Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ ৰাশি : আজি আনে প্রশংসা কৰিব। ভাগ্যৰ পৰিৱৰ্তন হ’ব। ব্যৱসায় বাণিজ্যত উন্নতি। বিদ্যাত শুভ। প্রেমত সাৱধান। শুভ ৰং ক’লা। শুভসংখ্যা ৯।
বৃষ ৰাশি : আজি কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। সন্তানৰ পৰা আনন্দ পাব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। বিদ্যাত বাধা। প্রেমত সন্দেহ। শুভ ৰং চিলভাৰ। শুভ সংখ্যা ৬।
মিথুন ৰাশি : আজি আনক সহজে সকলো কথা খুলি নক’ব। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। ব্যৱসায়ত সফলতা লাভ। প্রেমত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ২।
কর্কট ৰাশি: আজি ঘৰত আলহী অহাৰ সম্ভাৱনা। সন্তানৰ বাবে চিন্তা থাকিব। যান-বাহনৰ পৰা সাৱধান। মানসিক অশান্তি হ’ব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।
সিংহ ৰাশি : আজি গোপন শত্রু বৃদ্ধি পাব। পিতৃৰ শৰীৰৰ কাৰণে চিন্তা থাকিব। মাটি, সম্পত্তি লাভৰ যোগ। প্ৰেমত আনন্দ। শুভ ৰং সোণালী। শুভ সংখ্যা ১।
কন্যা ৰাশি : আজি দাম্পত্যত অন্য লোকৰ পৰা সমস্যা হ’ব। বিদ্যাৰ ক্ষেত্ৰত শুভ। খৰচৰ মাত্রা বৃদ্ধি। প্ৰেমত সন্দেহ। শুভ ৰং বগা। শুভ সংখ্যা ৫।
তুলা ৰাশি : আজি মূল্যৱান সম্পদ লাভ কব্বি। শৰীৰত আঘাত পাব পাৰে। মাতৃৰ শুভ। ব্যৱসায়ত বাধা। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।
বৃশ্চিক ৰাশি : আজি কৰ্মস্থানত সহকর্মীৰ পৰা সহায় লাভ। স্বাস্থ্যৰ উন্নতি। পাৰিবাৰিক দিশত শান্তি বজাই ৰাখিব। শুভ ৰং বগা। শুভ সংখ্যা ৮।
ধনু ৰাশি: আজি পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। মানসিক অশান্তি পাব পাৰে। যৌথ ব্যৱসায়ত লাভ। প্রেমত মধ্যম। শুভ ৰং ক’লা। শুভসংখ্যা ৪।
মকৰ ৰাশি : আজি ছাত্ৰ-ছাত্ৰীৰ সুনাম বৃদ্ধি। টকা-পইচাৰ লেন-দেনত সাৱধান। কর্মক্ষেত্ৰত পদোন্নতিৰ যোগ। শৰীৰ অশুভ। প্রেমত কষ্ট। শুভৰং সুমথিয়া। শুভ সংখ্যা ৭।
কুম্ভ ৰাশি: আজি কৰ্মস্থানত সহকৰ্মীৰ পৰা সতৰ্ক থাকিব। শিল্পীৰ সুনাম বৃদ্ধি। নিবনুৱাসকলৰ কৰ্ম প্ৰাপ্তিৰ যোগ। বিদ্যাত শুভ। প্রেমত শুভ। শুভ ৰং মেৰুণ। শুভ সংখ্যা ২।
মীন ৰাশি : আজি ভ্রাতৃৰ পৰা সহায় লাভ। ব্যৱসায় বাণিজ্যত বাধা পাব। আর্থিকত সমস্যা। বিদ্যাত নতুন সুবিধা লাভ। শুভ ৰং হালধীয়া। শুভসংখ্যা ১।
































