Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

publisher by publisher
September 11, 2026
in Assam, News
Reading Time: 1 min read
0
বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

FloodAffected: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: বানাক্ৰান্ত ৰাইজক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব’, ‘চৰকাৰে আমাৰ বেদনা আৰু চকুপানী উপলব্ধি কৰক’, ‘আমাক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰক’,’১০ হেজাৰ কোটি টকাৰ সাহায্য মঞ্জুৰ কৰক’ এইদৰে কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বন্যাৰ্তৰ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ হেজাৰ কোটি টকাৰ সাহায্যৰ দাবীত তাই আহোম ছাত্র সন্থাই উত্তাল প্রতিবাদ সাব্যস্ত কৰে।

ADVERTISEMENT

হেজাৰ হেজাৰ বানাক্ৰান্ত ৰাইজে অংশগ্রহণ কৰা এই বৃহৎ প্রতিবাদী শোভাযাত্রা শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ পৰা আৰম্ভ হয়। শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰি প্ৰতিবাদকাৰীসকলে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে। এই প্রতিবাদী শোভাযাত্ৰাৰ নেতৃত্ব লোৱা আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে কয়, ‘থলগিৰি ভূমিপুত্ৰৰ পক্ষত থাকিম বুলি কোৱা চৰকাৰখনে আজিলৈকে বানাক্ৰান্ত ৰাইজৰ দুখ-দুর্দশাৰ প্রতি তিলমানো গুৰুত্ব নিদিলে। চৰকাৰে বানাক্ৰান্তৰ বাবে দিয়া ন্যূনতম ১৫ হেজাৰ টকাও আজিলৈকে হেজাৰ হেজাৰ বানাক্ৰান্তই লাভ নকৰিলে।’

তেওঁ কয়, ‘বিৰোধী দলৰ বিধায়কেও বানাক্রান্তসকলক লৈ নিকৃষ্ট ৰাজনীতি আৰু বান্দৰামী কৰাত আমি সকলো দিশৰ পৰাই সৰ্বস্বান্ত হৈ পৰিছো। এই প্রলয়ংকৰী বানে আমাক আর্থিকভাৱে ২০ বছৰ পিছুৱাই দিলে।

এই দুর্ভগীয়া বানাক্ৰান্ত ৰাইজৰ পুনৰ সংস্থাপনৰ বাবে আমাক ১০ হেজাৰ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য লাগিবই। এই প্রতিবাদী কাৰ্যসূচীৰ পাছতো যদি চৰকাৰৰ গা নলৰে তেন্তে আমি বানাক্ৰান্ত ৰাইজৰ সহযোগত দিছপুৰৰ সচিবালয় ঘেৰাও কৰিম। তাৰ পাছতো যদি আমাৰ দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়ে তেতিয়া আমি সমগ্র উজনি অসম বন্ধৰ দৰে কঠোৰ গণতান্ত্রিক কার্যসূচী গ্রহণ কৰি উজনি অসম স্তব্ধ কৰি দিম।’

প্ৰতিঘৰ বানাক্ৰান্ত ৰাইজে কমেও চাৰি-পাঁচ লাখকৈ চৰকাৰী বান সাহায্য নোপোৱা পর্যন্ত আটাছু ক্ষান্ত নহয় বুলি গগৈয়ে চৰকাৰক সকীয়াই দিয়ে। তেওঁ কয়, ‘ৰাইজৰ খুব বেছি খং। আৰু ৰাইজ বহুত ক্ষুব্ধ হৈ আছে, সেয়েহে ৰাইজ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’বলৈ ওলাই আহিছে। চৰকাৰে প্ৰতিশ্রুতি দিছিল কিন্তু প্রতিশ্রুতি পূৰণ কৰা নাই বুলি অভিযোগ কৰি চৰকাৰে কৈছে ১৫ হেজাৰ টকা দিম, দুগৰাকীমানে পালে, ইয়াৰ অধিক সংখ্যকে পোৱা নাই। ৯০ শতাংশ মানুহে পোৱা নাই।’

গগৈয়ে লগতে কয়, ‘চৰকাৰে ১৫ হেজাৰ দিছে, ১০ হেজাৰ দিছে দিওক, কিন্তু স্থায়ীভাবে প্রতিৰোধ পাব লাগিব, সেই কামটো এতিয়ালৈকে কৰা নাই। চৰাইদেউ আৰু শিৱসাগৰৰ জনজীৱন ২০-২৫ বছৰ পিছুৱাই গ’ল। ১০ হেজাৰ কোটি টকাৰ পেকেজ লাগে। চৰকাৰে ৰাইজৰ কথাবিলাক শুনা নাই। আমি কৈছো বান নহাৰ আগতে কামবিলাক কৰক। ১৮ কিলোমিটাৰ যি উন্মুক্ত মথাউৰি আছিল, ১৯৫০ বা ১৯৬০ৰ যি মথাউৰি বনাইছিল, তাৰ পুনর্নির্মাণ কৰক। দৈয়াং কাছঝাৰ যিটো মথাউৰি আছে, পুনর্নির্মাণ কৰি দিয়ক। আইআইটি বিশেষজ্ঞ আনি প্রতিৰোধমূলক কামবিলাক কৰক। চৰকাৰৰ কৰিবলৈ ধন-সম্পদ বহুত আছে।’

