Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা

    Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

    Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

    Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক

publisher by publisher
September 16, 2026
in India, News
Reading Time: 1 min read
0
দুহেজাৰ টকাতকৈ অধিক লেনদেনত শুল্ক
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা

দিনটোৰ ৰাশিফল

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: জনতাৰ মূৰত আকৌ কোব শোধালে কেন্দ্ৰীয় চৰকাৰে। বিগত কিছু বছৰত দেশজুৰি বিপুল জনপ্রিয় হৈ উঠা নগদবিহীন ইউপিআই তথা ডিজিটেল লেনদেনত সম্প্রতি শুল্ক আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে। দুহেজাৰ টকাতকৈ অধিক টকাৰ লেনদেনৰ ক্ষেত্ৰত এই শুল্ক আৰোপ হ’ব। নেচনেল পেমেন্টছ কৰ্প’ৰেছন অৱ ইণ্ডিয়া (এনচিপিআই)ই কালি প্ৰকাশ কৰা অনুসৰি অহা ১৫ অক্টোবৰৰ পৰা দুহেজাৰ টকাতকৈ অধিক ব্যবসায়িক ইউপিআই লেনদেনৰ ক্ষেত্ৰত ০.৪ শতাংশ শুল্ক বলবৎ হ’ব।

ADVERTISEMENT

অৱশ্যে ব্যক্তিগত লেনদেন অর্থাৎ এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ স’তে দুহেজাৰতকৈ অধিক টকা ইউপিআইৰ জৰিয়তে লেনদেন কৰিলেও শুল্ক আৰোপ নহয়। কেবল ব্যৱসায়ী বা দোকান-পোহাৰ আদিৰ পৰা সামগ্রী বা সেবাক্ৰয়ৰ ক্ষেত্ৰতহে এই শুল্ক আৰোপ হ’ব বুলি পেমেন্ট কমিছনে প্রকাশ কৰিছে। ইয়াকে লৈ দেশজুৰি প্ৰবল প্রতিক্ৰিয়াৰ সৃষ্টি হোৱাত কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে এই সম্পৰ্কত স্পষ্টীকৰণ প্ৰকাশ কৰিছে।

বিত্ত মন্ত্রণালয়ে স্পষ্ট কৰি দিছে যে ব্যক্তিগত লেনদেনৰ ক্ষেত্ৰত কোনো শুল্ক আৰোপ নহয়। একেদৰে শুল্কৰ ধন যাতে ব্যৱসায়ীসকলে গ্ৰাহকৰ ওপৰত জাপি দিব নোৱাৰে তাৰ ব্যৱস্থা গ্রহণ কৰিবলৈও বেংকসমূহক পৰামৰ্শ দিছে। তৎসত্ত্বেও এই শুল্ক গ্রাহকেই ভৰিব লাগিব বুলি বহুতে আশংকা কৰিছে। অৰ্থাৎ মোদী চৰকাৰে গ্রাহকসকলৰ মূৰতে পৰোক্ষভাৱে এই শুল্ক জাপি দিলে বুলি চর্চা হৈছে। ইয়াক বিৰোধী কংগ্ৰেছে ‘মোদী কৰ’ আখ্যা দি সমালোচনা কৰিছে।

বিষয়টোক লৈ প্রতিক্রিয়া প্রকাশ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে আকৌ এবাৰ আমেৰিকানৰ চাপৰ ওচৰত মোদীয়ে আত্মসমর্পণ কৰিলে। মোদীয়ে আমেৰিকান চাপৰ ওচৰত আপোচ কৰিছে বুলি বিৰোধী নেতাজনে কটাক্ষ কৰিছে। দোকানীৰ ওপৰত আৰোপ কৰা শুল্ক দৰাচলতে ক’ৰ পৰা আহিব বুলি প্রশ্ন উত্থাপন কৰি কংগ্ৰেছ নেতাজনে কয়, ‘চৰকাৰে কৈছে যে গ্রাহকসকলৰ ওপৰত কোনো মাচুল আৰোপ কৰা নহ’ব। কিন্তু দোকানীৰ ওপৰত আৰোপ কৰা মাচুল মূৰকত ক’ৰ পৰা আহিব? সন্দেহ নাই এই ধন গ্ৰাহকৰ জেপৰ পাই আহিব।’

