Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

ADRE:এডিআৰইত অ’বিচি-এম অ’বিচি পদত জাল নথিৰে চাকৰি লাভ বিহাৰৰ প্ৰাৰ্থীৰ

বিভিন্ন বিভাগৰ ৩৮ প্ৰাৰ্থীৰ নথি পুনৰীক্ষণৰ নিৰ্দেশ চৰকাৰৰ

publisher by publisher
February 26, 2026
in Crime
Reading Time: 1 min read
0
ADRE:এডিআৰইত অ’বিচি-এম অ’বিচি পদত জাল নথিৰে চাকৰি লাভ বিহাৰৰ প্ৰাৰ্থীৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati :আজি ADRE চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ নিযুক্তি পত্র প্রদান অনুষ্ঠান

New DC Appointed:কামৰূপ মহানগৰ সহ ৰাজ্যৰ ১৪খন জিলাৰ আয়ুক্ত বদলি

Five ACS officers suspended:ৰাজ্যৰ পাঁচ এচিএছ বিষয়াক নিলম্বন

ADRE:

অসম চৰকাৰৰ এডিআৰই পৰীক্ষাৰ জৰিয়তে শেহতীয়াকৈ সম্পন্ন কৰা বৃহৎ নিযুক্তিত সংৰক্ষিত পদত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ লগতে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো একেই অভিযোগ উঠিছে। বিভিন্ন পক্ষই কৰা এই অভিযোগৰ ভিত্তিত চলোৱা প্রাথমিক অনুসন্ধানত সন্দেহজনক বহু তথ্য ধৰা পৰাত এডিআৰইত নিযুক্তিপ্রাপ্ত ৩৮জন প্রার্থীৰ নথিপত্ৰ পুনৰ পৰীক্ষাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

ADVERTISEMENT

চাহ জনজাতি আৰু আদিবাসীৰ বাবে সংৰক্ষিত পদতে এনে ঘটনা সংঘটিত হোৱাৰো সন্দেহ কৰা ‘হৈছে। অভিযোগ অনুসৰি নিযুক্তি প্রক্রিয়াত অনলাইন ব্যৱস্থা প্ৰৱৰ্তনৰ সুযোগ লৈ বহিঃৰাজ্যৰ বহু প্রার্থীয়ে অসমৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বুলি জাল নথি দাখিলেৰে বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়।

চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি অভিযোগ উত্থাপিত হোৱা প্ৰাৰ্থীসকল নিযুক্তিপ্রাপ্ত বিভাগসহ হ’ল আকাশ কৈৰী (কৃষি), অৰূপ চাহু (কৃষি), ভূমিকা চাহু (পশুপালন), লাল বাহাদুৰ যাদৱ (পৰিৱেশ- বন), সুনির্মল মাহাতো (বিত্ত), ৰজত কৈৰী (মীন), ভাস্কৰ কৈৰী (সাধাৰণ প্ৰশাসন), অজয় কানু (সাধাৰণ প্ৰশাসন), গুদ্দু মাহাতো (সাধাৰণ প্রশাসন), প্রসিদ্ধ দুৱৰা কৰ্মকাৰ (সাধাৰণ প্ৰশাসন), ৰিচ্চা সিং (সাধাৰণ প্রশাসন), সৌভিক কৰ্মকাৰ (সাধাৰণ প্রশাসন), শুভম কৰ্মকাৰ (সাধাৰণ প্ৰশাসন), রূপম কানু (খিলঞ্জীয়া-জনজাতি বিশ্বাস), ৰাজীৱ কমল (খিলঞ্জীয়া-জনজাতি বিশ্বাস), ৰোহন ভুলিয়া (জলসিঞ্চন), শংকৰ ভূঞা (জলসিঞ্চন), বিশাল কানু (পঞ্চায়ত-গ্রামোন্নয়ন), কমল কান্ত মাহতো (পঞ্চায়ত-গ্রামোন্নয়ন), ৰূপক ছাহা (পঞ্চায়ত-গ্রামোন্নয়ন), মনিষ কুমাৰ সিং (পঞ্চায়ত-গ্রামোন্নয়ন), সুৰজিত ৰয় (পঞ্চায়ত-গ্রামোন্নয়ন), নীতিশ কুমাৰ কৈৰী (শক্তি), প্রবীণ কুমাৰ সিং (শক্তি), সুনীল মাহাট্টো (শক্তি), বাসুদের কুশৱাহা (জনস্বাস্থ্য), ৰীমা মেষ্টন (ৰাজহ), অৰুণ মাহাতো (বিদ্যালয় শিক্ষা), মঞ্জু প্রজাপতি (বিদ্যালয় শিক্ষা), ৰঞ্জন শ্বাহ (বিদ্যাল শিক্ষা), চম্পা কৰ্মকাৰ (বিদ্যালয় শিক্ষা), পার্থপ্রতীম কৰ্মকাৰ (বিদ্যালয় শিক্ষা), প্রিয়ংকা পাটোৱাৰী (বিদ্যালয় শিক্ষা) টানু ছাহু (বিদ্যালয় শিক্ষা), সঞ্জয় চৌহান (দক্ষতা আৰু নিয়োগ), বিক্রম প্রজাপতি (পৰিবহণ), মিন্টু পাটোৱাৰী (পৰিবহণ) আৰু বিক্রম মেহতা (জলসম্পদ)।

