Today’s Horoscope:দিনটোৰ ৰাশিফল
মেঘ ৰাশি: আজি কর্মক্ষেত্রত জটিলতা পাব। ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। শৰীৰ অশুভ। ভ্রমণত বাধা। বিদ্যাত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।
বৃষ ৰাশি : আজি ৰাজহুৱা কৰ্মত থকা সকলে সহানুভূতি লাভ কৰিব। শৰীৰ কিছু উন্নত। দুই-এটা কামত বাধা পাব। প্রেমত আনন্দ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।
মিথুন ৰাশি : আজি কৰ্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। বিদ্যাত শুভ। ব্যৱসায় বাণিজ্যত সফলতা লাভ। শুভ ৰং কমলা। শুভ সংখ্যা ১।
কর্কট ৰাশি : আজি চাকৰিয়াল ব্যক্তিসকলৰ শুভ। কৰ্মত নতুন পৰিকল্পনাত উপকৃত হ’ব। নিবনুৱাৰ কৰ্ম-প্ৰাপ্তিৰ যোগ। ব্যয়ৰ মাত্রা বৃদ্ধি পাব। দাম্পত্যত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৬।
সিংহ ৰাশি: আজি সমাজসেৱী সকলৰ সন্মান বৃদ্ধিৰ যোগ। উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ। ভ্রমণত কষ্ট। ব্যৱসায়ত লাভ। শুভ ৰং কমলা। শুভসংখ্যা ৩।
কন্যা ৰাশি: আজি আর্থিক দিশত অৰ্থ প্ৰাপ্তিৰ সম্ভাৱনা। প্রযুক্তিবিদ যুক্তিবিদ আৰু আৰু কম্পিউটাৰ বিজ্ঞানীসকলৰ সাফল্য লাভ। বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।
তুলা ৰাশি : আজি উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ। শৰীৰ শুভ। হেৰুওৱা সম্পদ পুনঃ প্রাপ্তিৰ যোগ। সন্তানৰ প্ৰতি চিন্তা। প্ৰেমত বাধা। শুভৰং বগা। শুভ সংখ্যাৰ ৪।
বৃশ্চিক ৰাশি: আজি পুৰণা মামলা মোকদমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য। প্রেমত উৎসাহ। শুভ ৰং ক’লা। শুভসংখ্যা ৯।
ধনু ৰাশি : আজি পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি। ভ্ৰমণ কৰিব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যাৰ ৩।
মকৰ ৰাশি : আজি নতুন নিযুক্তিৰ বাবে দূৰ যাত্ৰা হ’ব পাৰে। শিল্পীসকলৰ প্রাপ্য সম্মান লাভৰ যোগ। পত্নীৰ লগত মতবিৰোধ। শুভ ৰং সোণালী। শুভ সংখ্যা ২।
কুম্ভ ৰাশি: আজি গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব। সম্পত্তি ক্ৰয়োযোগৰ আর্থিক দিশত অসুবিধা পাব পাৰে। চলা-ফুৰাত সতর্ক থাকিব। শুভ ৰং সোণালী। শুভ সংখ্যা ৭।
মীন ৰাশি : আজি ধন লাভৰ যোগ। কর্মসূত্রে ভ্ৰমণৰ যোগ। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ। নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।