তেওঁ লগতে আঙুলিয়াই দিয়ে যে ভাৰত চৰকাৰে বিনামূলীয়াকৈ দেশত মুকলি কৰা এই ডিজিটেল লেনদেন ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে আমেৰিকান পেমেন্ট কোম্পানীসমূহে। সেয়েহে মোদী চৰকাৰে ইউপিআই লেনদেনৰ ওপৰত শুল্ক আৰোপ কৰিলে বুলি অভিযোগ উত্থাপন কৰি তেওঁ লগতে কয়, ‘মার্কিন বাণিজ্য চুক্তি, চুক্তিৰ সময়ত কৰা লেখীয়াকৈ আপোচকাৰী প্রধানমন্ত্রী মোদীয়ে আকৌ এবাৰ আমেৰিকান হেঁচাত আত্মসমর্পণ কৰিলে। একেদৰে বিষয়টোক লৈ মোদী চৰকাৰক কটাক্ষ কৰি প্ৰাক্তন কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা জয়ৰাম ৰমেশে কয়, ‘যোৱা ছয় আগষ্টত বিত্তমন্ত্রী (নির্মলা সীতাৰমণ) য়ে ঘোষণা কৰিলে যে ইউপিআইৰ ওপৰত কোনো শুল্ক আৰোপ কৰা নহ’ব। ১০ আগষ্টত বিত্তমন্ত্রীয়ে সংসদত ক’লে যে এনে শুল্ক আৰোপৰ চূড়ান্ত সিদ্ধান্ত গৃহীত হোৱা নাই। ১৪ ছেপ্টেম্বৰত জাননী জাৰি হ’ল। ২৪ ঘণ্টাৰ ভিতৰতে ইউপিআই লেনদেনত শুল্ক সংযোজন হ’ল। এয়া হ’ল মোদী চৰকাৰৰ দ্রুতগতি (প্রথমে ঘোষণা আৰু পাছত চিন্তা)ৰ আন এক উদাহৰণ।

একেদৰে আন এজন জ্যেষ্ঠ কংগ্রেছ নেতা পৱন খেড়াই কয়, ‘তেওঁ (মোদী) ইউপিআইক জনপ্ৰিয় কৰিলে আৰু নগদ ধনহীন অর্থনীতি গঢ়াৰ সকলো স্বীকৃতি ল’বলৈ বিচাৰিলে আৰু এতিয়া এই সুবিধা ব্যৱহাৰৰ বাবে জনতাক শুল্ক আৰোপ কৰিবলৈ বিচাৰিছে।’ অনুৰূপ ধৰণে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গেই অভিযোগ উত্থাপন কৰিছে যে মোদী চৰকাৰৰ ‘লুটপাট’-এ এতিয়া ইউপিআইক স্পৰ্শ কৰিলে। সামাজিক মাধ্যমত এটা প’ষ্টত খার্গে কয়, ‘ইউপিআইৰ বাবে কোনো মাচুল দিব নালাগে ধ্বনি এতিয়া দুহেজাৰ টকালৈকে ইউপিআই লেনদেন মাচুলবিহীন হ’ল। ইতিমধ্যে আকাশলংঘী মুদ্রাস্ফীতিয়ে সাধাৰণ মানুহৰ বেগ শূন্য কৰিছে। পাইকাৰী মুদ্রাস্ফীতি ১০ শতাংশৰ ওচৰা-উচৰি হ’ল আৰু বিজেপি চৰকাৰে জনতাৰ ওপৰত ডিজিটেল লেনদেন কৰ আৰোপৰ পৰিকল্পনা কৰিছে। তেওঁলোকে সাধাৰণ জনতাৰ যি অৱশিষ্ট ধন আছে সেয়াও ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে।’

একেদৰে বিষয়টোক লৈ সৰৱ হৈ উঠিছে আন একাংশ বিৰোধী নেতাও। কিমান শুল্ক দিব লাগিব? মঙলবাৰে মোদী চৰকাৰে ঘোষণা কৰা অনুসৰি দুহেজাৰ টকাতকৈ অধিক ধন ইউপিআইৰ জৰিয়তে ব্যৱসায়ীলৈ হস্তান্তৰ কৰিলে ০.৪ শতাংশ শুল্ক আৰোপ হ’ব। এনেদৰে ৭৫ হেজাৰ টকা লেনদেন কৰিলে তিনিশ টকা মাচুল চৰকাৰক আদায় দিব লাগিব।

উল্লেখ্য যে ২০২০ৰ জানুৱাৰীৰ পৰা ইউপিআইৰ মাচুলবিহীন লেনদেনৰ সুবিধা দেশত আৰম্ভ হয়। এক-দুই বছৰৰ পৰা এই নগদবিহীন লেনদেনৰ সুবিধা দেশৰ চুকে-কোণে জনপ্রিয় হৈ উঠে। আনহাতে ৰেলৱে, টেলিকম, ইন্ধনৰ প্রতিটো লেনদেনৰ ক্ষেত্ৰত পাঁচ টকাকৈ মাচুল চৰকাৰৰ ঘৰলৈ যাব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Assam

September 16, 2026
আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা
Assam

আপাৰ চিয়াং জলবিদ্যুৎ প্রকল্প বিৰোধী আন্দোলনক কলিতে মষিমূৰৰ তৎপৰতা

September 16, 2026
Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ
Crime

September 15, 2026
Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য
Assam

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

September 15, 2026
Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী
Assam

Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

September 15, 2026
Assam

September 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d