Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

সংবাদমেল অনুষ্ঠিত কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে ভাস্কো ডি শইকীয়া

publisher by publisher
September 3, 2026
in Assam, News
Reading Time: 1 min read
0
মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Raijor dal Pressmeet: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ পিছতো কংগ্ৰেছ দল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে নানান সমালোচনা কৰি অহা ৰাইজৰ দলৰে মিত্ৰতা ভংগৰ ঘোষণা কৰে কৰিলে এপিচিচিয়ে ৷

ADVERTISEMENT

বৃহস্পতিবাৰে এপিচিচিয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দলৰে মিত্ৰতা ভংগৰ পিছতে পুনৰ সৰৱ হৈ পৰে ৰাইজৰ দলৰ নেতৃত্ব৷ দলৰ মুখ্য কাৰ্যালয়ত ততাতৈয়াকৈ আয়োজন কৰা এক সংবাদমেলত দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কয়, কংগ্ৰেছে মিত্ৰতা ভংগ কৰি নিজৰ ব্যৰ্থতাৰ নগ্ন ৰূপটো পুনৰ উদঙাই দিলে৷ ৰাইজৰ পৰা বিচ্ছিন্ন দল এটাই আমাৰ স’তে সম্পূৰ্ণ চিন্ন কৰি কি বুজাব বিচাৰিছে। আমিহে ভৱিষ্যতে কেতিয়াও গণ বিচ্চিন কংগ্ৰেছৰে মিত্ৰতা নকৰো৷নিজৰ দলৰ প্ৰতিয়েই সৎ নহয় কংগ্ৰেছৰ বিধায়ক। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হ’লেও নিমাত হৈ থাকে কংগ্ৰেছ৷ বিধানসভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শাসক দলৰ বিৰুদ্ধে সৰৱ হৈ থকাৰ সময়ত মৌন ব্ৰতত থাকে কংগ্ৰেছ বিধায়ক কেইগৰাকী ৷ এইয়া হৈছে তেওঁলোকৰ জনপ্ৰীতি৷

কাৰ্যকৰী সভাপতি গৰাকীয়ে আৰু কয় যে, সদ্য সমাপ্ত বিধান সভা নিৰ্বাচনৰ সময়ত হেলিকপ্টাৰ দিয়া নাছিল ৰাইজৰ দলক৷ অথচ মিত্ৰজোঁট গঠনৰ সময়ত কংগ্ৰেছে অখিল গগৈক হেলিকপ্টাৰ দিয়াৰ কথা দিছিল৷ গৌৰৱ গগৈক বাৰে বাৰে কোৱাৰ পাছতো হেলিকপ্টাৰ নিদিলে অখিল গগৈ। আনকি দলগাঁৱত আমাৰ প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰাভিযানত অংশ ল’ম বুলি কৈ বিভিন্ন অচিলা লৈ উপস্থিত নাথাকিল গৌৰৱ গগৈ৷ এইয়া হৈছে তেওঁলোকৰ মিত্ৰতা ধৰ্ম৷

সংবাদমেল কংগ্ৰেছৰ বিৰুদ্ধে আন কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৰাইজৰ দল শীৰ্ষ নেতা গৰাকীয়ে৷ সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন সহ আন কে’বাজনো নেতা উপস্থিত থাকে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #Pressmeet #RaijorDal #bhakodSaikia #rdhq #guwahati #dainikagradoot
publisher

publisher

Related Posts

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ
Assam

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

September 3, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ
Entertainment

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

September 3, 2026
APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d