Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

publisher by publisher
September 10, 2026
in India, News
Reading Time: 1 min read
0
ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Sikkim: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: পাহাৰৰ পৰা একোৱেই যেন আঁতৰা নাই বিপদৰ ডাৱৰ। দেওবাৰে পুৱা উত্তৰ ছিকিমত ভূমিস্খলনৰ ফলত চ্যাকুং আৰু তিস্তা নদীৰ গতিপথ অৱৰোধ হৈ আকস্মিক বানৰ আশংকা সৃষ্টি হৈছিল। ইয়াৰ পিছতে মিৰিক পাহাৰৰ ৰংভাং নদীত সৃষ্টি হোৱা গভীৰ হ্ৰদক লৈ উদ্বেগৰ সামান্য হ্ৰাস হওঁতেই পুনৰ ভূমিস্খলনৰ বিপৰ্যয় নামি আহিল ছিকিমত।

ADVERTISEMENT

পশ্চিম ছিকিমৰ ৰিম্বি-ইউকসম মুখ্য পথত হুড়মূৰকৈ পাহাৰ খহি পৰে। ইয়াৰ ফলত পথটোৰে যান-বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ইয়াৰ মাজতে আৰম্ভ হয় ধাৰাসাৰ বৰষুণ। ফলত নতুনকৈ আতংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিপদৰ আশংকাত স্থানীয় লোকসকল।

ছিকিম প্ৰশাসনৰ সূত্ৰে জানিব পৰা মতে, ইউকসম-তাশিডিং নিৰ্বাচনী সমষ্টিৰ ৰিম্বি গাঁৱত বৃহৎ ভূমিস্খলন সংঘটিত হয়। পাহাৰৰ পৰা নামি অহা শিল-মাটিৰ তলত ৰিম্বিৰ স’তে ইউকসম আৰু খেচুপৰি সংযোগ কৰা মুখ্য পথটো সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। পথৰ ওপৰেৰে পানীৰ সোঁত বৈ যায়। ইয়াৰ ফলত অঞ্চলটোত যান-বাহন চলাচল সম্পূৰ্ণ বন্ধ হৈ পৰিছে।

পাহাৰৰ এটা বৃহৎ অংশ খহি পথৰ ওপৰত পৰাত সমগ্ৰ অঞ্চলটো মাটি, শিল আৰু গধুৰ ধ্বংসাৱশেষেৰে আবৃত হৈ পৰিছে। ব্যাপক ভূমিস্খলনৰ ফলত পথটোৰ বৃহৎ অংশ ক্ষতিগ্ৰস্ত হৈছে। ফলত গুৰুত্বপূৰ্ণ এই পথটোৰে খোজকাঢ়ি অহা-যোৱাও যথেষ্ট বিপজ্জনক হৈ পৰিছে।

স্থানীয় বাসিন্দাসকলে জনোৱা মতে, পৰিস্থিতি উদ্বেগজনক। ক্ষতিগ্ৰস্ত পাহাৰৰ পাদদেশ আৰু সংলগ্ন অঞ্চলৰ কেবাটাও ঘৰ বিপদৰ সন্মুখীন হৈছে। বাসিন্দাসকলৰ আশংকা, বৰষুণ অব্যাহত থাকিলে পুনৰ ভূমিস্খলন সংঘটিত হ’ব পাৰে।

উল্লেখ্য যে, ৰিম্বি-ইউকসম পথটো স্থানীয় বাসিন্দা আৰু পৰ্যটক—দুয়োৰে বাবে এক গুৰুত্বপূৰ্ণ সংযোগ পথ। সেয়েহে পথটো বন্ধ হৈ পৰাত পৰ্যটকসকল সমস্যাৰ সন্মুখীন হৈছে।

আটাইতকৈ ডাঙৰ উদ্বেগৰ কাৰণ হৈছে, ভূমিস্খলনৰ পিছতো ক্ষতিগ্ৰস্ত পাহাৰৰ ঢাল সম্পূৰ্ণৰূপে সুস্থিৰ হোৱা নাই।

স্বাভাৱিকতেই পথৰ কাষত বাস কৰা স্থানীয় লোকসকল নিৰাপত্তাক লৈ শংকিত। তেওঁলোকে কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে যাতে বিশেষজ্ঞৰ জৰিয়তে বিপজ্জনক ঢালটো শীঘ্ৰে পৰীক্ষা কৰা হয় আৰু প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।

স্থানীয় বাসিন্দাসকলৰ অভিযোগ, প্ৰতিবাৰ বাৰিষাতে এনে সমস্যাৰ সৃষ্টি হয়। সেয়েহে কেৱল ধ্বংসাৱশেষ আঁতৰাই পথটো মুকলি কৰিলেই স্থায়ী সমাধান নহ’ব। এই অঞ্চলত বাৰে বাৰে ভূমিস্খলন ৰোধ কৰিবলৈ ঢাল সুৰক্ষা, পাহাৰ সংৰক্ষণ আৰু স্থায়ী নিৰাপত্তা আন্তঃগাঁথনি নিৰ্মাণৰ দৰে দীৰ্ঘম্যাদী পদক্ষেপৰ প্ৰয়োজন।

কৰ্তৃপক্ষই বৰ্তমান পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। অৱশ্যে বতৰ পৰিস্থিতিৰ উন্নতি নোহোৱা আৰু ভূমিস্খলনপ্ৰৱণ অংশটো নিৰাপদ বুলি ঘোষণা নকৰালৈকে ক্ষতিগ্ৰস্ত এই অংশত যাতায়াতৰ ক্ষেত্ৰত বিপদৰ আশংকা থাকিব বুলি ধাৰণা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #Sikkim #WestSikkim #Rimbi #Yuksom #Khecheopalri #Landslide #LandslideNews #HeavyRainfall #HeavyRain #NaturalDisaster #MountainLandslide #RoadBlockade #RoadClosure #RimbiYuksomRoad
publisher

publisher

Related Posts

ধুবুৰীত শিল্পী সঞ্জীৱ বসাকৰ ব্যতিক্ৰমী প্ৰয়াস
Assam

October 5, 2026
নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d