Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ ৰাশি: আজি বিশেষ কামত সাফল্য লাভ। শৰীৰত দূৰ্বল অনুভৱ। আবেলি পাঁচ বজাৰ পাছত যাত্ৰা কৰিব। প্ৰেমত শুভ। শুভ ৰং বগা বা ক’লা। শুভ সংখ্যা ৪।
বৃষ ৰাশি : আজি কর্মক্ষেত্রত উচ্চ পদস্থ বিষয়াৰ স’তে সু-সম্পর্ক স্থাপন। ব্যৱসায়ত সফলতা লাভ। প্রেমত আনন্দ। শুভ ৰং ৰঙা বা সেউজীয়া। শুভসংখ্যা ৯।
মিথুন ৰাশি: আজি সামাজিক কর্মত জড়িত সকলে উন্নত পৰিৱেশ পাব। বিদ্যাত শুভ। যাত্ৰা কৰিব পাৰে। প্ৰেমত বাধা। শুভ ৰং হালধীয়া বা নীলা। শুভ সংখ্যা ৬।
কর্কট ৰাশি: আজি কৰ্মত পৰিশ্ৰম বেছি থাকিব যদিও আনন্দ লাভ কৰিব। দাম্পত্যত মতবিৰোধ। সন্তানৰ যত্ন ৰাখক। শুভ ৰং ক’লা বা সোণালী। শুভ ৰং ২।
সিংহ ৰাশি: আজি কন্যা সন্তানৰ প্ৰতি লক্ষ্য ৰাখক। যাত্ৰাৰ ক্ষেত্ৰত সাৱধান। পাৰিবাৰিক অশান্তিত ভূগিব পাৰে। ব্যৱসায়ত মধ্যম। শুভ ৰং সেউজীয়া বা মেৰুণ। শুভ সংখ্যা ১।
কন্যা ৰাশি : আজি ব্যৱসায়ত উন্নতিৰ যোগ। যোগাযোগত মধ্যম। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। প্রেমত সাৱধান। শুভ ৰং ৰঙা বা কমলা। শুভ সংখ্যা ৭।
তুলা ৰাশি : আজি কর্মত সফলতা লাভ। বন্ধু-বৰ্গৰ পৰা সহায় লাভ। ব্যৱসায়ত লোকচানৰ সম্ভাৱনা। প্ৰেমত আনন্দ। শুভ ৰং হালধীয়া বা বেঙুনীয়া। শুভ সংখ্যা ৫।
বৃশ্চিক ৰাশি: ব্যৱসাৰি লগত জড়িতসকলে সফলতা লাভ কৰিব। বিদ্যাত শুভ। ব্যৱসায়ত ভবামতে ফল নাপাব। প্রেমত সন্দেহ। শুভ ৰং কমলা বা সুমথিয়া। শুভ সংখ্যা ৯।
ধনু ৰাশি : আজি কৰ্মক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যোগ। যান-বাহন ক্রয় কৰাৰ যোগ। শৰীৰৰ যত্ন লওক। প্রেমত বুজাবুজি। শুভ ৰং নীলা বা মেৰুণ। শুভসংখ্যা ১।
মকৰ ৰাশি: আজি পুৰণা বন্ধুক লগ পাই সুখী হ’ব। বিদ্যাত মধ্যম। যাত্রাত শুভ। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। প্ৰেমত কষ্ট। শুভ ৰং সোণালী বা
ৰঙা। শুভ সংখ্যা ৫।
কুম্ভ ৰাশি : আজি আর্থিক দিশত বাধা পাব। বিদ্যাত মধ্যম। ব্যৱসায়ত সাৱধান। খৰচ বাঢ়িব। শৰীৰ শুভ। প্ৰেমত আনন্দ। শুভ ৰং কমলা বা নীলা। শুভ সংখ্যা ৩।
মীন ৰাশি: আজি পাৰিবাৰিক দিশত শুভ। পুৱা যাত্ৰা কৰিব পাৰে। ব্যৱসায়ত উন্নতি। সন্তানৰ যত্ন লওক। বিদ্যাত বাধা। শুভ ৰং মেৰুণ বা বগা। শুভ সংখ্যা ৮।































