Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

publisher by publisher
September 3, 2026
in International, News
Reading Time: 1 min read
0
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা

Japan : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : প্ৰযুক্তিৰ দেশ জাপানক শান্তিপ্রিয় লোকৰ দেশ বুলিও কোৱা হয়। আশ্চর্যজনক যে এনে এখন দেশতে হেজাৰ হেজাৰ নিৰ্বোধ ভালুকক গুলীয়াই হত্যা কৰা হৈছে। যোৱা বছৰৰ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ এপ্রিললৈ দেশখনত ১৪ হেজাৰৰো অধিক ভালুক বধ কৰা হৈছে। নিধন কৰা ভালুকবোৰৰ মাজত ১২ হেজাৰ বাদামী ভালুক আৰু দুহেজাৰ ক’লা ভালুক আছে।

ADVERTISEMENT

তদুপৰি আগন্তুক দিনত আৰু ৮,৮০০ ভালুক বধৰ পৰিকল্পনা কৰিছে জাপান চৰকাৰে।স্বাভাৱিকতে প্রশ্ন হয় দেশখনে কিয় এনেদৰে নির্বোধ প্রাণীবোৰ বোধ কৰিছে? ইয়াৰ কাৰণ হৈছে দেশখনৰ বহু লোক ভালুকৰ অতর্কিত আক্ৰমণৰ সন্মুখীন হৈছে।

আনকি ভালুকৰ আক্ৰমণ দেশখনৰ মৃত্যুৰ অন্যতম প্রধান কাৰকত পৰিণত হৈছে। বিগত কিছু বছৰত দেশখনৰ বহু লোকে ভালুকৰ আক্রমণত প্রাণ হেৰুৱায়। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় ৰূপে চৰকাৰে ভালুক বধৰ সিদ্ধান্ত গ্রহণ কৰে।

সেই অনুসৰি মাথোঁ এবছৰতকৈ কম সময়তে সূর্যোদয়ৰ দেশত ১৪ হেজাৰতকৈ অধিক ভালুক হত্যা কৰা হয়। উল্লেখ্য যে জাপানীসকলে গৰমৰ দিনত ভ্ৰমণ কৰা কাৰুইজাওয়ায়তে ভালুকৰ সংখ্যা অধিক।

গতিকে এই স্থানত ভ্রমণলৈ গৈ বহু জাপানী লোকে ভালুকৰ আক্ৰমণত প্রাণ হেৰুৱায়। গতিকে মানুহৰ প্ৰাণ ৰক্ষাৰ উদ্দেশ্যে জাপান চৰকাৰে ভালুক নিধনৰ সিদ্ধান্ত লয়। ১৯৯০ৰ পৰা জাপানত ভালুকৰ উপদ্রব বৃদ্ধি পাবলৈ ধৰে। ভালুকৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে কেতবোৰ সংস্থাই কাম কৰি আছে।

এনে এটা সংস্থা হ’ল পিকিও। এই সংস্থাই ভালুক দেখা পালেই তিনিটা কুকুৰ ঘটনাস্থলীত হাজিৰ কৰে। এই কুকুৰবোৰক ভালুক খেদি পঠিওৱাৰ বাবে বিশেষ প্রশিক্ষণ দিয়া হয়। তদুপৰি সংস্থাটোরে বিশেষ চেতনানাশক প্রয়োগ কৰি ভালুক গভীৰ জংঘললৈ ওভতাই পঠোৱাৰ ব্যৱস্থা কৰে।

কিন্তু এই প্ৰতিৰোধমূলক ব্যৱস্থাই অৱশেষত কাম নিয়া হোৱাত চৰকাৰে ভালুক নিধনৰ আঁচনি গ্ৰহণ কৰে। সেই অনুসৰি ভালুক দেখা মাত্রেই গুলীয়াই হত্যা কৰাৰ দায়িত্ব দিয়া হয় একাংশক। উল্লেখ্য যে জাপানত ভালুকৰ উপদ্ৰব্যৰ বাবে ইংলণ্ডকে ধৰি বিভিন্ন দেশে জাপান ভ্রমণৰ সময়ত সতর্কতা অৱলম্বন কৰিবলৈ নাগৰিকসকলৰ প্রতি আহ্বানো জনাই থৈছে।

উল্লেখ্য যে যোৱা বছৰ জাপানৰ ভালুকৰ আক্ৰমণৰ বলি হয় ২৩০জন লোক। ইয়াৰে ১৩জনৰ মৃত্যু হয়। চৰকাৰী তথ্য অনুসৰি, যোৱা বছৰতকৈ এইবাৰ দেশখনত ভালুকৰ আক্রমণ ২০ শতাংশ বৃদ্ধি পায়। সেয়েহে চৰকাৰে অধিক ভালুক নিধনৰ আঁচনি লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ
Assam

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

September 3, 2026
মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ
Assam

মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

September 3, 2026
লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ
Entertainment

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

September 3, 2026
APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ
Assam

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

September 3, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

September 3, 2026
আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d