Procher Arrested in sadia:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মানুহ কিমান নিষ্ঠুৰ হ’ব পাৰে৷ ২২ ভাটোক নৃশংসভাৱে হত্যা কৰি চিকাৰ কৰা দুই পাষণ্ড আৰক্ষীৰ জালত পৰে৷ শদিয়া আৰক্ষীয়ে শুকুৰবাৰে নিশা অৰ্তকিতে চলোৱা এক তালাচী অভিযানত দুই পক্ষী চিকাৰীক ২২টা মৃত ভাটো সহ আটক কৰে৷ধৃত চিকাৰী দুটাৰ পৰা এটা এয়াৰ গান জব্দ কৰে আৰক্ষীয়ে৷
ADVERTISEMENT































