Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা

    Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

    Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

    Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি

publisher by publisher
September 16, 2026
in Assam, News
Reading Time: 1 min read
0
তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক

আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা

RTIInformation : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: তেজপুৰ চহৰৰ প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশ উজ্জীৱিত কৰি ৰখা প্রাচীনতম পুখুৰী বৰপুখুৰীৰ সৌন্দৰ্যবর্ধনৰে পৰ্যটকৰ স্থলীৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ ভিত্তিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰাৰ পাছত গ্ৰহণ কৰা আঁচনি ৰূপায়ণৰ নামত বহু কোটিটকীয়া কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য ‘দৈনিক অগ্রদূত’ৰ অনুসন্ধানত সম্প্ৰতি পোহৰলৈ আহিছে। অসম চৰকাৰৰ কেবিনেটে লোৱা তেজপুৰৰ সৌন্দর্যবর্ধনৰ প্ৰস্তাৱ মর্মে গৃহ আৰু নগৰ উন্নয়ন পৰিক্ৰমা বিভাগৰ উত্তৰ অসম সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ঋতুপর্ণ ভট্টাচাৰ্যৰ তত্ত্বাৱধানত তেজপুৰত ৰূপায়িত প্রায় ১৫ কোটিটকীয়া উক্ত অভিলাষী আঁচনিত সংঘটিত কেলেংকাৰিয়ে উদঙাইছে সংশ্লিষ্ট কর্তৃপক্ষৰ স্বৰূপ।

ADVERTISEMENT

উল্লেখ্য যে ২০২২ৰ ১১ জুনত তেজপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটে তেজপুৰৰ উন্নয়নৰ সন্দৰ্ভত কে’বাটাও প্রস্তাৱ গ্ৰহণ কৰা বুলি মুখ্যমন্ত্রী ড° শর্মাই কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেলযোগে ঘোষণা কৰিছিল। উক্ত সংবাদমেলত মুখ্যমন্ত্রীয়ে সদৰী কৰা অন্যতম প্রস্তাৱ আছিল তেজপুৰ চহৰৰ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ১৬ কোটি টকাৰ এক আঁচনি ৰূপায়ণৰ প্ৰস্তাৱ।

কেবিনেটৰ এই প্ৰস্তাৱ মর্মেই ১৪ কোটি ৮৪লাখ ৯৭ হেজাৰ ২৩৪ টকা ব্যয় সাপেক্ষ বৰপুখুৰীৰ সৌন্দৰ্যবর্ধন আঁচনি ৰূপায়ণৰ কাম ২০২৪ৰ এক জানুৱাৰীত CE/H&UA/CS-99/22-23/106 নম্বৰ কৰ্ম নির্দেশযোগে গুৱাহাটীৰ সীতাৰাম বাগ্ৰী নামৰ এজন ঠিকাদাৰক প্ৰদান কৰা হয়।

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত সংগ্ৰহ কৰা তথ্য অনুসৰি ৯৭.৩০ শতাংশ কাম সম্পূর্ণ হোৱা বুলি দেখুওৱা এই আঁচনি ৰূপায়ণৰ বাবদ ইতিমধ্যে ১৩ কোটি ন লাখ ৬৫ হেজাৰ ২১ টকা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে ঠিকাদাৰক আদায়ো দিছে। কিন্তু এই বৃহৎ অংকৰ ধনৰ বিনিময়ত বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ নামত সম্পাদিত কাম-কাজে সৌন্দৰ্যৰ সংজ্ঞাই সলনি কৰি দিয়াই নহয়, নীতিগতভাৱে তেজপুৰ পৌৰসভাক হস্তান্তৰ কৰিব নোৱৰা অৱস্থাত পতিত হৈছে।

লগতে ই চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিশ্রুতিকো প্রহসনত পৰিণত কৰিছে। আমাৰ অনুসন্ধানত প্রাপ্ত তথ্য অনুসৰি বৰপুখুৰীৰ পৰিষ্কাৰকৰণৰ পৰা সৌন্দর্যবর্ধনৰ বিভিন্ন উপকৰণকে ধৰি পুখুৰীৰ পাৰৰ সুৰক্ষাৰ বাবে লোৱা ব্যৱস্থাৱলীলৈকে সর্বত্রেই সংঘটিত হৈছে বৃহৎ অংকৰ ধনৰ কেলেংকাৰি।

