Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

publisher by publisher
September 11, 2026
in Assam, News
Reading Time: 1 min read
0
অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অসমৰ বজাৰত কৃষকে উচিত মূল্যত সাৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হোৱাৰ বিপৰীতে চোৰাং ব্যৱসায় অধিক ৰমৰমীয়া হৈছে। অসমৰ পৰা হেজাৰ হেজাৰ কুইণ্টল সাৰ চুবুৰীয়া ৰাষ্ট্ৰলৈ সৰবৰাহ হৈছে। ইয়াৰে তেনেই সামান্য এটি অংশহে জব্দ হৈছে আৰু বেছিভাগেই যিকোনো কৌশলৰেই নহওক কিয় চোৰাং বজাৰত প্ৰৱেশ কৰিছে।

ADVERTISEMENT

শেহতীয়াকৈ বৃহৎ পৰিমাণৰ চোৰাং ইউৰিয়া জব্দ হৈছে। মূলতঃ বৰাক উপত্যকাক কেন্দ্ৰ কৰি ইউৰিয়া সাৰৰ চোৰাং ব্যৱসায় তুংগত উঠিছে। চৰকাৰে যিমানেই দাবী নকৰক কিয়, বজাৰত কৃষকে উচিত মূল্যত সাৰ নাপায়। সাৰৰ বজাৰ চলে ৰাজসাহায্যত; অথচ কৃষকে পৰিশোধ কৰিব লাগে অধিক মূল্য। ইউৰিয়া সাৰৰ চোৰাং বজাৰখন কি বিশাল পৰিসৰত চলিছে তাৰ শেহতীয়া কেইটামান উদাহৰণেই পর্যাপ্ত।

সম্প্ৰতি কাছাৰ আৰক্ষীয়ে জিলাখনৰ দুটা স্থানৰ পৰা ৫৩২ বেগ চোৰাং ইউৰিয়া জব্দ কৰে।প্রতিখন বেগত ৪৫ কিলোগ্রামকৈ ইউৰিয়া সাৰ আছিল। ইয়াৰে পাঁচশ বেগ ইউৰিয়া জব্দ কৰা হয় মিজোৰাম সীমান্তৰ লাইলাপুৰত। এই সাৰ পৰিবহণত জড়িত থকা বদৰউদ্দিন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

একেদৰে ৰনগিৰ খাৰি অঞ্চলৰ পৰা ৩২ বেগ ইউৰিয়া সাৰ জব্দ কৰা হয়। চোৰাং এই সাৰ পৰিবহণত জড়িত থকা ছাহিল হুছেইন লস্কৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা নিশা নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অধীনত শৌলমাৰী আৰক্ষী চকীৰ এক অঞ্চলত ৬০ বেগ চোৰাং ইউৰিয়া জব্দ কৰা হয়।

বড়িতাপা অঞ্চলৰ পৰা এই সাৰখিনি এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰা হয়। এই কাৰ্যত জড়িত থকাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। শেহতীয়াকৈ যোৱা ২০ আগষ্টত কামৰূপত দদৰা আৰক্ষীয়ে ৭০ বেগ চোৰাং ইউৰিয়া সাৰ জব্দ কৰে। দুখন বাহনৰ পৰা এই সাৰ জব্দ কৰা হয়।

এই সাৰখিনি সম্পূৰ্ণৰূপে চৰকাৰী যোগানৰ আছিল বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। ইয়াৰ লগত জড়িত দুজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। আকৌ যোৱা ২১ জুলাইত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত দুখন ট্ৰাকৰ পৰা এহেজাৰ বেগ চোৰাং ইউৰিয়া সাৰ জব্দ কৰা হয়।

শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচীত এই বৃহৎ পৰিমাণৰ চোৰাং সাৰ জব্দ হয়। অদ্যাপি এই সাৰৰ মূল উৎস উদ্ধাৰ নহ’লেও আৰক্ষীৰ তদন্তত নিশ্চিত কৰা হৈছে যে অসমৰ কৃষকৰ বাবে আবণ্টিত এই বৃহৎ পৰিমাণৰ সাৰ মিজোৰাম হৈ ম্যানমাৰলৈ প্ৰেৰণৰ পৰিকল্পনা কৰিছিল চোৰাং ব্যৱসায়ীৰ দলে।

লক্ষ্যণীয় দিশটো হ’ল যে চোৰাং সাৰ সৰবৰাহৰ লগত বাহনৰ চালক-হেণ্ডিমেনহে গ্ৰেপ্তাৰ হয়। তাৰ পাছত আৰু চোৰাং চক্ৰত জড়িত কোনো লোকৰ তথ্য পোহৰলৈ নাহে।

এয়া মাত্র কেইটামানহে উদাহৰণ। এনেদৰে ৰাজ্যখনৰ কৃষকৰ বাবে আবণ্টিত সাৰৰ এখন বৃহৎ চোৰাং বজাৰ নির্বিঘ্নে চলি আহিছে। এই বজাৰ প্ৰতিৰোধৰ যি তৎপৰতা কৃষি বিভাগ তথা চৰকাৰে দাবী কৰি আহিছে সেয়া কার্যতঃ এক অর্থহীন বিষয়তহে পৰিণত হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, চোৰাং ইউৰিয়া সাৰ প্ৰধানকৈ প্ৰেৰণ কৰা হয় অসমৰ চুবুৰীয়া দুখন ৰাষ্ট্ৰলৈ। অনাকৃষি কাৰ্যত এই সাৰ ব্যৱহাৰ হয়। প্ৰধানকৈ বাংলাদেশ আৰু ম্যানমাৰলৈ এই সাৰ যোগান ধৰা হয়। ৰাজসাহায্যৰ এই সাৰ চোৰাং বজাৰত বিক্ৰী হয় কে’বাগুণ অধিক মূল্যত।

বিশেষকৈ ঔদ্যোগিক খণ্ডত ব্যৱহাৰ হোৱা হেতু এই সাৰৰ মূল্য চোৰাং বজাৰত আকাশলংঘী হৈ আহিছে আৰু সেই বাবে চোৰাং বজাৰখনো ক্ৰমে অধিক ৰমৰমীয়া হৈছে। এই বজাৰখন ৰোধৰ কাৰ্যকৰী ব্যৱস্থা অসমত মুঠেই নাই, যাৰ পৰিণাম ভুগিবলগীয়া হৈছে ৰাজ্যৰ কৃষক সমাজে। ইউৰিয়া সাৰ কেইটামান খণ্ডত বিশেষভাৱে ব্যৱহাৰ হয়।

প্লাইউড আৰু ৰেজিন উৎপাদনত ইউৰিয়া সাৰ ব্যৱহাৰ হয়। পশু খাদ্যতো ইয়াৰ ব্যৱহাৰ হয়। চিন্থেটিক প্লাষ্টিক প্রস্তুত উদ্যোগতো ইউৰিয়া সাৰৰ ব্যৱহাৰ হয়।

তদুপৰি খনন কাৰ্যত ব্যৱহাৰ হোৱা বিস্ফোৰক প্ৰস্তুততো ইউৰিয়া সাৰ বিশেষভাৱে ব্যৱহাৰ হয়। জাল নথি অথবা কোনো নথিপত্র অবিহনে হেজাৰ হেজাৰ কুইণ্টল ইউৰিয়া সাৰ এনেদৰে চোৰাং বজাৰত বিক্ৰী হৈছে আৰু তাৰ বিপৰীতে ৰাজ্যৰ কৃষকে নিজৰ প্ৰয়োজনত বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। যি সাৰ বজাৰত উপলব্ধ হয় তাৰ মূল্যও আকাশলংঘী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন
India

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

September 11, 2026
ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী
India

ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

September 11, 2026
বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি
Assam

বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

September 11, 2026
যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা
International

যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

September 11, 2026
টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d