Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

    Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

    Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত

    ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

    ইলিচৰ বাবে হাহাকাৰ বাংলাদেশত, ভাৰতৰ পৰা কৰিছে আমদানি

    তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ইলিচৰ বাবে হাহাকাৰ বাংলাদেশত, ভাৰতৰ পৰা কৰিছে আমদানি

publisher by publisher
September 16, 2026
in India, News
Reading Time: 1 min read
0
ইলিচৰ বাবে হাহাকাৰ বাংলাদেশত, ভাৰতৰ পৰা কৰিছে আমদানি
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত

IlishFish: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: একালৰ বৃন্দাবন একালত পৰে ছন! কালি আৰু বাংলাদেশৰ ইলিচ মাছৰ বাবে হাহাকাৰ কৰা পৰিৱেশ নাই। সৌসিদিনালৈ ইলিচ মাছৰ বাবে বিখ্যাত দেশখনে সম্প্রতি চুবুৰীয়া পৰাহে এই মাছ আমদানি কৰিবলৈ বাধ্য । আনকি মাথোঁ দুমাহতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৃহৰাজ্য গুজৰাটৰ পৰা বাংলাদেশে পাঁচশ মেট্রিক টন ইলিচ আমদানি কৰে।

ADVERTISEMENT

উল্লেখ্য যে পূজাত বাঙালীসকলৰ অন্যতম প্রিয়খাদ্য হৈছে পদ্মা (ব্রহ্মপুত্র)ব ইলিচ। গতিকে এইবাৰ শাৰদ উৎসৱৰ আনন্দ বাঙালীসকলে কিদৰে উদযাপন কৰিব তাক লৈ প্রশ্ন উত্থাপন হৈছে। ইতিহাসে কয় যে বাঙালীসকলৰ উৎসৱ-পার্বণত ইলিচ নাথাকিলে তেওঁলোকৰ মন নভৰে।

এই ক্ষেত্ৰত ভাৰতৰ বা বাংলাদেশৰ বাঙালী বুলি কথা নাখাটে। লক্ষ্যণীয় যে ইলিচ মাছ ধৰাৰ ক্ষেত্ৰত বিশ্বৰ এক নম্বৰ দেশ হৈছে বাংলাদেশ। বিশ্বত উৎপাদিত মুঠ ইলিচ মাছৰ ৭০ৰ পৰা ৮০ শতাংশই বাংলাদেশে ধৰে। কিন্তু বিগত কৰ’না মহামাৰীৰ সময়ৰ পৰা পৰিস্থিতি সলনি হৈছে। তেতিয়াৰে পৰা বাংলাদেশে ধৰা ইলিচ মাছৰ পৰিমাণ বছৰি হ্রাস পাই আহিছে। আনকি এইবাৰ ভাৰতৰ পৰাহে দেশখনে ইলিচ মাছ আমদানি কৰিবলগীয়া হৈছে।

এই ঘটনা ইতিহাসতে প্রথম। আনকি যোৱা দুমাহত দেশখনে গুজৰাটৰ পৰা পাঁচশ মেট্রিকটন ইলিচ আমদানি কৰে। এই মাছৰে একাংশ প্ৰক্ৰিয়াকৰণ কৰি দেশখনে বিদেশলৈ ৰপ্তানি কৰে। বৰ্তমানে দেশখনে ভাৰতৰ পৰা আৰু অধিক ইলিচ আমদানি কৰাৰ যোজা চলাই আছে।

