Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নতুন মন্ত্রীসভাক লৈ জল্পনা-কল্পনা

publisher by publisher
May 6, 2026
in Assam, News
Reading Time: 1 min read
0
নতুন মন্ত্রীসভাক লৈ জল্পনা-কল্পনা
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ধাৰাবাহিক তৃতীয়বাৰলৈ এনডিএক চৰকাৰ গঠনৰ বাবে অসমৰ ৰাইজে ৰায় দিয়াৰ পাছত সম্ভাব্য নতুন মন্ত্রীসভাক লৈয়ো আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা। একে সময়তে মন্ত্রীসভাত কোনে কোনে স্থান লাভ কৰিব, সেই চর্চাও এতিয়া এনডিএৰ অংশীদাৰ দলবোৰৰ মাজত তীব্ৰতৰ হৈছে। এইবাৰৰ চৰ্চা বিশেষভাবে হোৱাৰ অন্যতম কাৰণ হৈছে বিজয়ী প্রার্থীৰ সংখ্যা অত্যধিক হোৱাটো।

ADVERTISEMENT

মুখ্যমন্ত্রীক বাদ দি মন্ত্রীসভাৰ সৰ্বাধিক সদস্য পদ হৈছে ১৮টা। এইবাৰ মুখ্যমন্ত্রীসহ এনডিএৰ বিধায়ক নির্বাচিত হৈছে ১০২ জন। ইয়াৰ ভিতৰত বিজেপি বিধায়কৰ সংখ্যাই ৮২ জন। ইয়াৰ বিপৰীতে ১০ জনকৈ বিধায়ক নির্বাচিত হৈছে এনডিএৰ অংশীদাৰ দল ক্রমে অসম গণ পৰিষদ আৰু বিপিএফৰ। এই সকলোৰে মাজৰ পৰা ১৯ জনক মন্ত্রীসভাত স্থান দিয়াটো স্বাভাৱিকতে এক প্রত্যাহ্বান বুলি বিজেপিৰ মজিয়াতে আলোচিত হৈছে।

এনে ক্ষেত্ৰত কি কৌশলেৰে মন্ত্রীসভাৰ সদস্য বাছনি কৰা হয়, তাৰ চৰ্চাৰ এতিয়া অন্ত নাই। ইপিনে, তিনিওটা মিত্ৰদলৰ পৰা বিধায়ক নির্বাচিত হৈছে বহু সংখ্যক জ্যেষ্ঠ তথা প্রভাবশালী নেতা। অগপৰ সভাপতি অতুল বৰাই কয় যে তেওঁলোকৰ দলৰ পৰা কিমানজনক মন্ত্রিত্ব দিয়া হ’ব, সেয়া মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁলোকে এৰি দিছে। বিপিএফ বিষয়টোত নীৰৱে আছে।

যদিও অগপই মুখ্যমন্ত্ৰীৰ ওপৰতে সকলো খিনি এৰি দিয়া বুলি প্রকাশ কৰিলেও অনানুষ্ঠানিক কথা সেয়া নহয়। অতুল বৰাই সেই কথা স্পষ্ট কৰে। তেওঁ কয়, ‘এইবোৰ কথা আমি ভিতৰুৱাকৈ আলোচনা কৰিম।’ অগপৰ সূত্ৰই সদৰী কৰা অনুসৰি, যোৱাবাৰৰ দৰে এইবাৰো দলে মন্ত্রীসভাত ন্যূনতম দুটা পদ বিচাৰিব। ১০টা সমষ্টিত জয়লাভ কৰি অগপই দুটা মন্ত্রী পদ লাভ কৰিলে বিপিএফেও সেই একে লাভ কৰাৰ সম্ভাৱনা অধিক বুলি সূত্ৰত প্রকাশ।

ইপিনে, বিজেপিৰ পৰা এইবাৰ কোনে কোনে মন্ত্রীসভাত স্থান লাভ কৰিব, সেয়া হ’ব লক্ষ্যণীয়। দলৰ চৰ্চা অনুসৰি, উল্লেখযোগ্য কোনো জ্যেষ্ঠ নেতাকে মন্ত্রীসভাৰ পৰা এৰাই চলাটো তেনেই উজু নহ’ব। কংগ্ৰেছৰ পৰা আহি বিজেপিৰ হৈ নির্বাচনত জয়লাভ কৰা ভূপেন বৰাক মন্ত্রীসভাত সমষ্টিৰ ৰাইজে দেখা পাব বুলি নির্বাচনী প্ৰচাৰৰ সময়তে মুখ্যমন্ত্ৰীয়ে বিহপুৰীয়াৰ ৰাইজক আশ্বাস দিছিল।

একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ উদ্যোগত বিজেপিত যোগদান কৰা বুলি চর্চা চলা প্রদ্যুৎ বৰদলৈকো কোনো গুৰুত্বপূর্ণ দিয়া হ’ব বুলি পাৰে। মহিলা প্রতিনিধিও মন্ত্রীসভাত থাকিব লাগিব। সেয়েহে এইবাৰ অজন্তা নেওগে পুনৰ মন্ত্রিত্ব লাভ কৰে নে আন কোনো নতুন মুখ অন্তর্ভুক্ত হয় সেয়া নিশ্চিত হোৱা নাই। ইপিনে, দলৰ সূত্ৰই সদৰী কৰা অনুসৰি, বিদায়ী মন্ত্রীসভাৰ কে’বাজনেও এইবাৰৰ মন্ত্রীসভাত স্থান পোৱাৰ সম্ভাৱনা ক্ষীণ।

