Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Satgaon Theft Incident:মহানগৰীৰ সাতগাঁৱত পুৱতে নিশা গুদামৰ শ্বাটাৰ ভাঙি ৮০খনকৈ চাইকেল চুৰি দুর্বৃত্তৰ

    Guwahati:মহানগৰীৰ হাতীগাঁৱত নিশা ভয়ংকৰ ঘটনা

    Sivsagar:মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন হ’ল এছআইটি

    One Arrested:বীৰ লাচিত সেনাৰ মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যু ঘটনা সন্দৰ্ভত এজনক আটক

    Cattle Theft:তিতাবৰত অঘটন !

    Cattle Theft:তিতাবৰত অঘটন !

    পূব মাজুলী অঞ্চলত প্ৰতিষ্ঠা হ’ব শিৰোমণি ভকত সেৱা আশ্রম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পূব মাজুলী অঞ্চলত প্ৰতিষ্ঠা হ’ব শিৰোমণি ভকত সেৱা আশ্রম

publisher by publisher
August 27, 2026
in Assam, News
Reading Time: 1 min read
0
পূব মাজুলী অঞ্চলত প্ৰতিষ্ঠা হ’ব শিৰোমণি ভকত সেৱা আশ্রম
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Cachar:কাছাৰৰ লক্ষীপুৰত অসম ৰাইফলছৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট

Satgaon Theft Incident:মহানগৰীৰ সাতগাঁৱত পুৱতে নিশা গুদামৰ শ্বাটাৰ ভাঙি ৮০খনকৈ চাইকেল চুৰি দুর্বৃত্তৰ

Guwahati:মহানগৰীৰ হাতীগাঁৱত নিশা ভয়ংকৰ ঘটনা

ব্যৱসায় উদ্দেশ্য মাজুলীৰ দক্ষিণ পাট কৈৱৰ্ত গাঁৱৰ পৰা যোৰহাটৰ পদাপৰ্থত ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি ২০ বছৰ সময় যোৰহাটত অতিক্ৰম কৰি লিখি প্ৰকাশ কৰিছিল ২০খনৰ অধিক ধৰ্মীয় গ্ৰন্থ। শেহতীয়াকৈ
মাজুলীৰ দক্ষিণ পাট কৈৱৰ্ত গাঁৱৰ নিবাসী, এইজন বিশিষ্ট লেখক, বিশিষ্ট ভাগৱত ব্যাখ্যাকাৰ লক্ষীৰাম দুৱৰা দাসৰ ঐকান্তিক প্রচেষ্টাত মাজুলীৰ দক্ষিণ পাট কৈৱৰ্ত গাঁৱত ব্ৰহ্মপুত্ৰৰ নাতিদূৰৈত এক নিৰিবিলি পৰিৱেশত প্ৰতিষ্ঠা হ’বলৈ গৈ আছে”শিৰোমণি ভকত সেৱা আশ্ৰম নামেৰে এখনি আশ্রম।

ADVERTISEMENT

নিদিষ্ট সময়ত নাম-কীর্তন, গীতা-ভাগৱত চর্চা, মানৱ সেৱাৰ জৰিয়তে ঈশ্বৰ সেৱা মূলমন্ত্ৰ হিচাপে লৈ লক্ষীৰামে এখনি আশ্রম নিৰ্মাণ কৰিবলৈ বহু দিনৰ পৰা মানস কৰি আছিল।

শিৰোমণি ভকতসেৱা আশ্ৰমৰ গুৰু আসন প্ৰতিষ্ঠাৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ-মাধৱদেৱৰ পবিত্ৰ চৰণৰ ধূলি সিঁচৰিত হৈ থকা শ্ৰীশ্ৰীমধুপুৰ ধাম সত্র, শ্রীশ্রীকাকতকুটা সত্ৰ, শ্ৰীশ্ৰীচূণপোৰা সত্র, শ্রীশ্রীগণককুছি সত্র, শ্রীশ্রীপাটবাউসী সত্র, শ্রীশ্রী বৰপেটা সত্ৰ, শ্ৰীশ্ৰীবৰদোৱা সত্ৰ এই পবিত্ৰ সপ্তধামৰ ভূমি, আৰু টোৰোছা নদী, আকাশী গংগা আৰু ব্ৰহ্মপুত্ৰৰ জল শ্ৰদ্ধাৰে আনি সপ্তধামৰ ভূমি সপ্ত বৈকুণ্ঠ জ্ঞান কৰি গুৰুআসন প্রতিষ্ঠাৰ বাবে প্ৰস্তুতি কৰিছে।

সেই উদ্দেশ্যে লক্ষীৰামে দক্ষিণ পাট আঞ্চলিক ৰাইজক ৰাজহুৱা সভাৰ জৰিয়তে বিষয়টো অৱগত কৰে। ৰাইজেও লক্ষীৰামৰ এনে মহৎ প্রচেষ্টাত শলাগ লৈ সৰ্বোতপ্ৰকাৰে সহায়-সহযোগিতাৰ আশ্বাস দিয়ে।

লক্ষীৰামেও সকলো ৰাইজৰ শুভাশিস, সহায়-সহযোগিতা, দিহা-পৰামৰ্শ কামনা কৰিছে।
যদি কোনো সদাশয় ব্যক্তিয়ে লক্ষ্মীৰাম দুৱৰাক আশ্ৰম খন প্ৰতিষ্ঠা কৰাত সহায় সহযোগিতা আগবঢ়াব বিচাৰিলে লক্ষ্মীৰাম দুৱৰাৰ মোবাইল নম্বৰ ৭২২২২১২৫৫৯ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Satgaon Theft Incident:মহানগৰীৰ সাতগাঁৱত পুৱতে নিশা গুদামৰ শ্বাটাৰ ভাঙি ৮০খনকৈ চাইকেল চুৰি দুর্বৃত্তৰ
Assam

Satgaon Theft Incident:মহানগৰীৰ সাতগাঁৱত পুৱতে নিশা গুদামৰ শ্বাটাৰ ভাঙি ৮০খনকৈ চাইকেল চুৰি দুর্বৃত্তৰ

August 27, 2026
Guwahati:মহানগৰীৰ হাতীগাঁৱত নিশা ভয়ংকৰ ঘটনা
Assam

Guwahati:মহানগৰীৰ হাতীগাঁৱত নিশা ভয়ংকৰ ঘটনা

August 27, 2026
Sivsagar:মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন হ’ল এছআইটি
Assam

Sivsagar:মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন হ’ল এছআইটি

August 27, 2026
One Arrested:বীৰ লাচিত সেনাৰ মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যু ঘটনা সন্দৰ্ভত এজনক আটক
Assam

One Arrested:বীৰ লাচিত সেনাৰ মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যু ঘটনা সন্দৰ্ভত এজনক আটক

August 27, 2026
Cattle Theft:তিতাবৰত অঘটন !
Assam

Cattle Theft:তিতাবৰত অঘটন !

August 27, 2026
প্ৰকৃতিৰ ৰুদ্ৰৰূপত নেপাল, বানত ৩১ জনৰ মৃত্যু, ৪০০ জন সন্ধানহীন
International

প্ৰকৃতিৰ ৰুদ্ৰৰূপত নেপাল, বানত ৩১ জনৰ মৃত্যু, ৪০০ জন সন্ধানহীন

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d