উল্লেখ্য যে এই প্রার্থীসকলে চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে সংৰক্ষিত পদত অন্যান্য পিছপৰা শেণী আৰু সংখ্যালঘু- অন্যান্য পিচপৰা শ্ৰেণীৰ জাল নথি ব্যৱহাৰেৰে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়। এইসকলৰ নথিপত্ৰ পৰীক্ষাৰ বাবে ৰাজ্যপালৰ নিৰ্দেশ মর্মে চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগে অনুসূচিত জাতি আৰু পিচপৰা শ্রেণী কল্যাণ সঞ্চালকালয়ৰ সঞ্চালকক অধ্যক্ষ হিচাপে লৈ ১০জনীয়া এখন বিশেষ সমিতি গঠন কৰি দিছে। এই সমিতিয়ে সংশ্লিষ্ট প্রার্থীসকলৰ নথিপত্ৰ পৰীক্ষা কৰিব।

ইপিনে, নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষক, বিশেষ এডুকেটৰ, স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ লগতে অসম আৰক্ষীৰ কনিষ্ঠবল পদতো কে’বাজনো প্রার্থীয়ে জাল নথিৰে চাহ জনজাতি- আদিবাসীৰ বাবে সংৰক্ষিত পদত নিযুক্তি লাভৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে চাহ জনজাতি আৰু আদিবাসীৰ বাবে সংৰক্ষিত আসন জালিয়াতিৰে হস্তগত কৰাৰ দৰে ঘটনা দীর্ঘদিনীয়া দাবী সত্ত্বেও বন্ধ নোহোৱাত উদ্বেগ প্রকাশ কৰিছে আদিবাসী ছাত্র সন্থা (আছা)ই। এই ক্ষেত্রত চাহ জনগোষ্ঠী জাতীয় সম্মিলনৰ ভূমিকাক লৈয়ো প্রশ্ন উত্থাপন কৰিছে আছাই উল্লেখ্য যে ২০০৪ত পৃথ্বি মাঝীৰ নেতৃত্বত চৰকাৰে চাহ জনগোষ্ঠী জাতীয় সম্মিলন গঠন কৰে। এই সম্মিলনে চাহ জনগোষ্ঠীয় প্রার্থীক প্ৰমাণপত্ৰ প্ৰদানৰ বাবে অনুমতি দিয়ে।

তেওঁলোকৰ অনুমতিৰ ভিত্তিত সংশ্লিষ্ট জিলাৰ উপায়ুক্তই প্রমাণপত্ৰ প্ৰদান কৰে। তৎসত্ত্বেও এনে ধৰণৰ অনিয়ম কেনেদৰে সংঘটিত হৈছে বুলি আছাই ক্ষোভ প্রকাশ কৰিছে। এই সম্পৰ্কত আছাৰ সাধাৰণ সম্পাদক দেৱেন উৰাঙে কয়, ‘আমাৰ দীৰ্ঘদিনীয়া দাবী সত্ত্বেও চিনাক্তকৰণৰ ক্ষেত্ৰত এনে ধৰণৰ ঘটনা কেনেদৰে সংঘটিত হৈছে? চিকিৎসা বাছনিৰ ক্ষেত্ৰতো এনে জালিয়াতি ধৰা পৰিছিল। এয়া গৰিহণাযোগ্য।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ADRE AppointmentAgain ReviewsAssam Govt Orderfalse documentsTea Tribe Quota
publisher

publisher

Related Posts

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

September 25, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
ULFA (I) Members Surrender in Indo-myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচাওত আলফা (স্বাধীন) সদস্যৰ আত্মসমৰ্পণ

September 19, 2026
Guwahati:আউটছোর্চিং নিষিদ্ধ হ’ল মাধ্যমিক শিক্ষানুষ্ঠানত

September 18, 2026
Dergaon Thana::থানাৰ পৰা বাহন উলিয়াই দিয়াৰ নামত উৎকোচ

September 17, 2026
Ex. Army Arrested:ডিমৌৰ বকুলডোবাত বন্দুকসহ আটক প্রাক্তন সেনা জোৱান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d