Today’s Horoscope :দিনটোৰ ৰাশিফল
মেষ ৰাশি: আজি সম্পত্তিৰ ক্ষেত্ৰত বাধা। ব্যৱসায়ত উন্নতি। মনৰ আশা পূৰণ হ’ব। প্ৰেমত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।
বৃষ ৰাশি : আজি বিদ্যাত যত্ন ল’ব। কর্মক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যোগ। ব্যৱসায়ত সফলতা লাভ। প্রেমত সাৱধান। শুভ ৰং ক’লা। শুভ সংখ্যা ২।
মিথুন ৰাশি: আজি দিনৰ ১২ বজালৈ সাৱধান হব। ব্যৱসায়ত শুভ। বিদ্যাত ভবা মতে ফল নাপাব। প্রেমত সন্দেহ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।
কর্কট ৰাশি : আজি প্রাপ্য ধন হাতলৈ আহিব। বন্ধু বৰ্গৰ সহায় লাভ। বিদ্যাত মধ্যম। দাম্পত্যত শুভ। ঘৰুৱা উন্নতি। শুভ ৰং সেউজীয়া। শুভসংখ্যা ৩।
সিংহ ৰাশি: আজি ব্যৱসায়ত মধ্যম। ঘৰুৱা দিশত বাধা হ্রাস হ’ব। চলা-ফুৰাত সতর্ক থাকিব। প্রেমত গতানুগতিক। শুভ ৰং কমলা। শুভ সংখ্যা ৫।
কন্যা ৰাশি: আজি কোনো যোগাযোগত শুভ। শৰীৰত দুৰ্বলতা থাকিব। বন্ধুৰ পৰা সহায় লাভ। প্রেমত উৎসাহ। শুভ ৰং বগা। শুভ সংখ্যা ৯।
তুলা ৰাশি : আজি ঘৰত আলহীৰ আগমন হ’ব পাৰে। শিল্পীৰ উৎসাহ। বিদ্যাত অধিক মনোযোগৰ দৰকাৰ। শুভ ৰং নীলা। শুভ সংখ্যা ২।
বৃশ্চিক ৰাশি : আজি সামাজিক, ৰাজনৈতিক দিশত নিজৰ মতৰ সমর্থন পাব। দাম্পত্যত অশান্তি। ব্যৱসায়ত খৰচ বাঢ়িব। বিদ্যাত শুভ। প্রেমত বাধা। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৫।
ধনু ৰাশি : আজি মাংগলিক কার্য আদিত যোগদান কৰাৰ সম্ভাৱনা । বিদ্যাত মনযোগ বঢ়াওক। শৰীৰ মধ্যম। যান-বাহনৰ পৰা সাৱধান। শুভৰং ক’লা। শুভ সংখ্যা ৯।
মকৰ ৰাশি: আজি কর্মক্ষেত্রত বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব। সৰু-সুৰা ক্লেশে আপোনাৰ মন আৰু দেহত প্ৰভাৱ পেলাব পাৰে। বিদ্যাত বাধা। শুভ ৰং সোণালী। শুভ সংখ্যা- ১
কুম্ভ ৰাশি : আজি নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব । শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত। পত্নী আৰু ভনীৰ পৰা সহায় লাভ কৰিব। প্রেমত মধ্যম ফল। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।
মীন ৰাশি : আজি বন্ধু বান্ধৱৰ পৰা সহানুভূতি পাব। সু-সংবাদ লাভকৰিব। ব্যৱসায়ত উন্নতি বৃদ্ধিৰ যোগ। দাম্পত্যত বেয়া নহ’ব। প্রেমত আনন্দ। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।































