Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

publisher by publisher
September 10, 2026
in International, News
Reading Time: 1 min read
0
ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

IranUSConflict: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ইৰানৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ ছমাহ অতিক্রম কৰাৰ পাছতো উত্তেজনা হ্রাস পোৱা নাই। পৰিবৰ্তে শেহতীয়াভাবে উত্তেজনা বৃদ্ধি পোৱাত আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যও বৃদ্ধি পাইছে।

ADVERTISEMENT

তদুপৰি দুই পক্ষৰ মাজত হ’বলগীয়া যুদ্ধৰ অৱসানৰ আলোচনাৰ ভাগ্যও অনিশ্চয়তাৰ মাজত ওলমিছে।কালি ইৰানে কয় যে হৰমুজ প্রণালীৰ সমীপত ইবানে আমেৰিকাৰ ১০খন জাহাজত আক্রমণ কৰিছে। ইয়াৰ পূর্বে আমেৰিকাই দাবী কৰে যে ওমান উপকূলত আৰু খাৰ্গ দ্বীপৰ সমীপত পাঁচখন ইৰানৰ তেলবাহী জাহাজ মার্কিন সেনাই ক্ষেপণাস্ত্ৰ আক্ৰমণৰে ধ্বংস কৰিছে। এইদৰে দুয়োপক্ষৰ মাজত দাবী-প্রতিদাবী অব্যাহত আছে।

আমেৰিকাই অভিযোগ কৰে যে তেহৰানে মার্কিন যুঁজাৰু জাহাজত ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে। জদানৰ আল আজৰাক মার্কিন সামৰিক ঘাটিত ক্ষেপণাস্ত্র নিক্ষেপ কৰা বুলি আমেৰিকাই অভিযোগ কৰে। ইপিনে, মঙলবাৰে নিশা বুধবাৰে পুৱাও দুয়োপক্ষৰ মাজত গুলীয়াগুলি অব্যাহত থাকে।

সম্প্রতি তেহৰানে হৰমুজ প্রণালী বন্ধ কৰি দিছে আৰু আমেৰিকাই ইৰানৰ বন্দৰত নৌ অৱৰোধ কৰি আছে। এই দুই দেশৰ শত্রুতাৰ ফলত আন্তর্জাতিক বজাৰত আজি তেলৰ মূল্য প্রতি বেৰলত হয় এশ ডলাৰ। ইৰানৰ বৈদ্যুতিক মন্ত্রণালয়ে এনে আক্ৰমণৰ ফলত হ’ব পৰা যিকোনো উত্তেজনাৰ বাবে সকীয়নি দি আমেৰিকাক দায়ী কৰে আৰু ইৰানৰ তেল টেংকাৰত কৰা আক্ৰমণৰ বাবে গৰিহণা দিয়ে।

এক বিবৃতিত বৈদেশিক মন্ত্রণালয়ে কয়, ‘ইৰানৰ অইল টেংকাৰ, সেনা বাহিনীৰ বিৰুদ্ধে আমেৰিকাৰ আগ্রাসী কাৰ্যকলাপৰ পৰিণতিত প্ৰতিৰক্ষামূলক ব্যৱস্থাৰূপে ইৰানে জর্দানত থকা মার্কিন সামৰিক ঘাটিত আক্রমণ কৰে। এই সামৰিক ঘাটিয়ে ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ আক্ৰমণক অহৰহ সহায় কৰি আহিছে। একেদৰে আমেৰিকাক সহায় কৰি থকা মার্কিন জাহাজো ধ্বংস কৰা হৈছে।

ইয়াৰ বিপৰীতে মার্কিন চেন্ট্রল কমাণ্ডে এক বিবৃতিত কয় যে ইৰানৰ ইছলামীক ৰিভলিউছনেৰী গার্ডক’পছে বিগত দুদিনত মার্কিন ৰণতৰীক লক্ষ্য কৰি লয়। অৱশ্যে এই যুদ্ধ জাহাজখনে ইৰানৰ প্ৰচেষ্টা বিফল কৰে। এই ঘটনাত কোনো আমেৰিকান লোক ক্ষতিৰ সম্মুখীন হোৱা নাই।’

এক বিবৃতিত আমেৰিকাই দাবী কৰে যে এমটি কাভিজ, চার্মিনাৰ, হৰাইজন আৰু ৰেইছকো তেল টেংকাৰক উমানৰ উপকূলত আৰু খাৰ্গ দ্বীপত ডেৰয়াক’ ধ্বংস কৰি আমেৰিকাই উপযুক্ত প্ৰত্যুত্তৰ দিছে। তদুপৰি দাবী কৰে যে জাহাজত থকা কর্মীসকলক আক্ৰমণৰ পূৰ্বে আঁতৰি যাবলৈ মার্কিন বাহিনীয়ে নির্দেশ দিয়ে। উমানৰ উপকূলত ইৰানৰ ডুবন্ত জাহাজৰ ভিডিঅ’ প্রকাশ কৰে আমেৰিকাই।