এই অভিলাষী আঁচনিৰ প্রাক্কলন অনুসৰি জংঘল আৰু ভঙা ঘৰৰ শিল-বালি আঁতৰাই পৰিষ্কাৰ কৰি স্থান প্ৰস্তুতিৰ বাবদ ধাৰ্য কৰা হৈছিল ১০ লাখ ৪৩ হেজাৰ ৭১১ টকা। আকৌ বৰপুখুৰীৰ পৰা মেটেকা আৰু অন্যান্য জলজ অপতৃণ আঁতৰোৱাৰ বাবদ ধাৰ্য কৰা হৈছিল ১৬ লাখ ৮২ হেজাৰ ৪৪৮ টকা। অৰ্থাৎ পুখুৰীটো পৰিষ্কাৰ কৰাৰ বাবদ ব্যয় কৰা হৈছিল মুঠ ২৭ লাখ ২৬ হেজাৰ ১৫৯ টকা।

কিন্তু গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে ২৭ লাখ টকাৰে পৰিষ্কাৰ কৰা বৰপুখুৰীৰ আজিৰ নগ্ন ৰূপ দেখিলে চকু থৰ হৈ যাব। আজিও হাবি-জংঘল-মেটেকা- অপতৃণৰে পৰিত্যক্ত হৈ থকা বৰপুখুৰীৰ বুকুৱে পৰিষ্কাৰকৰণৰ নামত প্ৰকৃততে কি কৰা হ’ল তাক সহজেই বুজাই দিয়ে। দৰাচলতে বৰপুখুৰী পৰিষ্কাৰকৰণৰ নামত ভুৱা বিল প্রস্তুত কৰি সিংহভাগ ধনেই আত্মসাৎ কৰা হ’ল।

কেৱল পুখুৰীৰ বুকুৰ এই অপতৃণৰ নহয়, ইয়াৰ পাৰৰ সুৰক্ষাৰ বাবে কোটিটকীয়া আঁচনি ৰূপায়ণৰ ৰেহৰূপেও সৌন্দর্যবর্ধনৰ নামত বৰপুখুৰীত দৰাচলতে কি চলিল তাক স্পষ্ট কৰি দিয়ে। প্রাক্কলন অনুসৰি বৰপুখুৰীৰ পাৰৰ সুৰক্ষাৰ বাবে ‘শ্ন’প প্রটেকচন এৰাউণ্ড বৰপুখুৰী’ শিতানত ব্যয় কৰা হৈছে এক কোটি ৩১ লাখ ১৩ হেজাৰ ৮৪৪ টকা। এই বৃহৎ অংকৰ ধনেৰে জিঅ’ টেক্সটাইল ফেব্রিক ছিট, বণ্ডাৰ আৰু ফ্লেক্সিবোল জিঅ’ গ্রীডৰে পাৰৰ সুৰক্ষাৰ ব্যৱস্থা কাগজে-পত্ৰই অৱশ্যেই কৰা হৈছে, কিন্তু বাস্তৱত মনকৰিবলগীয়া কথা হ’ল তলৰ পৰা গহৰা গজা অপতৃণে পুখুৰী তথা আঁচনিৰ সুৰক্ষা ব্যৱস্থা বিনষ্ট কৰিব নোৱৰাটো নিশ্চিত কৰাটোৱেই হৈছে এই সুৰক্ষা ব্যৱস্থাত জিঅ’ ফেব্রিক ছিট ব্যৱহাৰৰ অন্যতম কাৰণ।

কিন্তু পুখুৰীটোৰ পাৰৰ ৯০ শতাংশতে এতিয়া অপতৃণৰ গহৰা গজি এনে ৰূপ পৰিগ্ৰহ কৰিছে যে উক্ত কাম সামান্য পৰিমাণে কৰি সিংহভাগ ধনেই অভিযন্তা-ঠিকাদাৰে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। পাৰৰ ব’ল্ডাৰৰ সুৰক্ষা ব্যৱস্থা ভেদ কৰি এনেদৰে অপতৃণ গজি উঠাটোরে প্রাক্কলন অনুসৰি পুখুৰী পাৰৰ সুৰক্ষাত জিঅ’ ফেব্রিক ছিট ব্যৱহৃত হৈছে নে নাই তাক লৈ সন্দেহৰ অৱকাশ আনি দিছে।

