Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

দূৰ্ঘটনাত নিহত- আহতৰ উপযুক্ত ক্ষতিপূৰণৰ দাবী

publisher by publisher
September 4, 2026
in Assam, News
Reading Time: 1 min read
0
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
0
SHARES
2
VIEWS
ShareShareShareShare

RelatedPosts

নগাঁও জিলাৰ বিভিন্ন ঠাইত চাৰিশৰীয়া ঘাইপথৰ মাজত প্ৰকাণ্ড প্রকাণ্ড গাঁত

NHAI Road Accident

ADVERTISEMENT

সোণাপুৰ ৪ ছেপ্টেম্বৰ :অৱশেষত যোৱা ৩০ আগষ্টত ক্ষেত্ৰীৰ নলগেডেৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা শোকাবহ পথ দূৰ্ঘটনাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানক জগৰীয়া কৰি ডিমৰীয়াৰ বিভিন্ন দল- সংগঠনসমূহে আজি ক্ষেত্ৰী থানাত এজাহাৰ দাখিল কৰে।আজি সন্ধ্যা ডিমৰীয়া জিলা জনজাতি সংঘ, সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা মহানগৰ জিলা সমিতি, চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া সমিত, বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতি, ডিমৰীয়া জিলা গাৰো ইউনিয়ন, সদৌ অসম গৰীয়া জাতীয় পৰিষদ ডিমৰীয়া সমিতি, ডিমৰীয়া চাহ জনজাতি ভূমি সুৰক্ষা সমিতি, ইউ বি পি এফ মহানগৰ সমিতি, ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা আৰু সোণাপুৰ আঞ্চলিক উন্নতি সভাই ঘাইপথ প্ৰাধীকৰণ তথা ঠিকাদাৰী প্ৰতিষ্ঠান, অভিযন্তাৰ অদূৰদৰ্শিতা তথা চূড়ান্ত হেমাহিৰ বাবে উক্ত দূৰ্ঘটনা হোৱা বুলি আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে এজাহাৰ দাখিল কৰে।

এজাহাৰত খানাপাৰাৰ পৰা বৃহত্তৰ ডিমৰীয়াৰ টোপাতলীলৈ আহ- যাহ কৰা ২৭নং চাৰিপথযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ৩০ কিলোমিটিৰ পথ বহু ক্ৰতিপূৰ্ণ ভাবে নিৰ্মান কৰা বুলি অভিযোগ দাখিল কৰা হৈছে।ঘাইপথ প্ৰাধীকৰণৰ আওঁকণীয়া মনোভাবৰ বাবেই পথচোৱা সম্প্ৰতি যঠেষ্ট জৰাজীৰ্ণ হৈ পৰা বুলি উল্লেখ কৰি পথচোৱা যঠেষ্ট খলা-বমা,অবৈজ্ঞানিকভাবে কেঁকুৰী নিৰ্মান, মূল পথতকৈ ঠায়ে ঠায়ে দলং ঠেক, দ’ দ’ গাতৰ সৃষ্টি হৈ যাতায়তী ক্ষেত্ৰত ভীষন অসুবিধা সন্মুখীন হব লগা হৈছে বুলি কোৱা হৈছে।তদুপৰি এজাক বৰষুণ দিলেই জোৰাবাট, নমাইল ,জুবিনক্ষেত্ৰ,তেতেলীয়া আদি অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈ ৰাইজক দূৰ্বিসহ যাতনা ভুগাই আহিছে। স্থানীয় দল- সংগঠনসমূহে বিভিন্ন সময়ত ঘাইপথচোৱা পুনৰ মেৰামতি কৰিবলৈ দাবী উত্থাপন কৰি আহিছে যদিও এই ক্ষেত্ৰত ঘাইপথ প্ৰাধীকৰণে আওঁকনীয়া মনোভাৱ পোষন কৰাৰ বুলি অভিযোগ কৰা হৈছে। যাৰফলত অঞ্চলটোত সঘনাই দূৰ্ঘটনা সংঘটিত হৈ অকালতে বহুজনে মৃত্যু সাৱতি লব লগা হৈছে, বহু জনে অকাল পংগুত্বক আকোঁৱালি লব লগা হৈছে। ২০২৫- ২৬ বৰ্ষটোতে অঞ্চলটোত কমেও ৪০জন লোকে দূৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা হৈছে।একেদৰে যোৱা ৩০ আগষ্টত ক্ষেত্ৰীৰ নলগেডেৰাত ট্রেভেলাৰ আৰু ট্ৰাকৰ মাজত শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হৈ কৰুণভাবে সাতজন ব্যক্তি মৃত্যু মুখত পৰাৰ লগতে দহজনৰো অধিক লোক গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন হৈ থাকিব লগা হৈছে। একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নামৰ সংস্থাটোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ৰতিপূৰ্ণ আন্তঃগাঁথনি ,অভিযন্তাৰ অকর্মণ্যতা, সংশ্লিষ্ট ঠিকাদাৰৰ গাফিলটিৰ বাবে অঞ্চলটোত এনেবোৰ দূৰ্ঘটনা সংঘটিত হৈ আছে বুলি অভিযোগ কৰা হৈছে। লক্ষ্যনীয় ভাবে ক্ষেত্ৰীৰ নডগেডেৰাৰ দূৰ্ঘটনাৰ পাছতে ৰাইজৰ দাবীত প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দুই বিষয়াক আটক কৰিছিল যদিও ঘটনাৰ ২৪ ঘণ্টা নহওঁতেই আশ্বাৰ্যজনকভাবে মুকলি কৰি দিয়া বুলি এজাহাৰত ক্ষোভ ব্যক্ত কৰা হৈছে।কোনো পথ সুৰক্ষা ব্যৱস্থা নকৰকৈয়ে কেৱল টেটু চেপা দি টোল কৰ সংগ্ৰহতহে ঘাইপথ প্ৰাধীকৰণ ব্যস্ত হৈ পৰিছে।সেয়ে ক্ষেত্ৰীৰ নলগেডেৰাৰ শোকাবহ পথ দুৰ্ঘটনাৰ খলনায়ক ঘাইপথ প্ৰাধীকৰণৰ বিষয়া-কৰ্মচাৰী, ঠিকাদাৰী প্ৰতিষ্ঠানৰ ওপৰত তদন্ত কৰি অতি সোণকালে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কঠোৰ শাস্তি বিহিবলৈ এজাহাৰত দাবী জনোৱা হৈছে। তদুপৰি যোৱা ৩০ আগষ্টৰ দূৰ্ঘটনাত নিহত সকলক ঘাইপথ প্ৰাধীকৰণৰ তৰফৰ পৰা২০ লাখ আৰু আহত সকললৈ ৫ লাখ টকাৰ ক্ষতি পূৰণ দিয়াৰ দাবী জনোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #Nagaon #Raha #AssamNews #NationalHighway #NH37 #HighwayAccident #RoadAccident #RoadSafety #RoadCondition #DamagedRoads #Potholes #DangerousRoads #HighwayProtest #RoadRepair #NHAI #NationalHighways
publisher

publisher

Related Posts

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d