Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

    প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আশে পাশে থকা তিনিটা বস্তি খালী কৰিবলৈ ছয় সপ্তাহৰ সময় দিলে দিল্লী হাই ক’ৰ্টে

    নগাঁও-হোজাইত অবৈধ শিলৰ কুৱেৰীৰ ৰমৰমীয়া ব্যৱসায়

    Karbianglong Accident:কাৰ্বি আংলঙৰ মাঞ্জাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

    Meghalaya:মেঘালয়ত অব্যাহত দুষ্কৃতিকাৰীৰ সন্ত্রাস

    Kamrup:কামৰূপ আৰক্ষীৰ জালত কুখ্যাত অপৰাধী দেৱজিৎ দেউৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

নগাঁও-হোজাইত অবৈধ শিলৰ কুৱেৰীৰ ৰমৰমীয়া ব্যৱসায়

publisher by publisher
August 26, 2026
in International, News
Reading Time: 1 min read
0
নগাঁও-হোজাইত অবৈধ শিলৰ কুৱেৰীৰ ৰমৰমীয়া ব্যৱসায়
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আশে পাশে থকা তিনিটা বস্তি খালী কৰিবলৈ ছয় সপ্তাহৰ সময় দিলে দিল্লী হাই ক’ৰ্টে

Karbianglong Accident:কাৰ্বি আংলঙৰ মাঞ্জাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰে বন ধ্বংস, অবৈধ খনন আৰু প্ৰাকৃতিক সম্পদৰ লুণ্ঠনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰি অহাৰ সময়তে নগাঁও আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে অবৈধ শিলৰ কুৱেৰীৰ ৰমৰমীয়া ব্যৱসায়।

ADVERTISEMENT

বন মন্ত্রী জয়ন্ত মল্লবৰুৱাই অবৈধ খনন চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়াৰ পাছতো একাংশ অসাধু চক্রই বন বিভাগৰ চকুত ধূলি দি পুনৰ সক্রিয় কৰি তুলিছে শিল খননৰ অবৈধ ঘাটি। অভিযোগ অনুসৰি, ডবকা পাহাৰৰ মাদাতলি, ভেলৌগুৰি আদি অঞ্চলত একাধিক অবৈধ শিলৰ কুৱেৰী দীৰ্ঘদিন ধৰি চলি আছে।

নগাঁও বন সংমণ্ডল আৰু হোজাই দক্ষিণ বন সংমণ্ডলৰ অধীনস্থ এই অঞ্চলসমূহত কোনো ধৰণৰ চৰকাৰী অনুমতি, নিবিদা অথবা বৈধ নথিপত্র অবিহনেই দিনে-নিশাই চলি আছে শিল খননৰ কাম। স্থানীয় লোকৰ অভিযোগ অনুসৰি, এই অবৈধ কুৱেৰীসমূহৰ পৰা প্ৰতিদিনে শশ ডাম্পাৰে চালানবিহীনভাৱে শিল সৰবৰাহ কৰি আছে নগাঁও, হোজাইসহ বিভিন্ন প্রান্তলৈ।

ইয়াৰ ফলত চৰকাৰে প্ৰতিদিনে লাখ লাখ টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে। ইফালে, ইমান বৃহৎ পৰিসৰত চলি থকা অবৈধ শিলৰ ব্যৱসায়ৰ ক্ষেত্ৰত বন বিভাগৰ ভূমিকা সন্দর্ভতো প্রশ্ন উত্থাপন হৈছে। স্থানীয় সচেতন মহলে অভিযোগ কৰিছে যে বিভাগীয় একাংশ বিষয়াৰ গাফিলতি অথবা একাংশ অসাধু চক্ৰৰ স’তে গোপন বুজাবুজিৰ বাবেই এনে অবৈধ ব্যৱসায় অব্যাহত ৰাখিবলৈ সক্ষম হৈছে।

আনহাতে, অবৈধ শিল কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে হোজাই জিলা পৰিবহণ বিভাগৰ ভূমিকাক লৈয়ো অসন্তুষ্টি প্রকাশ কৰিছে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি, বহু ডাম্পাৰে অত্যধিক বোজা কঢ়িয়াই ৰাষ্ট্ৰীয় ঘাইপথ আৰু সংযোগী পথসমূহত চলাচল কৰি আছে।

অভাৰলোড ডাম্পাৰৰ বাবে পথৰ ক্ষতি হোৱাৰ লগতে সাধাৰণ যাত্ৰীৰ জীৱনলৈও বিপদ নামি অহাৰ আশংকা বৃদ্ধি পাইছে। সচেতন মহলৰ অভিযোগ, অবৈধ শিল খননে কেৱল চৰকাৰী ৰাজহৰ ক্ষতিয়েই কৰা নাই, ই পৰিৱেশৰ ওপৰতো গভীৰ প্ৰভাৱ পেলাইছে।

পাহাৰ কাটি প্রাকৃতিক ভাৰসাম্য বিনষ্ট কৰাৰ লগতে ভূমিস্খলন, জলস্তৰ হ্ৰাস আদি সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইতিমধ্যে ডবকাৰ বিভিন্ন মহলে এই অবৈধ শিলৰ কুৱেৰীসমূহৰ বিৰুদ্ধে তাৎক্ষণিক কঠোৰ অভিযান চলোৱাৰ দাবী জনাইছে।

সমগ্র বিষয়টোত মুখ্যমন্ত্রীৰ হস্তক্ষেপ বিচাৰি এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। এতিয়া প্রশ্ন উঠিছে- বনমন্ত্ৰীৰ কঠোৰ সকীয়নিৰ পাছতো কেনেকৈ চলি আছে এই অবৈধ শিলৰ সাম্রাজ্য? কাৰ আশীৰ্বাদত সক্ৰিয় হৈ আছে বন মাফিয়াৰ এই চক্র? এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিছে ডবকা তথা নগাঁও-হোজাইবাসীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ
Assam

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

August 26, 2026
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আশে পাশে থকা তিনিটা বস্তি খালী কৰিবলৈ ছয় সপ্তাহৰ সময় দিলে দিল্লী হাই ক’ৰ্টে
India

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আশে পাশে থকা তিনিটা বস্তি খালী কৰিবলৈ ছয় সপ্তাহৰ সময় দিলে দিল্লী হাই ক’ৰ্টে

August 26, 2026
Karbianglong Accident:কাৰ্বি আংলঙৰ মাঞ্জাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Karbianglong Accident:কাৰ্বি আংলঙৰ মাঞ্জাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

August 26, 2026
Meghalaya:মেঘালয়ত অব্যাহত দুষ্কৃতিকাৰীৰ সন্ত্রাস
Assam

Meghalaya:মেঘালয়ত অব্যাহত দুষ্কৃতিকাৰীৰ সন্ত্রাস

August 26, 2026
Kamrup:কামৰূপ আৰক্ষীৰ জালত কুখ্যাত অপৰাধী দেৱজিৎ দেউৰী
Assam

Kamrup:কামৰূপ আৰক্ষীৰ জালত কুখ্যাত অপৰাধী দেৱজিৎ দেউৰী

August 26, 2026
এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ
International

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d