Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: পৰিৱেশ অস্থিৰ হ’ব পাৰে। নতুন সংযোগ পাব পাৰে। খৰচ বৃদ্ধি। বস্তু লাভৰ যোগ। ভ্রমণ শুভ। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ২।
বৃষ: খৰচ বৃদ্ধি, শুভ কৰ্মৰ যোগ। শৰীৰ মধ্যম। কিছু জটিলতাৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৫।
মিথুন: মাতৃৰ শুভ। শৰীৰৰ মধ্যম, সন্মান বৃদ্ধি, কর্মক্ষেত্রত শুভ। আয় বৃদ্ধি, শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।
কর্কট: মনৰ দৃঢ়তা বৃদ্ধি। কর্ম ব্যস্ততা বৃদ্ধি। শত্ৰুৰ পৰা সাৱধান। শিৱ মন্দিৰত পূজা কৰক। দুখীয়াক বস্ত্ৰ দান কৰক। শুভ ৰং মুগা। শুভসংখ্যা-৪।
সিংহ: কর্মত মধ্যম। নিজ সম্পদৰ ওপৰত নজৰ ৰাখক। বন্ধুৰ পৰা সতর্ক হওক। ভ্রমণত কষ্ট। পাৰিবাৰিক বুজাবুজিৰ অভাৱ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।
কন্যা: নিজৰ স্থিতি অটুট ৰাখিব। কৰ্মত মধ্যম, শৰীৰৰ যত্ন লওক। বন্ধুৰ পৰা উৎসাহ পাব। ভ্রমণত কষ্ট, শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৩।
তুলা: কৰ্মত শুভ, ধৈৰ্যৰ সুফল। বিদ্যাত শুভ। ভ্ৰমণত শুভ। বিদ্যাৰ প্ৰতি যত্ন লওক। শুভ ৰং বগা। শুভ সংখ্যা ১।
বৃশ্চিক: পদোন্নতি যোগ। ধনৰ লালসা বৃদ্ধি। পিছবেলা যান-বাহনৰ পৰা সাৱধান হওক। অর্থ নাশ হ’ব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা
ধনু: কৃতিত্ব লাভৰ যোগ। শিল্পী, বিজ্ঞানী, ৰাজনীতিবিদৰ সন্মান বৃদ্ধি। বিদ্যা বুদ্ধিত শুভ। শুভ ৰং মাখন। শুভ সংখ্যা ৪।
মকৰ: আশা কৰা মতে সুফল পাব। আনে অনিষ্ট কৰিব পাৰে। ভ্ৰমণত শুভ, ধর্মগুৰু দৰ্শনে আনন্দিত কৰিব। ধনৰ চিন্তা বৃদ্ধি। শুভ ৰং বগা। শুভ সংখ্যা ৫।
কুম্ভ: ধন আগমনৰ যোগ, শত্রু নাশ, জ্ঞানী লোকৰ পৰা উৎসাহ পাব। কর্মস্থান মধ্যম, বিদ্যাত শুভ, শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।
মীন: অর্থ লাভ, ভ্রমণত শুভ। সময় অপচয় নকৰিব। মানসিক স্থিতি দুর্বল। সম্পদ লাভ। শুভ ৰং মুগা। শুভ সংখ্যা ২।































