Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অৰুণাচলৰ বৰডুমচাত এছআইআৰক লৈ উত্তপ্ত পৰিস্থিতি

    জন্মাষ্টমীৰ দিনটোতে প্ৰতিবাদত বহিল বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল

    হিমাচলত প্ৰশাসনিক বিষয়াৰ বাবে বাধ্যতামূলক ‘ছাৰ্চ এণ্ড ৰেছকিউ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ

    নিৰ্ধাৰিত সময়তে প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’

    কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছত পুনৰ গৰজি উঠিল অখিল গগৈ

    ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নিৰ্ধাৰিত সময়তে প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’

publisher by publisher
September 4, 2026
in India, News
Reading Time: 1 min read
0
নিৰ্ধাৰিত সময়তে প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

অৰুণাচলৰ বৰডুমচাত এছআইআৰক লৈ উত্তপ্ত পৰিস্থিতি

জন্মাষ্টমীৰ দিনটোতে প্ৰতিবাদত বহিল বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল

SoniaGandhi : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক :ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ নিৰ্ধাৰিত সময় অৰ্থাৎ অহা ১০ নৱেম্বৰতে প্ৰকাশ পাব। পেংগুইন ৰেণ্ডম হাউছ নামৰ প্ৰকাশন সংস্থাই কিতাপখন প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত নতুন প্ৰকাশক বিচাৰি উলিয়াইছে ছোনিয়াই।

ADVERTISEMENT

এইবাৰ কিতাপখন প্ৰকাশ কৰিব হাৰ্পাৰ কলিন্স ইণ্ডিয়াই। সংস্থাটোৰ তৰফৰ পৰা ছ’চিয়েল মিডিয়াযোগে ছোনিয়াৰ কিতাপ প্ৰকাশৰ কথা ঘোষণা কৰা হৈছে।

প্ৰাথমিকভাৱে ছোনিয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰাৰ কথা আছিল পেংগুইন ৰেণ্ডম হাউছ নামৰ প্ৰকাশন সংস্থাটোৰ। কিন্তু সূত্ৰৰ মতে, কিতাপখনত উল্লেখ কৰা কিছু তথ্যক লৈ আপত্তি থকাৰ বাবেই কিতাপখন প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে পেংগুইনে।

সূত্ৰৰ খবৰ অনুসৰি, সংস্থাটোৰ তৰফৰ পৰা ছোনিয়াক কিতাপখনৰ পাণ্ডুলিপিত কিছু পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু সেই প্ৰস্তাৱ মানি ল’বলৈ সন্মত নাছিল ছোনিয়া। সেই কাৰণতে প্ৰকাশন সংস্থাটোৱে পিছুৱাই যায়।

যদিও কংগ্ৰেছে পোনপটীয়াকৈ অভিযোগ কৰিছে যে বিজেপিৰ হেঁচাতেই পেংগুইন পিছুৱাই গৈছে। দলটোৰ ছ’চিয়েল মিডিয়া হেণ্ডেলসমূহত পেংগুইনক লৈ তীব্ৰ সমালোচনাও আৰম্ভ হয়।

ইয়াৰ মাজতে নতুন প্ৰকাশক বিচৰাৰ কাম চলি আছিল। পেংগুইন আঁতৰি যোৱাৰ পাছত প্ৰথমে আগ্ৰহ প্ৰকাশ কৰে হাৰ্পাৰ কলিন্স ইণ্ডিয়াই। অৱশেষত তেওঁলোকৰ সৈতেই চুক্তি চূড়ান্ত হয় কংগ্ৰেছ সভানেত্ৰীগৰাকীৰ।

ছ’চিয়েল মিডিয়াত হাৰ্পাৰ কলিন্সে কয়, “ছোনিয়া গান্ধীৰ ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ আমি প্ৰকাশ কৰিম। ভাৰতত অহা ১০ নৱেম্বৰতে কিতাপখন প্ৰকাশ পাব। এই সময়ৰ আটাইতকৈ বহুল প্ৰতীক্ষিত ৰাজনৈতিক স্মৃতিকথাখন প্ৰকৃততে ভালপোৱা, কৰ্তব্য আৰু পৰিচয়ৰ কাহিনী। এই কিতাপখনত ভাৰতৰ এতিয়ালৈকে চলি অহা যাত্ৰাৰ এক বিৰল আভ্যন্তৰীণ দৃষ্টিভংগী পোৱা যাব।”

তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, ভাৰতৰ বাহিৰত কিতাপখন প্ৰকাশ কৰিব আলফ্ৰেড এ. নফ নামৰ প্ৰকাশন সংস্থাই। এই সংস্থাটোৰ সৈতে পেংগুইন ৰেণ্ডম হাউছ ইণ্ডিয়াৰ পোনপটীয়া সম্পৰ্ক আছে। অথচ ভাৰতত কিতাপখন প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে পেংগুইনে। অৱশেষত তেওঁলোকৰ স্থান ল’লে হাৰ্পাৰ কলিন্সে।

কিতাপখনত লণ্ডনৰ কেমব্ৰিজত ৰাজীৱ গান্ধীৰ স’তে ছোনিয়াৰ চিনাকি, প্ৰেম আৰু বিবাহৰ পৰা আৰম্ভ কৰি ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ হত্যাকাণ্ড, ভাৰতীয় ৰাজনীতিত তেওঁৰ প্ৰৱেশ, ২০০৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ দৰে বিষয়সমূহ সন্নিৱিষ্ট কৰা হৈছে।

প্ৰকাশকৰ তৰফৰ পৰা জনোৱা অনুসৰি, কিতাপখনত নেহৰু-গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ ব্যক্তিগত আৰু ৰাজনৈতিক জীৱনৰ বহু অজানা অধ্যায়ো উন্মোচিত হ’ব। ইটালীৰ এখন সৰু চহৰত কটোৱা শৈশৱ, কেমব্ৰিজত ৰাজীৱ গান্ধীৰ সৈতে পৰিচয় আৰু প্ৰেম তথা ভাৰতৰ ৰাজনৈতিক পৰিয়ালত প্ৰৱেশৰ অভিজ্ঞতাও কিতাপখনত তুলি ধৰা হৈছে।

১৯৮৪ চনত শাহু ইন্দিৰা গান্ধীৰ হত্যাকাণ্ড আৰু ১৯৯১ চনত স্বামী ৰাজীৱ গান্ধীৰ হত্যাৰ পাছত কেনেদৰে তেওঁ ৰাজনীতিৰ কেন্দ্ৰলৈ আহিছিল, সেই বেদনাদায়ক অধ্যায়ো কিতাপখনত স্থান লাভ কৰিছে।

তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ সৰ্বোচ্চ পৰ্যায় অৰ্থাৎ ২০০৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ কিয় হাতৰ পৰা আঁতৰি গ’ল, সেই বিষয়েও কিতাপখনত বিস্তৃতভাৱে লিখা আছে বুলি সূত্ৰৰ খবৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

September 4, 2026
অৰুণাচলৰ বৰডুমচাত এছআইআৰক লৈ উত্তপ্ত পৰিস্থিতি
Assam

অৰুণাচলৰ বৰডুমচাত এছআইআৰক লৈ উত্তপ্ত পৰিস্থিতি

September 4, 2026
জন্মাষ্টমীৰ দিনটোতে প্ৰতিবাদত বহিল বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল
Assam

জন্মাষ্টমীৰ দিনটোতে প্ৰতিবাদত বহিল বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল

September 4, 2026
হিমাচলত প্ৰশাসনিক বিষয়াৰ বাবে বাধ্যতামূলক ‘ছাৰ্চ এণ্ড ৰেছকিউ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ
India

হিমাচলত প্ৰশাসনিক বিষয়াৰ বাবে বাধ্যতামূলক ‘ছাৰ্চ এণ্ড ৰেছকিউ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ

September 4, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছত পুনৰ গৰজি উঠিল অখিল গগৈ
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছত পুনৰ গৰজি উঠিল অখিল গগৈ

September 4, 2026
ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d