লক্ষ্যণীয় যে এইবাৰ দুজনকৈ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য বিধানসভালৈ নির্বাচিত হৈছে। তেওঁলোক হ’ল কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তুলিৰাম ৰংহাং আৰু ৰাভা হাছঙৰ টংকেশ্বৰ ৰাভা। তেওঁলোকে মন্ত্রিত্ব লাভ কৰে নে তাক লৈও চর্চা চলিছে।

মন্ত্রীসভাত আটাইবোৰ জাতি-জনগোষ্ঠীক সামৰি নল’লেও অন্ততঃ প্রথম পর্যায়তে কে’বাটাও জনগোষ্ঠীৰ প্ৰতিনিধিত্ব নিশ্চিত কৰা হ’ব পাৰে। সেইফালৰ পৰা আহোম আৰু চাহ জনগোষ্ঠীৰ প্ৰতিনিধি থকাৰ পূৰ্ণ সম্ভাৱনা আছে। পূব অসমত বিৰোধীৰ সকলো তৎপৰতাক নস্যাৎ কৰি ৰাইজে বিজেপিক ব্যাপক হাৰত ভোটদান কৰে।

পূব অসমৰ কে’বাটাও সমষ্টিত নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে আহোম ভোটাৰে। সেইফালৰ পৰা আহোমৰ একাধিক প্রতিনিধি মন্ত্রীসভাত অন্তর্ভুক্ত হ’ব পাৰে বুলি দলীয় সূত্রই সদৰী কৰে। এনে ক্ষেত্ৰত জনগোষ্ঠীটোৰ প্ৰতিনিধি হিচাপে কাৰ কাৰ ভাগ্য ফুলিব সেয়া লক্ষ্যণীয় হ’ব। পূব অসমত বিজেপিৰ বিজয়ত অন্যতম ভূমিকা গ্রহণ কৰে বাগিচাৰ ভোটাৰে।

এইবাৰো বাগিচাৰ পৰা মন্ত্রীসভাত দুজনক স্থান দিয়াৰ হিচাপ-নিকাচ চলিছে। এই ক্ষেত্রত ইতিমধ্যে নাম চর্চালৈ আহিছে প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। দ্বিতীয়জন বাগিচাৰ প্ৰতিনিধি উত্তৰ অসমৰ পৰা হ’ব পাৰে বুলি আলোচিত হৈছে। বৰাকৰ পৰা এইবাৰ প্ৰথমতে এজনৰ মন্ত্রীসভাত স্থান লাভৰ সম্ভাৱনা অধিক।

আকৌ ৰাজ্যৰ অন্যতম বৃহৎ জনগোষ্ঠী মিচিঙৰ পৰাও এজনে মন্ত্রীসভাত স্থান পাব পাৰে। তেনেদৰে পশ্চিম অসমৰ পৰা দলৰ জ্যেষ্ঠ নেতা ৰঞ্জিত কুমাৰ দাসক এইবাৰো মুখ্যমন্ত্ৰীয়ে বিমুখ নকৰাৰ সম্ভাৱনা আছে বুলিও দলীয় সূত্রই আঙুলিয়াই দিয়ে।

ইপিনে, বিদায়ী মন্ত্রীসভাত নলবাৰী জিলাৰ তিনিটা সমষ্টিৰ দুজনে মন্ত্রীসভাত স্থান লাভ কৰিছিল। চর্চা অনুসৰি, এইবাৰ বিধানসভাৰ অধ্যক্ষ হ’ব পাৰে চন্দ্ৰমোহন পাটোৱাৰী। এনে ক্ষেত্রত বিদায়ী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কি হ’ব? দৈমাৰীৰ মন্ত্ৰী হোৱাৰ ইচ্ছা প্রবল। যোৱাবাৰো তেওঁ মন্ত্রী হ’ব বিচাৰিছিল। শেষত তেওঁক বিধানসভাৰ দৰে সন্মানীয় অধ্যক্ষ পদত অধিষ্ঠিত কৰা হয়।

যিহেতু বিপিএফৰ পৰা বড়ো জনগোষ্ঠীৰ মন্ত্রী থাকিবই, তেনে ক্ষেত্রত বিশ্বজিৎ দৈমাৰীক আন কোনো গুৰুত্বপূর্ণ পদত দায়িত্ব অর্পণ কৰাৰ সম্ভাৱনা অধিক।

ইয়াৰ মাজতে দিছপুৰৰ সূত্ৰই সদৰী কৰা মতে, প্ৰথমতে মুখ্যমন্ত্রীয়ে ন্যূনতম দুটা পদ খালী ৰাখি মন্ত্রীসভা গঠন কৰিব পাৰে। পৰৱৰ্তী সময়ত পর্যায়ক্রমে সেই পদ দুটা পূৰণ কৰিব। এনেদৰে সম্ভাব্য মন্ত্রীসভাক কেন্দ্ৰ কৰি বিভিন্ন চর্চা অব্যাহত থাকিলেও শেষ পর্যন্ত নেতৃত্বইহে সিদ্ধান্ত গ্রহণ কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJP
publisher

publisher

Related Posts

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

October 12, 2026
লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন
International

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

October 12, 2026
চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ
India

চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

October 12, 2026
আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত
India

আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

October 12, 2026
‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’
India

‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

October 12, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d