Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

    প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আশে পাশে থকা তিনিটা বস্তি খালী কৰিবলৈ ছয় সপ্তাহৰ সময় দিলে দিল্লী হাই ক’ৰ্টে

    নগাঁও-হোজাইত অবৈধ শিলৰ কুৱেৰীৰ ৰমৰমীয়া ব্যৱসায়

    Karbianglong Accident:কাৰ্বি আংলঙৰ মাঞ্জাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

    Meghalaya:মেঘালয়ত অব্যাহত দুষ্কৃতিকাৰীৰ সন্ত্রাস

    Kamrup:কামৰূপ আৰক্ষীৰ জালত কুখ্যাত অপৰাধী দেৱজিৎ দেউৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাষ্ট্ৰীয় চিনিয়ৰ আৰু মাষ্টাৰ্চ কিকবক্সিং প্ৰতিযোগিতাত অসম দলত স্থান লাভ অসম আৰক্ষীৰ লেন্সনায়ক সোনেশ্বৰ বড়াৰ

publisher by publisher
August 26, 2026
in Assam, News
Reading Time: 1 min read
0
ৰাষ্ট্ৰীয় চিনিয়ৰ আৰু মাষ্টাৰ্চ কিকবক্সিং প্ৰতিযোগিতাত অসম দলত স্থান লাভ অসম আৰক্ষীৰ লেন্সনায়ক সোনেশ্বৰ বড়াৰ
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আশে পাশে থকা তিনিটা বস্তি খালী কৰিবলৈ ছয় সপ্তাহৰ সময় দিলে দিল্লী হাই ক’ৰ্টে

নগাঁও-হোজাইত অবৈধ শিলৰ কুৱেৰীৰ ৰমৰমীয়া ব্যৱসায়

KickboxingChampion : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অহা ০৮ ৰ পৰা ১২ ছেপ্টেম্বৰলৈকে মধ্য প্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় চিনিয়ৰ এণ্ড মাষ্টাৰ্চ কিকবক্সিং চেম্পিয়নশ্বিপত অসম দলত স্থান লাভ কৰিছে অসম আৰক্ষীৰ লেন্সনায়ক সোনেশ্বৰ বড়াই।

ADVERTISEMENT

ভাৰতৰ প্ৰায় ৩০ খন ৰাজ্যৰ প্ৰায় ৭০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাৰ ৯৪ কেজি শাখাত অসম দলৰ হৈ অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় কিকবক্সিং খেলুৱৈ গৰাকীয়ে।

যোৱা বৰ্ষৰ জুলাই মাহত ছত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত হোৱা চিনিয়ৰ ৰাষ্ট্ৰীয় কিকবক্সিং চেম্পিয়নশ্বিপ-২০২৫ ত ৯৪ কেজি শাখাত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছিল সোনেশ্বৰ বড়াই। সেই প্ৰতিযোগিতাত মুঠ ৩৩ খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।

ইয়াৰ পূৰ্বে ২০১৮ চনত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কিকবক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা সোনেশ্বৰ বড়াই কিকবক্সিং খেলত এতিয়ালৈকে ভাৰতক তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰিছে।২০০৭ চনত নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কিকবক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক, ২০০৯ চনত শ্ৰীলংকাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কিকবক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছে।

এতিয়ালৈকে মুঠ ১৫ বাৰ ৰাজ্যিক পৰ্যায়ৰ কিকবক্সিং খেলত পদক আৰু ৮ বাৰ ৰাষ্ট্ৰীয় পদক পাবলৈ সক্ষম হৈছে তেওঁ।
নিজৰ কৰ্মদক্ষতা আৰু সাহসিকতাৰ বাবে ২০১৮ চনত আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক আৰু ২০১৬ চনত আন্তৰিক সুৰক্ষা সেৱা পদক লাভ কৰিছিল।

খেলৰ সমান্তৰালকৈ সংগীতৰ সৈতেও জড়িত তেওঁৰ আৰক্ষীৰ গীতৰ ভিডিঅ’সমূহ ক্ৰমে ‘যুঁজাৰু দা বেটেলিয়ান’, ‘চকু’, ‘ৰণুৱা দ্যা ৱাৰিয়ৰ’ আদিয়ে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে। সেইদৰে ‘পেটং বিহু’, ‘বগাকাই’, ‘লাহন শালপতি’ আদি তেওঁৰ জনপ্ৰিয় বিহুগীত। আনহাতে ‘বক্সাৰ’ তেওঁৰ এটি মিউজিকেল ভিডিঅ’।