ইয়াৰ বিপৰীতে ইৰানে কয় যে তেওঁলোকৰ পাঁচখন টেংকাৰক আক্ৰমণ কৰে আমেৰিকাই। ইয়াৰ প্ৰত্যুত্তৰত জর্দানত থকা মার্কিন সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰৰ তীব্র আক্রমণৰে যুঁজাৰু বিমান ৰখোৱা আন্তঃগাঁথনিৰ ক্ষতিসাধন কৰা বুলি ইৰানে দাবী কৰে। তদুপৰি মার্কিন নৌবাহিনীৰ ওপৰতো আক্রমণ চলাই দুখন ৰণতৰী ক্ৰমে ডিডিজি ১১৯, ডিডিজি ৫৩ৰো ক্ষতিসাধন কৰে বুলি ইৰানে দাবী কৰে।

পৰৱৰ্তী পর্যায়ত আন এক বিবৃতিত প্রকাশ যে অঞ্চলটোত দুখন মার্কিন ৰণতৰী আৰু আঠখন টেংকাৰক আক্ৰমণ কৰি ব্যাপক ক্ষতিসাধন কৰা হৈছে। অৱশ্যে পূৰ্বৰ বিবৃতিত উল্লেখ কৰা মার্কিন ৰণতৰী আৰু পৰৱৰ্তী বিবৃতিত মার্কিন ৰণতৰী পৃথক হয় নে নহয় সেয়া স্পষ্ট নহয়। ইৰানৰ দাবীৰ বিপৰীতে বহু তাৎক্ষণিক মন্তব্য কৰা নাই আমেৰিকাই।

ইৰানে হৰমুজ প্রণালীৰ বাহিৰলৈ সম্প্ৰসাৰিত কৰিলে সামুদ্রিক নিষেধাজ্ঞা

আনহাতে, বাহৰেইন আৰু কুৱেইটৰ সীমান্তত থকা তেলৰ টেংকাৰত আক্ৰমণ কৰিব বুলি এক বিবৃতিত হুংকাৰ প্রদানৰ পাছতে জাহাজকেইখনত আক্ৰমণ কৰা হয়। অধিক আগ্রাসী ৰূপ লৈ ইৰানে কয় যে সামুদ্রিক নিষেধাজ্ঞাৰ অঞ্চলৰ পৰিসৰ ইৰানৰ ছাবাহাৰৰ পৰা আৰৱ সাগৰ আৰু ওমান উপকূললৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ বাবে প্রয়োজনীয় সমন্বয় বিধি ঘোষণা কৰা হ’ব। কালিয়ে ইৰানৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব মহছেন ৰেজাইয়ে ঘোষণা কৰি কৈছিল যে ইৰানে সামুদ্রিক নিষেধাজ্ঞাৰ অঞ্চল হৰমুজ প্রণালীৰ বাহিৰলৈ প্ৰসাৰিত কৰিব। ইয়াৰ পাছত আজি ব্রিটেইনৰ সামুদ্রিক নিৰীক্ষক বাণিজ্য অভিযান ‘ইউকেএমপিঅ’ই কয় যে ইৰাকৰ উপকূলত এখন মালবাহী জাহাজত আক্রমণ সংঘটিত হৈছে। ইপিনে জর্দানৰ সামৰিক বাহিনীয়ে প্রকাশ কৰে যে ৰাষ্ট্ৰখনৰ বায়ু প্ৰতিৰক্ষাই ২০টা ক্ষেপণাস্ত্র বিকল কৰিছে। ইয়াৰে ১৮টা

সম্পূৰ্ণৰূপে ধ্বংস কৰা বুলি সামৰিক বাহিনীয়ে দাবী কৰে আৰু কয় যে দুটা ক্ষেপণাস্ত্র জনশূন্য অঞ্চলত ভাঙি পৰে। দুইপক্ষৰ দাবীত ধুৱলী-কুৱলী পৰিৱেশ: ধূসৰ হৈছে প্ৰকৃত ছবি

