Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Abhi -neel Case:অন্তিম পর্যায়ত অভি-নীল কাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

গুচৰীয়া পক্ষৰ চূড়ান্ত যুক্তি-তর্ক সম্পূর্ণ, ২৬-২৭ ফেব্ৰুৱাৰীত আচামী পক্ষৰ যুক্তি-তর্ক, মাৰ্চৰ ভিতৰতে চূড়ান্ত ৰায়দানৰ সম্ভাৱনা

publisher by publisher
February 24, 2026
in Assam, Crime
Reading Time: 1 min read
0
Abhi -neel Case:অন্তিম পর্যায়ত অভি-নীল কাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

Nagaon:অভি-নীল হত্যাকাণ্ডৰ আজিৰে পৰা আৰম্ভ তিনিদিনীয়া শুনানি নগাঁও আদালতত উপস্থিত অভি আৰু নিলোৎপলৰ পিতৃ

Nupur Bora:আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে নেকি নূপুৰ বৰাই:জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে

Abhi -neel Case:

সুদীর্ঘ সাতটা বছৰে আদালতত বিচাৰ প্রক্রিয়া চলি থকা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অন্তিম পর্যায়ত উপনীত হৈছে। সোমবাৰে গুচৰটোৰ গোচৰীয়া পক্ষৰ চূড়ান্ত যুক্তি-তর্কৰ শুনানিৰ অন্ত পৰে। অহা ২৬ আৰু ২৭ফেব্ৰুৱাৰীত আচামী পক্ষৰ যুক্তি- তর্ক আৰম্ভ হ’ব। আচামী পক্ষৰ যুক্তি-তর্ক অন্ত পৰাৰ পাছত অহা মাৰ্চৰ ভিতৰতে গোচৰটোৰ ৰায় দানৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। নগাঁও আদালতত গুচৰীয়া পক্ষৰ হৈ সবল যুক্তি আগবঢ়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে।

ADVERTISEMENT

শুনানিত গোচৰটোৰ চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰ, প্ৰয়াত বাবে অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত দুটা দিন ধার্য কৰিছে। তেওঁলোকে যুক্তিতর্ক আৰম্ভ কৰিব। তাৰ পাছত গোচৰটো ৰায়দানৰ ফালে ধারমান হ’ব।’জ্যেষ্ঠ অধিবক্তা মহাজনে আৰ কয়,’বহু কেইজন সাক্ষীয়ে গোচৰটোত সাক্ষী প্রদান কৰিছিল। অকল পুলিচৰ আগতে নহয়, বিচাৰপতিৰ আগতো তাহানিৰ চিআৰপিচি ১৬৪ ধাৰাত বহু কেইজন সাক্ষীয়ে
সাক্ষ্য দিছিল। জঘন্য ঘটনাটোৰ লগত জড়িতসকলৰ নাম প্রকাশ কৰিছিল। এই সাক্ষীসকলৰ কেইজনমানে দূর্ভাগ্যজনকভাবে বিভিন্ন কাৰণত আদালতৰ মজিয়াত
সেই ভাষ্য সলনি কৰে। এই সন্দর্ভত আমি উচ্চতম ন্যায়ালয়ৰ বিভিন্ন গোচৰৰ উদ্ধৃতিবে আদালতত এই কথা ব্যক্ত কবো যে দণ্ডাধীশৰ আগত দিয়া ভাষ্য পাহত
সলনি কৰাতো বিধি সম্মত নহয়। সেই কাৰণে ১৬৪ত যিসকলৰ নাম ব্যক্ত কৰিছিল সেইসকলক দোষীৰ কাঠগড়াৰ পৰা শাস্তিৰ ফালে ঠেলি দিব পৰা হয়। এই যুক্তি অসম চৰকাৰৰ অধিবক্তা আৰু আমিও আদালতত পেছ কৰিছো। আমি আদালতৰ ওপৰত আশাবাদী। যিসকলে এই জঘন্যতম ঘটনাটো সংঘটিত কৰিছিল তেওঁ লোকে কঠোৰতকৈ কঠোৰতম শাস্তি পাব।’

