Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

    দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ

    দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

    ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা

    দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক

    ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

publisher by publisher
October 10, 2026
in India, News
Reading Time: 1 min read
0
দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ

CJP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ককৰ’চ জনতা পাৰ্টি (CJP)ৰ প্ৰতিষ্ঠাপক তথা আহ্বায়ক অভিজিৎ দীপকেক আটক কৰিছে আৰক্ষীয়ে। শনিবাৰে পুৱা দিল্লী বিমানবন্দৰত তেওঁৰ বিমান অৱতৰণ কৰাৰ লগে লগে তাত উপস্থিত হয় আৰক্ষী। বিমানখনত সৌৰভ দাস আৰু আশুতোষ ৰাংকাও আছিল। আৰক্ষীয়ে বিমানত উঠি তেওঁলোকক আটক কৰে। সেই সময়ত বিমানখনৰ আন যাত্ৰীসকলক থিয় কৰাই ৰখা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। দীপকেসকলে মুম্বাইৰ পৰা দিল্লীলৈ আহিছিল। পুৱা ১০ বাজি ১৯ মিনিটত তেওঁলোকৰ বিমান দিল্লী বিমানবন্দৰত অৱতৰণ কৰে। তাৰ পাছতে তেওঁলোকক আটক কৰা হয়।

ADVERTISEMENT

শনিবাৰে দীপকেসকলৰ বিমান দিল্লীত অৱতৰণ কৰাৰ লগে লগে তৎপৰ হৈ পৰে আৰক্ষী। আৰক্ষীৰ লোক পূৰ্বৰে পৰাই বিমানবন্দৰত অপেক্ষা কৰি আছিল। তেওঁলোকৰ মাজত বহু মহিলা আৰক্ষীকৰ্মীও আছিল। দীপকে, সৌৰভ আৰু আন নেতাসকলে বিমানৰ ভিতৰৰ পৰাই ইনষ্টাগ্ৰামত ‘লাইভ’ কৰে। পোনপটীয়া সম্প্ৰচাৰত তেওঁলোকৰ স’তে আৰক্ষীৰ বাক-বিতণ্ডা হোৱা দেখা যায়। দীপকে জনাই দিয়ে যে গ্ৰেপ্তাৰ হ’ব বুলি জানিও তেওঁ দিল্লীলৈ আহিছে। মহিলা আৰক্ষীকৰ্মীসকলক উদ্দেশ্যি তেওঁ কয়, “আমি বিমানৰ পৰা নামি নোযোৱালৈকে আপোনালোকে অপেক্ষা কৰিব পাৰিলেহেঁতেন! আহক, আমাক গ্ৰেপ্তাৰ কৰক। গ্ৰেপ্তাৰ হ’বলৈকে আহিছোঁ। আমি ভয় নকৰোঁ।”

দীপকে, ৰাংকা আৰু সৌৰভক আটক কৰাৰ বিষয়টো দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই নিশ্চিত কৰিছে। তেওঁ জনোৱা অনুসৰি, CJPৰ নেতাসকলক আটক কৰিবলৈ দিল্লীৰ দক্ষিণ-পশ্চিম জিলা আৰক্ষীক বিমানবন্দৰত নিয়োগ কৰা হৈছিল।

দীপকেসকলক আটক কৰাৰ পাছতে CJPয়ে এটা বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হৈছে, “শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্বক প্ৰতিবাদস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই বাধা দিয়াৰ বাবে এয়া দিল্লী আৰক্ষীৰ পূৰ্বপৰিকল্পিত পদক্ষেপ। সকলোৰে চলাচলৰ স্বাধীনতা আছে। এই অধিকাৰ খৰ্ব কৰাৰ ঘটনাক CJPয়ে তীব্ৰ গৰিহণা দিছে। দীপকে, দাস আৰু ৰাংকাক অবিলম্বে বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনোৱা হৈছে।”

ইয়াৰ পূৰ্বে যন্তৰ মন্তৰ অভিমুখে ৰাওনা হোৱাৰ আগতে গুৰুগ্ৰামৰ বাসগৃহৰ পৰা ইউটিউবাৰ ধ্ৰুৱ ৰাঠীকো আটক কৰিছিল আৰক্ষীয়ে। তেওঁক দিল্লীলৈ নাযাবলৈ অনুৰোধ জনোৱা হৈছিল। কিন্তু তেওঁ সেই অনুৰোধ ৰক্ষা নকৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি ইণ্টাৰনেটত জনপ্ৰিয় কেবাগৰাকীও ব্যক্তি আৰু CJPৰ একাধিক নেতাক আৰক্ষীয়ে আটক কৰিছে।

সূত্ৰৰ খবৰ অনুসৰি, শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে পুৱালৈকে ৫০০ৰো অধিক লোকক আটক কৰা হৈছে।

CJPৰ নেতা সৌৰভে জনোৱা অনুসৰি, দলটোৰ আইনী বিষয়সমূহ চোৱাচিতা কৰা ৰত্না সিংহকো শনিবাৰে পুৱা আৰক্ষীয়ে আটক কৰে। ৰত্না অধিবক্তাসকলৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ থকাৰ সময়তে আৰক্ষীয়ে তেওঁক বাধা দিয়ে।

CJPৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশাৰ পৰাই ধৰপাকড় আৰম্ভ কৰিছে আৰক্ষীয়ে। দিল্লীৰ ৪৫টা মেট্ৰ’ ষ্টেচন বন্ধ কৰি ৰখা হৈছে। কেবাটাও স্থানত ১৬৩ ধাৰা জাৰি কৰা হৈছে। ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

শনিবাৰে পুৱাৰ পৰা দুপৰীয়ালৈকে দিল্লী অভিমুখী সকলো মেইল আৰু এক্সপ্ৰেছ ৰে’ল বাতিল কৰা হৈছে। পুৱাৰে পৰা যন্তৰ মন্তৰৰ আশে-পাশে থকা অঞ্চলত মাইকযোগে আৰক্ষীয়ে ঘোষণা কৰি আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #CJP #AbhijitDipke #SaurabhDas #AshutoshRanka #DhruvRathee #DelhiProtest #JantarMantar #DelhiPolice #FreedomOfExpression #DainikAgradoot
publisher

publisher

Related Posts

যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ
India

যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

October 10, 2026
দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ
India

দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ

October 10, 2026
ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা
International

ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা

October 10, 2026
দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক
India

দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক

October 10, 2026
ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d