Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত ‘প্ৰফেচাৰ ডি পি বৰুৱা গ্রন্থ কোণ’ উদ্বোধন

samimsultana by samimsultana
September 12, 2026
in Assam, News
Reading Time: 1 min read
0
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত ‘প্ৰফেচাৰ ডি পি বৰুৱা গ্রন্থ কোণ’ উদ্বোধন
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

MadhavdevUniversity: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্রন্থাগাৰত শুকুৰবাৰে ‘প্রফেচাৰ ডি পি বৰুৱা গ্ৰন্থ কোণ’ৰ উদ্বোধন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য প্ৰফেচাৰ দেৱ প্ৰসাদ বৰুৱাৰ ব্যক্তিগত গ্রন্থাগাৰৰ পৰা তেওঁৰ পুত্ৰ চাৰ্লছ বৰুৱা আৰু বোৱাৰী ড° কান্তা চক্রবর্তীয়ে আগবঢ়োৱা মূল্যৱান গ্রন্থসমূহেৰে এই গ্রন্থ কোণটো স্থাপন কৰা হৈছে।

ADVERTISEMENT

অনুষ্ঠানত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য প্ৰফেচাৰ অৰূপজ্যোতি চৌধুৰীয়ে আদৰণি ভাষণ প্রদান কৰি চাৰ্লছ বৰুৱা আৰু ড° কান্তা চক্রবর্তীক বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰলৈ এনে এক মূল্যবান গ্রন্থসম্ভাৰ আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে বিশিষ্ট শিক্ষাবিদ তথা প্রাক্তন উপাচার্য প্রফেচাৰ বৰুৱাৰ ব্যক্তিগত গ্রন্থসম্ভাৰ বিশ্ববিদ্যালয়ৰ শিক্ষার্থী, শিক্ষক, গৱেষকৰ বাবে এক গুৰুত্বপূৰ্ণ শৈক্ষিক সম্পদ হিচাপে পৰিগণিত হ’ব।

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° ক্ষীৰপদ দত্তই চাৰ্লছ বৰুৱা আৰু ড° কান্তা চক্রবর্তীক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা কৃতজ্ঞতা পত্রতো এই গ্রন্থদানক শৈক্ষিক আৰু জ্ঞানচর্চাৰ ক্ষেত্ৰত এক মূল্যৱান অৱদান হিচাপে স্বীকৃতি দিয়া হয়।

অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ সকলো শৈক্ষিক বিভাগৰ মুৰব্বী আৰু মাধৱদেৱ বিশ্ববিদ্যালয় ৰিডাৰ্ছ ক্লাবৰ সকলো সদস্য উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰে বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° নিখিল হাজৰিকাই।

গ্রন্থ কোণ উদ্বোধন অনুষ্ঠানৰ পাছতে দুপৰীয়া ১২ বজাৰ পৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সন্মিলন কক্ষত এক প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক ড° কান্তা চক্ৰৱৰ্তীয়ে সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰি ‘ফাইল ব্যৱস্থাপনা আৰু ছুটীৰ তথ্য’ বিষয়ত এক প্রশিক্ষণ অধিৱেশন পৰিচালনা কৰে। বিশ্ববিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীসকলক এই প্রশিক্ষণ কাৰ্যসূচীৰ লক্ষ্য গোট হিচাপে অন্তর্ভুক্ত কৰা হয়।

এদিনীয়া এই কার্যসূচীয়ে একে সময়তে মাধৱদের বিশ্ববিদ্যালয়ৰ পাঠাভ্যাস, জ্ঞানচর্চা আৰু শৈক্ষিক ঐতিহ্য সংৰক্ষণৰ প্রতি দায়বদ্ধতা আৰু কৰ্মচাৰীসকলৰ দক্ষতা বিকাশৰ প্রতি বিশ্ববিদ্যালয়ৰ গুৰুত্ব প্রতিফলিত কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
samimsultana

samimsultana

Related Posts

Assam

September 12, 2026
Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা
Assam

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

September 12, 2026
Assam

September 12, 2026
Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ
Assam

Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

September 12, 2026
Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে
Assam

Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

September 12, 2026
Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন
Assam

Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d