Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু

    ‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

    স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

অৰুণাচল-ছিকিমত হিমবাহৰ হ্ৰদ বিস্ফোৰণৰ শংকা

publisher by publisher
September 5, 2026
in India, News
Reading Time: 1 min read
0
নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

ArunachalPradesh: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নেপালৰ শেহতীয়া জলপ্রলয়ক লৈ চৌদিশে ব্যাপক চর্চা অব্যাহত থকাৰ সময়তে উত্তৰ-পূবৰ দুখন পাহাৰীয়া ৰাজ্যতো কেতবোৰ অতি বিপজ্জনক হিমবাহৰ হ্ৰদ চিনাক্ত কৰা হৈছে। যিকোনো মুহূর্ততে এনে হ্রদ ফাটি প্রবল বানৰ সৃষ্টিৰ আশংকা আছে। এই ৰাজ্য দুখন হ’ল অৰুণাচল প্রদেশ আৰু ছিকিম।

ADVERTISEMENT

ছিকিমত এনে অতি বিপজ্জনক ৪০টা হিমবাহৰ হ্ৰদ চিনাক্ত কৰা হৈছে। আনকি ইয়াৰে ১৬টা হ্রদ যিকোনো মুহূৰ্ততে ফাটি পৰাৰ আশংকা আছে। যদি এনে পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে নামনি অঞ্চলৰ জনবসতি স্থলসমূহ সম্পূর্ণরূপে ধ্বংস হ’ব পাৰে। উল্লেখ্য যে নেপালৰ শেহতীয়া জলপ্ৰলয়ৰ কাৰণ এটা হিমবাহৰ হ্ৰদ ফাটি পৰে। এটা এনে হ্রদ ফাটিয়েই নেপালত সৃষ্ট এই জলপ্রলয়ত সহস্রাধিক লোকৰ প্ৰাণহানি ঘটাৰ লগতে সা-সম্পত্তিৰ অভাবনীয় ক্ষতিসাধন হয়।

গতিকে ছিকিমত নেপালতকৈও অধিক ভয়াবহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা আছে। কাৰণ ক্ষুদ্ৰ ৰাজ্যখনত অতি বিপজ্জনক ৪০টাকৈ হিমবাহৰ হ্রদ চিনাক্ত হোৱাই নহয়, ইয়াৰে ১৬টা যিকোনো মুহূর্ততে ফাটি অবর্ণনীয় ধ্বংসলীলা সাধন কৰিব পাৰে বুলি সতর্কতা জাৰি কৰা হৈছে উল্লেখ্য যে হিমবাহৰ বৰফ গলি হিমবাহৰ হ্ৰদৰ সৃষ্টি হয়।

এনে একোটা হ্রদ হিমবাহৰ ওচৰত বা ইয়াৰ নিম্ন ভাগত সৃষ্টি হয়। এনে হ্ৰদৰ এক ধৰণৰ বান সৃষ্টি হয়। এই বানক ‘গ্লফ’ (গ্লেচিয়েল লেক আউটবার্স্ট ফ্লাড) বুলি কোৱা হয়। অৱশ্যে একাংশ বিশেষজ্ঞৰ মতে নেপালৰ শেহতীয়া জলপ্রলয় হিমবাহৰ হ্রদ ফাটি সৃষ্টি হোৱা নাই।

আনহাতে, হিমবাহৰ হ্ৰদৰ পৰা সততে বৃহৎ পৰিমাণৰ পানী ওলাই আহিলে ‘গ্লফ’ৰ সৃষ্টি হয়। এনে বান বিধ্বংসী হয়। আনকি এনে বানে পৰিৱেশৰো ব্যাপক ক্ষতিসাধন কৰিব পাৰে। উল্লেখ্য যে ২০২৩ৰ অক্টোবৰত ছিকিমত এক বিধ্বংসী ‘গ্লফ’ৰ সৃষ্টি হৈছিল।

