Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

publisher by publisher
September 2, 2026
in International, News
Reading Time: 1 min read
0
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Kamrup Metro Thana:কামৰূপ মহানগৰ জিলাৰ কোন খন থানা কোনটো সমষ্টিৰ সীমাত পৰে

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

দুৰ্যোগৰ বতৰা দিয়াৰ পৰা বিৰত ১০ হেজাৰ কোটিৰ ‘নিছাৰ’

NepalFlood : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নেপালৰ শেহতীয়া জলপ্রলয়ত দৰাচলতে কিমান লোক মৃত্যুমুখত পৰিল বা কিমান সন্ধানহীন হ’ল তাৰ সঠিক তথ্য এসপ্তাহৰ পাছতো স্পষ্ট হোৱা নাই। যোৱা ২৬ আগষ্টত অহা এই জলপ্ৰলয়ৰ ধ্বংসলীলা প্রত্যক্ষ কৰি বহুতে সহস্রাধিক লোকৰ প্ৰাণহানিৰ আশংকা কৰিছিল। এই আশংকা অমূলক নোহোৱাটোরে সম্প্রতি প্রতিপন্ন হৈছে। কাৰণ এই বিধ্বংসী বানত ডুবি মৃত্যু হোৱা ১,০৫০ জন দুর্ভগীয়া লোকৰ মৃতদেহ কালি পর্যন্ত উদ্ধাৰ কৰা হৈছে।

ADVERTISEMENT

মঙলবাৰে এই তথ্য সদৰী কৰে দেশখনৰ ৰাষ্ট্ৰীয় দুর্যোগৰ বিপদ হ্রাস আৰু ব্যৱস্থাপনা কর্তৃপক্ষই। অৱশ্যে বাতৰি লিখা পৰলৈকে এই সহস্রাধিক মৃতদেহৰ মাথোঁ চাৰি শতাংশৰ চিনাক্তকৰণহে সম্ভৱ হৈছে। ৰাষ্ট্ৰীয় দুর্যোগ উপশম কর্তৃপক্ষই লগতে প্রকাশ কৰা অনুসৰি আজি সন্ধিয়া পর্যন্ত আন চাৰি সহস্রাধিক লোক সন্ধানহীন হৈ আছে।

এই সন্ধানহীনসকলৰ মাজত ৫৮৩ জন বিদেশী নাগৰিক, ৬৩৯ জন বিভিন্ন জলবিদ্যুৎ প্রকল্পৰ কৰ্মচাৰী তথা নেপালী সেনা আৰু আৰক্ষীৰ লোক। ইপিনে, এই জলপ্রলয়ত উটি যোৱা বা আবদ্ধ হোৱা১১,৯৯৩ জন লোকক জীৱন্ত অৱস্থাত কর্তৃপক্ষই উদ্ধাৰ কৰিছে।

বোকাৰে পৰিপূৰ্ণ সুৰংগত আবদ্ধ ছয় শতাধিক জলবিদ্যুৎ প্রকল্পৰ কৰ্মচাৰী নেপালৰ শেহতীয়া বিধ্বংসী বানত কমেও ১৩ টা জলবিদ্যুৎ প্রকল্পও বিধ্বস্ত হয়। বানৰ পানীয়ে কঢ়িয়াই অনা বোকাই এই জলবিদ্যুৎ প্রকল্পসমূহৰ সুৰংগসমূহ পুতি পেলায়।

ফলত কৰ্মৰত অৱস্থাতে এই সুৰংগসমূহৰ মাজত ছয় শতাধিক জলবিদ্যুৎ প্রকল্পৰ কৰ্মী আবদ্ধ হৈ আছে। সম্প্রতি দেশী-বিদেশী বিশেষজ্ঞৰ দলে এই আবদ্ধ কর্মীসকলক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে। উদ্ধাৰ কাৰ্যত নিয়োজিত অভিযন্তাসকলে সুৰংগৰ ভিতৰলৈ বায়ু প্ৰৱাহিত কৰি সুৰংগৰ ভিতৰত প্ৰৱেশৰ পথ সৃষ্টিৰ চেষ্টা কৰি আছে।

এই কার্যত অভিযন্তাসকল সফল হৈছে যদিও ভিতৰত প্ৰৱেশ কৰি উদ্ধাৰকাৰীয়ে কোনো লোকক প্ৰত্যক্ষ কৰা নাই। আনহাতে জলপ্ৰলয়ৰ ফলত সুৰংগত আবদ্ধ হৈ পৰা জলবিদ্যুৎ প্ৰকল্পৰ কৰ্মচাৰীসকলৰ অন্যতম অউচ ভাণ্ডাৰী নামৰ ৩৩ বছৰীয়া অভিযন্তাজনক পত্নী অনুশিলা ভাণ্ডাৰীয়ে কয়, ‘মোৰ স্বামী ঘৰলৈ ঘূৰি আহিব বুলি আমি আশা কৰি আছো।’

