Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

    R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা

    Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

তিব্বতত সন্ধানহীনৰ ৪৯জনেই তামিলনাডুৰ

publisher by publisher
September 1, 2026
in International, News
Reading Time: 1 min read
0
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
0
SHARES
2
VIEWS
ShareShareShareShare

RelatedPosts

নগাঁও জিলাৰ বিভিন্ন ঠাইত চাৰিশৰীয়া ঘাইপথৰ মাজত প্ৰকাণ্ড প্রকাণ্ড গাঁত

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

দিনটোৰ ৰাশিফল

NepalFlood : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : প্রকৃতিব ধ্বংসলীলাই কাঢ়ি নিলে নেপালৰ সহস্রাধিক লোকৰ জীৱন। সমান্তৰালভাৱে বৃদ্ধি পাইছে সন্ধানহীনৰ সংখ্যাও। নেপালৰ দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এই পর্যন্ত মৃতকৰ সংখ্যা ৯৩৯ জন। সন্ধানহীন প্রায় ৪,৩০০ জন বুলি প্রকাশ কৰা হৈছে। ইয়াৰে ছশজন বিদেশী নাগৰিক।

ADVERTISEMENT

সোমবাৰে নেপালৰ বিপৰ্যয়ৰ উদ্ধাৰ অভিযানৰ যষ্ঠ দিনত বিভাগীয় বিষয়াই জনোৱা মতে, এতিয়াও বহু মৃতদেহ বোকা-মাটিৰ তলত পোত খাই আছে।সেইবোৰ উদ্ধাৰ কৰিবলৈ সময়ৰ প্ৰয়োজন হ’ব। এই পর্যন্ত এটাৰ পাছত আনটো মৃতদেহ বোকা-মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে।

আকস্মিক বানত নেপালৰ আঠখন জিলা সর্বাধিক ক্ষতিগ্রস্ত হৈছে। ইয়াৰে ভিতৰত চিতুৱানৰ পৰা ২৭২, নৱালৰ পার্চি পূবৰ পৰা ২০৭, নৱালপাৰ্চি পশ্চিমৰ পৰা ১৫১ আৰু গোর্খা জিলাৰ পৰা ৬২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। তদুপৰি নুৱাকুটত ৯৫ টা, ধাদিঙত ৫৫ টা, তানাহুত ৩৭ আৰু ৰাচুৱাত ২৪ টা মৃতদেহ উদ্ধাৰ হৈছে।

যোৱা ২৬ আগষ্টৰ প্রলয়ংকৰী বানত বিপর্যস্ত হোৱা এভাৰেষ্টৰ দেশ নেপালত আজিও বহু সন্ধানহীন হৈ আছে। সময় যিমানে আগুৱাইছে সিমানে জীবিত অৱস্থাত এইসকলৰ উদ্ধাৰৰ আশা নির্বাপিত হ’বলৈ ধৰিছে। এই পর্যন্ত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় প্রায় ১১,৩৭৯ জন লোকৰ।

দেওবাৰে সন্ধিয়া পর্যন্ত তিব্বতত ১৬ টা মৃতদেহ উদ্ধাৰ হয়। চীনৰ কর্তৃপক্ষই জনোৱা মতে তেওঁলোকৰ অঞ্চলত কমেও পাঁচ শতাধিকৰ কোনো সন্ধান নাই। আন্তর্জাতিক সংস্থা ৰেড ক্ৰছৰ প্ৰাথমিক হিচাপ অনুসৰি আনুমানিক ক্ষতিগ্রস্ত লোকৰ সংখ্যা ৯০ শতাধিক হ’ব।

ৰাছুৱাৰ ভোটেকোশী নদীৰ বানত বোকা-মাটি আৰু পানীৰ প্ৰৱল সোঁতত লোকালয় নিশ্ছিন্ন হৈ পৰে। পানীৰ তীব্র বেগত বহু মৃতদেহ মূল ঘটনাস্থলীৰ পৰা বহু কিলোমিটাৰ দূৰলৈ উটি যায়। যাৰ ফলত উদ্ধাৰ কাৰ্য অধিক কঠিন হৈছে।

মৃতদেহ উদ্ধাৰ হ’লেই চিনাক্তকৰণ প্ৰক্ৰিয়া সম্ভৱ হোৱা নাই। অধিকাংশ দেহে চিনাক্ত কৰিব পৰা অৱস্থাত নথকা বাবেই ডিএনএ নমুনা সংৰক্ষণ কৰা হৈছে। কর্তৃপক্ষই এই মৃতদেহ স্বাভাৱিকতে বেছিদিন পেলাই থ’ব নোৱাৰে। দুর্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে নেপালত মর্গত এতিয়া আৰু মৃতদেহ ৰখাৰ ঠাই নাই।

অস্থায়ীভাবে কিছু ভৱনত মৃতদেহ ৰখাৰ ব্যৱস্থা কৰা হৈছে যদিও সেইসমূহত দীর্ঘসময় সংৰক্ষণৰ কোনো আন্তঃগাঁথনি নাই। গতিকে নেপাল চৰকাৰে মৃতদেহৰ পৰ্যাপ্ত তথ্য সংগ্ৰহ কৰি গণ কবৰৰ সিদ্ধান্ত লৈছে। আন এক তথ্য অনুসৰি তিব্বতত সন্ধানহীন ৫৪৭ জনৰ ভিতৰত ৪৯ জন ভাৰতীয় আৰু এইসকল তামিলনাডুৰ বাসিন্দা।

দেওবাৰে তামিলনাডুৰ এক ভ্রমণ সংস্থাই জনোৱা মতে তেওঁলোকৰ ৪৯ জনীয়া এটা পর্যটক দল কৈলাশ-মানস সৰোবৰ দৰ্শন কৰিবলৈ গৈছিল। ইপিনে, নেপালত সন্ধানহীন হোৱা প্ৰতিজন ভাৰতীয়ই পর্যটক নহয় বুলি তথ্য প্রকাশ হৈছে। বিভিন্নজনে নেপালৰ জল বিদ্যুৎ প্রকল্পত শ্রমিকৰ কাম কৰিবলৈ গৈছিল। আনহাতে নেপালৰ বহু সেনা জোৱান আৰু আৰক্ষী বিষয়া সন্ধানহীন হৈ আছে।

নেপালৰ হাস্পতালসমূহতো মানুহৰ ভিৰ আৰম্ভ হৈছে। সন্ধানহীন প্রিয়জনক বিচাৰি দূৰ দূৰণিৰ পৰা জমা হৈছে মানুহ। পৰিস্থিতি চম্ভালিবলৈ হাহাকাৰ অৱস্থাৰ মুখত পৰিছে কাঠমাণ্ডুৰ প্রশাসন। ইপিনে, ভাৰতীয় উদ্ধাৰকাৰী দল নেপালত উপস্থিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম
International

নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

August 30, 2026
Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা
Assam

August 29, 2026
R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা
Crime

R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা

August 29, 2026
Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক
Assam

Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

August 29, 2026
Kailash Manas Sarovar Yatra:জলপ্ৰলয়ৰ মাজতে পাহাৰৰ গাত শিৱৰ মুখ !
Flood

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d