শিৱসাগৰ, চৰাইদেউৰ ৰাইজক মৰিবলৈ এৰি দিম নেকি বুলি প্রশ্ন কৰি আটাছু সভাপতিজনে কয়, ‘প্রতিবাৰে যদি বানপানী হয়, আমাৰ অৱস্থা কি হ’ব? চৰকাৰে পদক্ষেপ গ্রহণ কৰা নাই। স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা চৰকাৰে মনা নাই।’ তেওঁ কয়, ‘আজি প্রতিবাদ ৰাজপথলৈ গৈছে। ইয়াৰ পাছতো যদি ধর্ণা-সমাৱেশৰ কথাবিলাক নুশুনে, প্রতিবাদ দিছপুৰলৈ যাব। দিছপুৰলৈ যাব অসমৰ জনসাধাৰণ, কাৰণ শিৱসাগৰ-চৰাইদেউৰ বানাক্ৰান্ত জনসাধাৰণৰ স্বাৰ্থত প্রতিবাদেই হ’ব। আমি খিলঞ্জীয়া মানুহ এতিয়া শিৱসাগৰত থাকিব পৰা নাই, ঘৰত শুব পৰা নাই, খাব পৰা নাই, থাকিবলৈ নাই, খাবলৈ নাই। গতিকে শিৱসাগৰৰ অৰ্থনৈতিক অৱস্থাটো চৰকাৰে বুজি পাব লাগিব। চৰকাৰে যেতিয়া কথাবিলাক নুশুনে, আমি কথাবিলাক অলপ বেলেগে কম। গতিকে সেইকাৰণে প্রতিবাদ হৈছে।’

আটাছু সভাপতিয়ে হুংকাৰ দি কয়, ‘প্রতিবাদ আজি হৈছে, কাইলৈও কার্যসূচী হ’ব। প্রতিবাদটো আমি দিছপুৰলৈ নিম। মুখ্যমন্ত্রীজনে যদি কথা নুশুনে, দিছপুৰ স্তব্ধ কৰাম আমি আন্দোলন কৰি। আমি দিছপুৰ ঘেৰাও কৰিম। তাৰ পাছতো যদি নুশুনে, অসম বন্ধ দিম। প্রতিবাদৰ ভাষা আমি চৰকাৰক বুজাম। আমি প্রতিবাদ কৰিবই লাগিব, বানাক্ৰান্ত ৰাইজৰ প্ৰতিবাদ।’

প্রতিবাদী কার্যসূচীত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনিৰুল ইছলাম বড়াই কয়, ‘কোনো দিনেই নোহোৱা উজনি অসমৰ এই জলপ্ৰলয়ৰ প্রকৃত কাৰণ উদ্ভাৱনৰ বাবে আইআইটি বিশেষজ্ঞ আৰু ভূতত্ত্ববিদৰ জৰিয়তে তদন্ত কমিটী গঠন কৰি তাৰ প্ৰকৃত কাৰণ উদ্ভাৱন কৰাৰ লগতে সমাধান সূত্র উলিয়াবলৈ আজি পর্যন্ত চৰকাৰে প্ৰচেষ্টা নকৰাটো অতি দুর্ভাগ্যজনক। কেন্দ্ৰীয় চৰকাৰে অসমক আজিও মাহী আইৰ আচৰণ কৰাৰ বাবে আজি পর্যন্ত উজনি অসমৰ বানাক্ৰান্তৰ চকুলো আৰু দুখ-বেদনা কেন্দ্রীয় চৰকাৰে উপলব্ধি কৰিব নোৱাৰিলে। আটাছুৰ এই প্ৰতিবাদত উজনি অসম মুছলিম কল্যাণ পৰিষদেও পূর্ণ সমর্থন আগবঢ়াইছে।’

বানাক্ৰান্ত ৰাইজে উপযুক্ত প্রাপ্য অধিকাৰ নোপোৱা পর্যন্ত এই গণতান্ত্রিক সংগ্রাম অব্যাহত থাকিব বুলি বড়াই ক্ষোভ উজাৰে। শিৱসাগৰৰ বিশিষ্ট ব্যৱসায়ী বিনোদ আগৰৱালা আৰু ব্যৱসায়ী সন্থাৰ সভাপতি বকুল বৰঠাকুৰেও বানাক্রান্তসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতি দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #FloodAffected #FloodVictims #FloodRelief #FloodReliefPackage #FloodCompensation #ATASU #TaiAhomStudentsUnion #BasantGogoi #DispurGherao #Dispur #SecretariatGherao #CentralGovernment #AssamGovernment
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d