলে পুৱা তুলসীৰ তলত পানী ঢালিব। শুভ ৰং গোলপীয়া। শুভ সংখ্যা ৯।
কুম্ভ: উন্নত পৰিৱেশ। ঘৰুৱা মনমত পৰিৱেশ আশা কৰিব পাৰে। সন্তানত সান্নিধ্যত উচ্চাহিত। শুভ ৰং কলা। শুভ সংখ্যা ২।
মীন: কিছুমান নতুন দায়িত্ব আহি পৰাৰ সম্ভাৱনা। আজি আপুনি যাত্রা কৰোতে মানিবেগত তিনিটা তুলসীৰ পাত ল’ব। শুভ ৰং ক্রীম। শুভসংখ্যা ৬।