আন্তঃৰাষ্ট্ৰীয় বক্সাৰ তথা এছিয়ান গেমছত সোণৰ পদকৰ লগতে শ্ৰেষ্ঠ বক্সাৰৰ সন্মান লাভ কৰা অসম কন্যা কল্পনা চৌধুৰীৰ বক্সিং জীৱনক লৈ কৰা গানৰ ভিডিঅ’ হৈছে এই ‘বক্সাৰ’।

উল্লেখ্য যে, ২০১০ চনত অসম আৰক্ষীত যোগদান কৰা সোনেশ্বৰ বড়াই ১৪ বছৰ বাক্সা জিলাৰ চৰাইমাৰিস্থিত ২৪ নং অসম আৰক্ষী বেটেলিয়নত কৰ্তব্য সম্পাদন কৰাৰ পিছত সম্প্ৰতি ডুমডুমা সমজিলা আৰক্ষী অধীক্ষকৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত।

সোনেশ্বৰ বড়াৰ ঘৰ কাকপথাৰৰ কাঠবস্তিত। পিতৃ প্ৰয়াত প্ৰফুল্ল বড়া আৰু মাতৃ প্ৰয়াত বীণাপানি বড়া। দুয়ো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল। ২০১৯ বৰ্ষত নতুন দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত ‘বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা’ ৰে সন্মানিত হোৱা সোনেশ্বৰ বড়া অসম আৰক্ষীৰ এগৰাকী কৰ্তব্যপৰায়ণ আৰু নিষ্ঠাবান জোৱানৰ লগতে এগৰাকী সুদক্ষ খেলুৱৈ।

২০০২ চনত কুংফুৰ জৰিয়তে ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰখনত খোজ পেলোৱা সোনেশ্বৰ বড়াৰ দৰে এগৰাকী সুদক্ষ খেলুৱৈ এটা জাতিৰ গৌৰৱ হোৱাৰ উপৰিও দেশৰ সম্পদস্বৰূপ। অসমৰ সম্ভাৱনাপূৰ্ণ ক্ৰীড়া ক্ষেত্ৰখনলৈ আশা আৰু অনুপ্ৰেৰণাৰ ঢল বোৱাই অনাৰ লগতে অসম আৰক্ষীক গৌৰৱান্বিত কৰা সুদক্ষ তথা আন্তঃৰাষ্ট্ৰীয় কিকবক্সিং খেলুৱৈ, গায়ক, অভিনেতা সোনেশ্বৰ বড়াৰ এই জয়যাত্ৰা যেন আগলৈও অব্যাহত থাকক তাকেই সকলোৱে কামনা কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ
Assam

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

August 26, 2026
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আশে পাশে থকা তিনিটা বস্তি খালী কৰিবলৈ ছয় সপ্তাহৰ সময় দিলে দিল্লী হাই ক’ৰ্টে
India

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আশে পাশে থকা তিনিটা বস্তি খালী কৰিবলৈ ছয় সপ্তাহৰ সময় দিলে দিল্লী হাই ক’ৰ্টে

August 26, 2026
নগাঁও-হোজাইত অবৈধ শিলৰ কুৱেৰীৰ ৰমৰমীয়া ব্যৱসায়
International

নগাঁও-হোজাইত অবৈধ শিলৰ কুৱেৰীৰ ৰমৰমীয়া ব্যৱসায়

August 26, 2026
Karbianglong Accident:কাৰ্বি আংলঙৰ মাঞ্জাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Karbianglong Accident:কাৰ্বি আংলঙৰ মাঞ্জাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

August 26, 2026
Meghalaya:মেঘালয়ত অব্যাহত দুষ্কৃতিকাৰীৰ সন্ত্রাস
Assam

Meghalaya:মেঘালয়ত অব্যাহত দুষ্কৃতিকাৰীৰ সন্ত্রাস

August 26, 2026
Kamrup:কামৰূপ আৰক্ষীৰ জালত কুখ্যাত অপৰাধী দেৱজিৎ দেউৰী
Assam

Kamrup:কামৰূপ আৰক্ষীৰ জালত কুখ্যাত অপৰাধী দেৱজিৎ দেউৰী

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d