Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

    ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা

    দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক

    ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

    হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক

publisher by publisher
October 10, 2026
in India, News
Reading Time: 1 min read
0
দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

DhruvRathee : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দিল্লীত ককৰ’চ জনতা পাৰ্টি (CJP)ৰ আহ্বানত অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি পূৰ্বেই ঘোষণা কৰিছিল ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে। শনিবাৰে পুৱা যন্তৰ মন্তৰ অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে গুৰুগ্ৰামৰ বাসগৃহৰ পৰা তেওঁক আটক কৰা হয়। অভিযোগ অনুসৰি, আৰক্ষীৰ নিৰ্দেশ অমান্য কৰিছিল ধ্ৰুৱই।

ADVERTISEMENT

CJPৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি দিল্লীক প্ৰায় দুৰ্গত পৰিণত কৰিছে কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰে নিশাৰ পৰা চহৰখনৰ ৪৫টা মেট্ৰ’ ষ্টেচন বন্ধ কৰি ৰখা হৈছে। পুৱাৰ পৰা দুপৰীয়ালৈকে দিল্লী অভিমুখী সকলো মেইল আৰু এক্সপ্ৰেছ ৰে’ল বাতিল কৰা হৈছে। ইয়াৰ লগতে পুৱাৰে পৰা ৰাজধানীৰ ৰাজপথত ব্যাপক হাৰত আৰক্ষী নিয়োগ কৰা হৈছে।

কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীও নিয়োগ কৰা হৈছে। সমাৱেশ আৰু প্ৰতিবাদী কাৰ্যসূচীৰ বিৰুদ্ধে মাইকযোগে ঘোষণা চলি আছে।

এনে পৰিস্থিতিতে শনিবাৰে পুৱাই গুৰুগ্ৰামৰ ছেক্টৰ ৫৬ৰ চেণ্ট্ৰেল বিহাৰ ছ’চাইটিত থকা ধ্ৰুৱৰ বাসগৃহত উপস্থিত হয় আৰক্ষী। সূত্ৰৰ খবৰ অনুসৰি, তেওঁক যন্তৰ মন্তৰলৈ নাযাবলৈ অনুৰোধ জনোৱা হৈছিল। কিন্তু তেওঁ সেই অনুৰোধ ৰক্ষা নকৰাত আৰক্ষীয়ে তেওঁক আটক কৰে।

ধ্ৰুৱৰ বিৰুদ্ধে আৰক্ষীৰ এই পদক্ষেপক গৰিহণা দি সামাজিক মাধ্যমত সৰৱ হৈ পৰিছে CJP। দলটোৱে লিখিছে, “ধ্ৰুৱ ৰাঠীক আটক কৰা হৈছে। একনায়কত্ববাদী শাসক সেইসকল যুৱক-যুৱতীক দেখি আতংকিত, যিসকলে তেওঁৰ অপকৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু মনে মনে বহি থাকিব বিচৰা নাই।”

উল্লেখ্য যে ধ্ৰুৱৰ লগতে শনিবাৰে আন কেবাগৰাকীও জনপ্ৰিয় কণ্টেন্ত ক্ৰীয়েটৰক আটক কৰা হৈছে। তেওঁলোক আটায়ে সমাজিক মাধ্যমত জনপ্ৰিয়।

ইফালে, CJPৰ প্ৰতিষ্ঠাপক তথা আহ্বায়ক অভিজিৎ দীপকে শনিবাৰে পুৱা মুম্বাইৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰিছে। শুকুৰবাৰে নিশাই তেওঁ জনাইছিল যে দিল্লীত উপস্থিত হোৱাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

তেওঁৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু হ’ব পাৰে বুলিও তেওঁ আশংকা প্ৰকাশ কৰিছিল। অৱশ্যে কাৰাবাস খাটিবলৈ তেওঁ ভয় নকৰে বুলি স্পষ্ট কৰি দিয়ে। তেওঁক আটক কৰা হ’লেও যাতে আন্দোলন স্তব্ধ নহয়, সেই বাৰ্তাও দিছে দীপকে।

দিল্লীৰ বিস্তীৰ্ণ অঞ্চলত ১৬৩ ধাৰা জাৰি কৰিছে আৰক্ষীয়ে। CJPৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই। শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে পুৱাৰ ভিতৰত বহু লোকক আটক কৰা হৈছে। আটকাধীনসকলৰ অধিকাংশই যুৱক-যুৱতী।

তথ্য অনুসৰি, জনপথ আৰু কৰ্তব্যপথৰ সংযোগস্থলৰ পৰা চাৰি কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত শনিবাৰে ৰাজপথলৈ ওলাই আহিছে CJP। ইয়াৰ লগতে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) প্ৰত্যাহাৰ আৰু নিৰ্বাচন আয়ুক্তসকলৰ নিযুক্তি সম্পৰ্কীয় আইন সলনি কৰাৰ দাবীও উত্থাপন কৰিছে দলটোৱে।

এই দাবীসমূহক সন্মুখত ৰাখি শনিবাৰে ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছে। এই কাৰ্যসূচী প্ৰতিহত কৰিবলৈ আৰক্ষীৰ তৎপৰতা তুংগত উঠিছে।

আৰক্ষীৰ পদক্ষেপক সমালোচনা কৰি দীপকে কয়, “নৰেন্দ্ৰ মোদী ভয় খাইছে। দেশৰ যুৱ প্ৰজন্মক ভয় কৰিলে তেওঁ এতিয়াও প্ৰধানমন্ত্ৰীৰ চকীত বহি আছে কিয়? মোদী-শ্বাহে দেশৰ নাগৰিকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলৈ ওলাইছে নেকি?” মহাত্মা গান্ধীৰ আদৰ্শৰে শান্তিপূৰ্ণ আন্দোলনেই তেওঁলোকৰ মূল হাতিয়াৰ বুলি দাবী কৰে দীপকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #DhruvRathee #CJP #JantarMantar2 #DelhiProtest #AbhijitDipke #GyaneshKumar #ElectionCommission #SIR #FreedomOfExpression #StudentProtest #DainikAgradoot
publisher

publisher

Related Posts

দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা
India

দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026
ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা
International

ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা

October 10, 2026
ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d