যদি এই ছিট ব্যৱহাৰ কৰা হৈছে, তেন্তে এনেদৰে অপতৃণ কেনেকৈ গজিল সিও স্বাভাৱিকতে প্রাসংগিক প্রশ্ন হৈ ৰৈছে। আনহাতে, প্রাককলন অনুসৰি বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ আঁচনিত প্রায় ১২ লাখ টকা ব্যয়সাপেক্ষ এটা ‘বাক বে’ তথা খোজ কঢ়াৰ পথ নিৰ্মাণ কৰা হৈছে। এই ‘বাক বে’ৰ সুৰক্ষাৰ বাবদ আকৌ পৃথকে ব্যয় কৰা হৈছে দুই কোটি ৪৭ লাখ ৭৩ হেজাৰ ৭৪৮ টকা। লক্ষ্যণীয় যে পুখুৰীৰ পাৰৰ সুৰক্ষাৰ বাবে লোৱা ব্যৱস্থাই এই ‘ ৱাক বে’ অঞ্চলৰ সম্পূৰ্ণ অংশও সামৰি লৈছে।

তেনেক্ষেত্ৰত ‘ৱাক ৱে’ৰ সুৰক্ষাৰ বাবদ আকৌ পৃথকে প্রায় আঢ়ৈ কোটি টকা ব্যয় কৰা বুলি দেখুওৱাটো স্বাভাৱিকতে ৰহস্যজনক হৈ পৰিছে। পুখুৰীৰ পাৰৰ সুৰক্ষা ব্যৱস্থা কৰাৰ পাছত পুনৰ আঢ়ৈ কোটি টকাৰে ‘ৱাক বে’ কি সুৰক্ষা ব্যৱস্থা কৰিলে সেইকথা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উত্তৰ অসম সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ঋতুপর্ণ ভট্টাচার্য, কনিষ্ঠ অভিযন্তা জ্যোতিময় নাথ আৰু ঠিকাদাৰ সীতাৰাম বাগ্ৰীৰ দুর্নীতিৰে ধন লুণ্ঠনৰ নগ্ন ৰূপ উদঙাই দিছে। আমোদজনক কথা যে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে পুখুৰীৰ পৰাও ‘ৱাক বে’ নির্মাণত ব্যয় কৰিছে প্রায় ১২ লাখ টকা আৰু ইয়াৰ বিপৰীতে এই ১২ লাখটকীয়া ‘বাক বে’ সুৰক্ষাৰ নামত ব্যয় হোৱা দেখুৱাইছে প্রায় আঢ়ৈ কোটি টকা।

ইয়াতেই উন্মোচিত হৈ পৰিছে দুর্নীতি-লুণ্ঠনৰ প্ৰকৃত স্বৰূপ। বৰপুখুৰীৰ সৌন্দর্যবর্ধনৰ ১৫ কোটিটকীয়া আঁচনি ৰূপায়ণৰ নামত এনেদৰেই বিভাগটোৱে ঠিকাদাৰক বিলবোৰ আদায় দিছে। এই ‘রাক বে’ আৰু ইয়াত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগটোৱে নিৰ্মাণ কৰা ফাউন্টেইন কেনেদৰে বৰপুখুৰীৰ সৌন্দর্যবর্ধনৰ নামত চলা ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তা তথা বিষয়াবৰ্গৰ লুটৰ অন্যতম সাক্ষী হৈ ৰৈছে সেই বিষয়ে প্ৰকাশ কৰা হ’ব পৰৱৰ্তী প্রতিবেদনত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক
India

দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক

September 16, 2026
Assam

September 16, 2026
আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা
Assam

আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা

September 16, 2026
Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ
Crime

September 15, 2026
Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য
Assam

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

September 15, 2026
Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী
Assam

Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

September 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d