ইপিনে, ইৰানৰ নৌসেনা বাহিনীয়ে দাবী কৰা মতে, আমেৰিকাৰ সবাতোকৈ অত্যাধুনিক আৰু তীক্ষ্ণ মানৱবিহীন ছাবমেৰিন জব্দ কৰিবলৈ সক্ষম হৈছে। হৰমুজ প্রণালীৰ প্ৰৱেশ পথতে এই ছাবমেৰিন জব্দ কৰা বুলি দাবী কৰে ইৰানৰ নৌসেনা বাহিনীয়ে। ইৰানৰ সেনাবাহিনীয়ে কয় যে এই ছাবমেৰিন আমেৰিকাই অতি জটিল চোৰাংচোৱা অভিযানত ব্যৱহাৰ কৰে। বিশ্বৰ সবাতোকৈ আধুনিক প্রযুক্তিৰে নিৰ্মিত বুলি উল্লেখ কৰি এই সম্পর্কে ভিডিঅ’ ইৰানৰ সেনাবাহিনীয়ে প্রকাশ কৰিছে। এই ঘোষণাৰ পাছত এইবাৰ মার্কিন সেনাই এক বিবৃতিত কয় যে অঞ্চলটোৰ পানীৰ জৰীপ চলোৱাৰ সময়ত এদিন পূর্বে এখন মার্কিন পানীৰ তলত চলাচল কৰা ড্ৰ’ন নিষ্ক্রিয় হৈ পৰিছে। অৱশ্যে এই কথা স্পষ্ট নহয় যে ইৰানে জব্দ কৰা ছাবমেৰিন আৰু আমেৰিকাই প্রকাশ কৰা ড্র’ন ভিন্ন নে একেখনে। এইদৰে দুয়োপক্ষৰ দাবী-প্রতি দাবীত সমগ্র বিষয়টোক ধূসৰতাৰ মাজলৈ লৈ যোৱা হৈছে। এটা পক্ষই যদি শত্রুপক্ষৰ ৰণতৰী বা যুঁজাৰু বিমান ধ্বংস কৰা বুলি কয়, তেন্তে আনটো পক্ষই এনে এক ভাষ্য প্রকাশ কৰে যাৰ ফলত সমগ্ৰ বিষয়টোৱে ধুৱলী-কুঁৱলী হৈ পৰে।

উল্লেখ্য যে আমেৰিকাৰ সামৰিক বাহিনীয়ে মানৱবিহীন নৌসেনা ব্যৱস্থাৱলী গঢ়ি তোলাত বৃহৎ বিনিয়োগ কৰিছে। পানীৰ তলত বিচৰণ কৰা জাহাজতো বৃহৎ বিনিয়োগ কৰিছে আমেৰিকাই। ইয়াৰ জৰিয়তে সাগৰৰ বৃহৎ অংশৰ চোৰাংচোৱা তথ্য সংগ্ৰহ কৰাই নহয়, শত্রুপক্ষৰ জাহাজৰ চলাচলৰ উমান কোনো মানুহৰ ক্ষতিসাধন নোহোৱাকৈ ল’ব পাৰি। ইয়াৰ উপৰি ইৰানৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ মার্কিন কোষাগাৰ বিভাগে ২৭টা ইৰানী বিমান সেৱা কোম্পানীৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে। আমেৰিকাৰ ভাষ্য অনুসৰি ইৰানৰ বাণিজ্যক বিমান সেনা কোম্পানীসমূহে ৰাষ্ট্ৰখনৰ এনে অস্থিৰ কাৰ্যকলাপক সমর্থন জনাই আহিছে। ইৰানৰ সেনাবাহিনীয়ে ব্যাপকভাবে অস্ত্র-শস্ত্র ক্ৰয় আৰু সৈনিকৰ সৰবৰাহৰ বাবে ব্যক্তিগত বিমান সেৱা ব্যৱহাৰ কৰা বুলি আমেৰিকাই অভিযোগ কৰে।

ইপিনে, ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে হুংকাৰ দিয়ে যে আগ্রাসী বাহিনী সম্পূর্ণরূপে অনুতপ্ত নোহোৱাকৈ ইৰানৰ প্ৰতিৰোধ অব্যাহত থাকিব। উল্লেখ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰানৰ বিৰুদ্ধে আক্রমণ চলোৱাৰ পাছৰে পৰা সমগ্ৰ বৃহৎ অঞ্চলটোতে অস্থিৰতাৰ সৃষ্টি কৰিছে। যোৱা ১৮ জুনত আমেৰিকা আৰু ইৰানে যুদ্ধৰ অৱসান ঘটাবলৈ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে আৰু ইয়াৰ পাছত ৬০ দিনৰ ভিতৰত চূড়ান্ত পৰ্যায়ত আলোচনাৰ কথা আছিল যদিও যোৱা ১৭আগষ্টত এই সীমা উকলিল। সম্প্রতি দুই দেশৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পোৱাত আলোচনাৰ বিষয়টোক লৈ বৃহৎ অনিশ্চয়তাৰ সৃষ্টি হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d