ইপিনে, আদালত চৌহদত নিলোৎপল দাসৰ দুৰ্ভগীয়া পিতৃ গোপাল চন্দ্র দাসে আজি সাংবাদিকৰ আগত কয়, ‘আমি আশাবাদী। আমাৰ গোচৰৰ চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰ আৰু আজি আমাৰ হৈ আদালতত সৱল যুক্তি ডাঙি ধৰা গুৱাহাটী উচ্চন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে আদালতত যি সৱৰ যুক্তি দাঙি ধৰিছে তাত আমি সন্তুষ্ট। আমি আশাবাদী, আদালতে আচামীক দোষী সাব্যস্ত কৰি এক দৃষ্টান্তমূলক শাস্তি প্রদান কৰিব। এই জঘন্যতম হত্যাকাণ্ডৰ লগত জড়িতসকলক মৃত্যু দণ্ড দিয়াটো আমি বিচাৰো।

ভুক্তভোগী অভিজিত নাথৰ দুৰ্ভগীয়া পিতৃ অজিত নাথে সাংবাদিকৰ আগত কয়, ‘মাৰ্চৰ ভিতৰতে হয়তো শুনানি সম্পূর্ণ হ’ব। হয়তো মাৰ্চৰ ভিতৰতে গোচৰটোৰ ৰায়দান দিব, আমি আশাবাদী। ন্যায়ৰ বাবে আমি আশা লৈ আছো। এই আশা পূৰণ হ’ব বুলি আশাবাদী। আমি দোষীৰ মৃত্যুদণ্ড হোৱাটোৱেই বিচাৰো।’

উল্লেখ্য যে সমগ্ৰ ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডই ইতিমধ্যে সুদীর্ঘ সাত বছৰ অতিক্ৰম কৰিছে। সভ্য সমাজক লজ্জানত কৰি আৰু দেশৰ প্ৰচলিত আইন ব্যৱস্থাক উপহাঁস কৰি বিগত ২০১৮ৰ আঠ জুনত কাৰ্বিআংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাবে হত্যা কৰিছিল গুৱাহাটীৰ দুই প্রকৃতিপ্রেমী তেজাল যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক।

ভুক্তভোগী পৰিয়ালে ন্যায়ৰ আশাত সুদীর্ঘ সাত বছৰ অপেক্ষা কৰাৰ পাছত অৱশেষত যেন ন্যায় প্রাপ্তিৰ ক্ষণ সমাগত হৈছে। কিয়নো নগাঁও আদালতত সুদীর্ঘ দিন বিচাৰ প্রক্রিয়া চলি থকা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত যুক্তিতৰ্কৰ শুনানি সম্পূৰ্ণ হোৱাৰ পথত। সেয়েহে শীঘ্রেই গোচৰটোৰ বহু প্রতীক্ষিত ৰায়দানৰ সম্ভাৱনা অধিক প্রকট হৈ পৰিছে। উল্লেখ্য যে অভি-নীল হত্যাকাণ্ডৰ ঘটনাৰ মুঠ ৪৫ জন অভিযুক্ত। আনহাতে, ১২ জন আছিল চাক্ষুস সাক্ষী।

ইয়াৰে পাঁচজনে সত্যতা স্বীকাৰ কৰাৰ বিপৰীতে অন্য সাতজনে সত্যতা স্বীকাৰ নকৰি গোচৰ প্ৰক্ৰিয়া লেহেমীয়া কৰি তুলিছিল। যাৰ ফলশ্ৰুতিত আদালতে ক্ৰছ একজামিনেছনৰ নিৰ্দেশো প্রদান কৰিছিল। প্ৰথম অৱস্থাত ডিফু আদালতত এই গোচৰৰ বিচাৰ প্রক্রিয়া চলিছিল যদিও অভি-নীলৰ পৰিয়ালৰ লেখ আবেদনৰ ভিত্তিত নগাঁৱৰ জিলাও সত্ৰ ন্যায়ধীশৰ আদালতলৈ গোচৰটো স্থানান্তৰ কৰা হৈছিল। বর্তমান নগাঁৱৰ সত্ৰ ন্যায়ধীশৰ আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abhi -neel Casefinal hearingNagaon Sessions CourtSenior Advocate Bijan Mahajan
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d