Gohpur -Numaligarh Cannectivity Road Tender:সকলো জল্পনাকল্পনা অন্ত পেলাই গহপুৰ-নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰত প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷প্ৰস্তাৱিত সুৰংগ পথছোৱা হ’ব চাৰিলেনযুক্ত।নিবিদা দাখিলৰ অন্তিম দিন ৩০ ছেপ্টেম্বৰ ৷ আনহাতে পহিলা অক্টোবৰত মুকলি হ’ব নিবিদা প্ৰস্তাৱ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সুৰংগ নিৰ্মাণৰ সময়সীমা নির্ধাৰণ কৰি দিছে ৫ বছ। উল্লেখ্য যে সুৰংগৰ ভিতৰত উপলব্ধ কৰা হ’ব ৰে’ল সেৱাও ৷
ADVERTISEMENT