একেদৰে একে আশা প্রকাশ কৰে সীতা পাণ্ডে নামৰ মহিলাগৰাকীয়ে। তেওঁৰ স্বামীয়েও এই বোকাৰে পুতি পেলোৱা সুৰংগত আবদ্ধ হৈ আছে। মহিলাগৰাকীয়ে কয়, ‘মই এতিয়াও ৫০ শতাংশ আশাবাদী যে মোৰ স্বামী জীৱিত হৈ আছে। কাৰণ সুৰংগৰ ভিতৰত অক্সিজেন যোগানৰ ব্যৱস্থা আছে।’

উল্লেখ্য যে ছয় শতাধিক জলবিদ্যুৎ প্ৰকল্পৰ কৰ্মচাৰী আবদ্ধ হৈ থকা এই সুৰংগসমূহত বহু সংখ্যক ভাৰতীয় বিশেষজ্ঞও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কালি উদ্ধাৰকাৰী বাহিনীৰ এটা দল এটা বিধ্বস্ত জলবিদ্যুৎ প্রকল্পৰ থলীতো প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

সাহায্য সামগ্ৰীৰ নাটনি: পোৱা নাই বহু বানপীড়িতই

ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশ তথা আন্তর্জাতিক সংস্থাই জলপ্রলয় বিধ্বস্ত নেপাললৈ বিপুল পৰিমাণত সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে যদিও দেশখনৰ বহু স্থানৰ বানপীড়িতই কোনো সাহায্য সামগ্রী লাভ কৰা নাই। স্বয়ং নেপাল চৰকাৰৰ দুর্যোগ উপশম কর্তৃপক্ষই এই কথা প্ৰকাশ কৰিছে। দুর্যোগ উপশম কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই বানত বিধ্বস্ত দুই জিলা ৰাসূয়া আৰু নোৱাকট জিলাৰ বন্যাক্রান্তসকলে সাহায্য সামগ্রী লাভ কৰা নাই। ইয়াৰ কাৰণ হৈছে সাহায্য সামগ্ৰীৰ নাটনি।

এই সম্পর্কত দুর্যোগ উপশম কর্তৃপক্ষই আৰু কয়, ‘ৰাসূয়াৰ উত্তৰ গয়া গ্রামীণ পৌৰ নিকায়ৰ অধীনৰ বানাক্ৰান্ত ৰাইজৰ বাবে অস্থায়ী আশ্রয়স্থল নিৰ্মাণৰ সামগ্রী, চাউল, মচুৰ দাইল আদিৰ অভাৱ ঘটিছে। একে অৱস্থা নুৱাকটৰ তাৰকেশ্বৰ গ্ৰামীণ পৌৰ নিকায়ৰ অধীনৰ অঞ্চলসমূহতো। এই অঞ্চলসমূহত কোনো সাহায্য সামগ্রী উপলব্ধ হোৱা নাই।’

ফলত এই অঞ্চলসমূহৰ বহু লোকে অনাহাৰে অনিদ্ৰাৰে মুকলি আকাশৰ তলত বিগত এসপ্তাহ ধৰি সময় অতিবাহিত কৰিবলগীয়া হৈছে। চিতুৱান জিলাত প্ৰশাসনৰ উদ্যোগত তিনিশৰ শেষকৃত্য নেপালৰ শেহতীয়া জলপ্রলয়ত বিধ্বস্ত হোৱা চাৰি জিলাৰ অন্যতম চিতুৱানত হাতেসজা সমাধিক্ষেত্রত বিগত কিছুদিন ধৰি নিতৌ বানত মৃত্যু হোৱা বহু লোকৰ শেষকৃত্য সম্পন্ন কৰা হৈছে। আজি বাতৰি লিখা পৰলৈকে এই সমাধিক্ষেত্রত কমেও তিনিশ লোকক দাহ কৰা হৈছে। এই সমাধিক্ষেত্র চিতুৱানৰ নৈৰ পাৰত অৱস্থিত।

নৈৰ পানীয়ে উটুৱাই অনা মৃতদেহসমূহ এই সমাধিস্থলত দাহ কৰা হৈছে। ফলত ডাঠ ধোঁৱাই আকাশমার্গ ছানি ধৰিছে। চৰকাৰী বাহিনীয়ে পিপিই কিট আৰু মাস্ক পৰিধান কৰি এই দুৰ্ভগীয়াসকলৰ দাহ কাৰ্যত অংশ লৈছে। এই সম্পর্কত জিলাখনৰ মুৰব্বী বিষয়া গণেশ আৰিয়ালে সংবাদ মাধ্যমক জনায় যে ডিএনএ পৰীক্ষাৰ জৰিয়তে এই মৃতদেহসমূহ চিনাক্ত কৰা হ’ব। কাৰণ চিনাক্ত নকৰাকৈয়ে মৃতদেহ একেলগে দাহ কৰি থকা হৈছে। এই সম্পর্কত বিষয়াজনে লগতে কয়, ‘শ শ মৃতদেহ ৰাখিব পৰাকৈ আমাৰ ইয়াত ফ্রীজাৰ নাই। গতিকে আমি অস্থায়ী সমাধিক্ষেত্রত মৃতদেহ দাহ কৰিবলগীয়া হৈছে। এনে অৱস্থাত আমি হতচকিতও হৈছো। পৰৱৰ্তী সময়ত ডিএনএ পৰীক্ষাৰ জৰিয়তে মৃতদেহ চিনাক্ত কৰা হ’ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

September 2, 2026
২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d