Zubeen garg case:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:হাৰ্টথ্ৰৱ জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ শুনানি ইতিমধ্যে ক্ষিপ্ৰতাৰে হৈ আছে ন্যায়াধীশ শৰ্মিষ্ঠা ভূঞা নেতৃত্বাধীন ফাষ্টট্ৰেক আদালতত ৷ ফাষ্টট্ৰেক আদালতৰ চমন অনুসৰি বুধবাৰে আদালতত উপস্থিত হয় ছিংগাপুৰৰ প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা ৷ সাক্ষ্য গ্ৰহণ আজি আধৰুৱা হোৱা বাবে বৃহস্পতিবাৰে পুনৰ আদালতত উপস্থিত হ’ব লাগিব পৰীক্ষিত শৰ্মা ৷
ADVERTISEMENT
উল্লেখ্য যে বিগতবৰ্ষৰ ১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোত জুবিন গাৰ্গ থকা য়ট খনতে আছিল প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা ৷




