আনকি আগন্তুক কিছু সপ্তাহৰ ভিতৰতে দেশখনে ভাৰতৰ পৰা ১৫০-দুশ টন ইলিচ আমদানি কৰাৰ সম্ভাৱনা আছে। এই সম্পর্কত হাওৰা পাইকাৰী মাছ আমদানিকাৰী সংস্থাৰ সম্পাদক ছৈয়দ আনোৱাৰ মকছুদে কয়, ‘প্ৰথমবাৰৰ বাবে বাংলাদেশে ভাৰতৰ পৰা ইলিচ মাছ আমদানি কৰিছে। সাধাৰণতে আমি বাংলাদেশলৈ বাহু, বৌ আদি মাছ ৰপ্তানি কৰো। এইবাৰ বাংলাদেশত ইলিচ মাছৰ প্ৰচণ্ড নাটনিয়ে দেখা দিছে। গতিকে যোৱা দুমাহতে দেশখনে ভাৰতৰ পৰা পাঁচশ মেট্রিক টন ইলিচ আমদানি কৰে।’

উল্লেখ্য যে গুজৰাটত উৎপাদিত ইলিচ মাছৰ ভাৰতত চাহিদা সীমিত। ইয়াৰ কাৰণ হৈছে এই মাছ বৃহৎ হাৰত কণীযুক্ত হয়। গতিকে সাধাৰণতে ভাৰতীয় ক্রেতাই গুজৰাটী ইলিচ মাছ পছন্দ নকৰে। ইয়াৰ বিপৰীত কথা প্রযোজ্য হয় বাংলাদেশৰ ক্ষেত্রত।

এই সম্পর্কত মকছুদে কয়, ‘গুজৰাটৰ ইলিচ প্ৰচুৰ কণীযুক্ত হোৱাটোৱে হৈছে বাংলাদেশত চাহিদাৰ প্ৰধান কাৰণ। বাংলাদেশত এই মাছৰ কণী সংসাধনৰ বাবে সুকীয়াকৈ বিক্ৰী কৰা হয়। সংসাধনৰ পাছত এই কণী তেওঁলোকে বিদেশলৈ ৰপ্তানি কৰে।’

তেওঁ জনোৱা মতে ইলিচৰ ঘাটি পূৰণৰ উদ্দেশ্যে বাংলাদেশৰ মাছ ব্যৱসায়ীসকলে গুজৰাটৰ ভাৰুচ বন্দৰ আৰু হাওৰা পাইকাৰী মাছ বজাৰৰ পৰা ট্রাকে ট্রাকে ইলিচ মাছ ক্ৰয় কৰি নিছে।

উল্লেখ্য যে ২০১১ত ভাৰত-বাংলাদেশ তিস্তা জলচুক্তি ব্যর্থ কৰিছিল পশ্চিমবংগৰ তদানীন্তন মুখ্যমন্ত্রী মমতা বেনার্জীয়ে। পাছত উক্ত বছৰৰ পহিলা আগষ্টত বাংলাদেশে সকলো ধৰণৰ মাছ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰে। ইয়াৰ কাৰণ আছিল দেশখনত চাহিদা অনুসৰি মাছৰ অভাৱ সৃষ্টি হৈছিল।

অৱশ্যে উক্ত বছৰৰ ১১ ছেপ্টেম্বৰত বাংলাদেশে ইলিচক বাদ দি আন মাছত নিষেধাজ্ঞা প্রত্যাহাৰ কৰে। পৰৱৰ্তী সময়ত ২০১৯ত কেৱল দুর্গা পূজাত বাংলাদেশে মমতালৈ উপহাৰৰূপে কিছু পৰিমাণৰ ইলিচ প্ৰেৰণ কৰে। কৰ’না মহামাৰীৰ পাছত ইয়াৰ পৰিমাণ আৰু হ্রাস পায়। আনহাতে যোৱা বছৰ বাংলাদেশে ১২ টন ইলিচত ৰপ্তানিৰ অনুমোদন জনাইছিল যদিও মাথোঁ ১৪৩.৮০ টন ইলিচহে ভাৰতলৈ আহে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত
Assam

Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

September 16, 2026
Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ
Assam

Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

September 16, 2026
Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত
Assam

Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত

September 16, 2026
ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক
Assam

ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

September 16, 2026
তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি
Assam

তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি

September 16, 2026
দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক
India

দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d