এই বানত কমেও ৬০জন লোকৰ প্ৰাণহানি ঘটাৰ লগতে ৰাজ্যখনৰ মংগান, গেংটক, পাকিয়ং আৰু নামচি জিলাৰ বিস্তৰ ক্ষতিসাধন হয়। আনকি এই বানত ৰাজ্যখনৰ এটা প্রধান জলবিদ্যুৎ প্ৰকল্পৰ অন্যতম মূল উপাদান চুংথাং বান্ধ ধ্বংস কৰে।

শেহতীয়াভাৱে ছিকিমত ৪০ টাকৈ অতি বিপজ্জনক হিমবাহৰ হ্ৰদ চিনাক্ত হোৱা সম্পর্কত কালি কেন্দ্রীয় গৃহ সচিবৰ অধ্যক্ষতাত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। ‘গ্লফ’ৰ বিপদ কেনেদৰে হ্ৰাস কৰিব পাৰি তাক লৈ এই সভাত আলোচনা হয়।

সভাত গৃহ সচিবে প্রকাশ কৰা অনুসৰি এই ৪০ অতি বিপজ্জনক হিমবাহৰ হ্ৰদৰ ১৬ টাক ‘এ’ শ্রেণীভুক্ত কৰা হৈছে। অর্থাৎ এই ১৬টা হ্রদ সবাতোকৈ অতি বিপজ্জনক। ইয়াৰ পাছতে ‘বি’ শ্রেণীত দুটা, ‘চি’ শ্রেণীত নটা হ্রদক অন্তর্ভুক্ত কৰা হৈছে। ‘বি’ আৰু ‘চি’ শ্রেণী হ্রদসমূহো বিপজ্জনক।

অৱশ্যে ১৩টা হ্ৰদৰ শ্ৰেণীভুক্তকৰণ এতিয়ালৈ সম্পন্ন হোৱা নাই। এই সম্পর্কত ছিকিমৰ মুখ্যমন্ত্রী প্রেম সিং তামাঙৰ প্ৰেছ সচিব ৱাই তামাঙে জনায় যে ‘গ্লফ’ৰ বিপদ হ্ৰাসৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে। এই বিষয়ে জনতাক সজাগ কৰাৰ প্ৰয়োজন বুলিও তামাঙে উল্লেখ কৰে।

উক্ত সভাত অৰুণাচল প্রদেশতো দুটা ‘গ্লফ’ হ্রদ থকাৰ কথা আলোচিত হয়। আনহাতে, ‘ডিস্ক’ভাৰ হেজাৰ্ডছ’ শীর্ষক এক আলোচনীত শেহতীয়াভাৱে প্রকাশিত এক গৱেষণাপত্র অনুসৰি অৰুণাচল প্রদেশত ১২৭টা হিমবাহৰ হৃদ আছে। ইয়াৰে দুটা হ্রদ অতি বিপজ্জনক ‘গ্লফ’ হ্রদ। আন হ্রদসমূহৰ ৮৯টা কম আশংকাৰ আৰু ৩৬টা মজলীয়া আশংকাৰ হ্ৰদ বুলি চিহ্নিত কৰা হৈছে।

গতিকে অৰুণাচল প্রদেশক লৈয়ো আশংকাৰ সৃষ্টি হৈছে। অৱশ্যে ১৯৮৮ত পাহাৰীয়া ৰাজ্যখনত সম্ভাব্য বিপজ্জনক হিমবাহ হ্ৰদৰ সংখ্যা ২৪টা আছিল। তেতিয়া এই হ্রদসমূহে ১১০.৭২ হেক্টৰ ভূমি আগুৰি ধৰি আছিল। বিভিন্ন সময়ত কৃত্রিম উপগ্ৰহই প্ৰেৰণ কৰা চিত্ৰ বিশ্লেষণ কৰি গৱেষকসকলে এই হিমবাহৰ হ্ৰদসমূহৰ তথ্য উদ্ধাৰ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু
International

October 22, 2026
‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ
India

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

October 22, 2026
স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?
International

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d